Browsing Category
ট্ৰেণ্ডিং
প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ প্ৰতিবাদ তেজপুৰত
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯মে’: দিল্লীৰ নৱনিৰ্মীত সাংসদ ভৱনৰ সমীপতে কালি দেশৰ গৌৰৱ তথা প্ৰতিবাদকাৰী মল্লযুঁজাৰু সকলৰ ওপৰত আৰক্ষীয়ে চলোৱা দমনকলৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়ত তেজপুৰতো আজি এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত…
তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ তৎপৰতাত শিশু কল্যাণ পৰিষদৰ বিনামূলীয়া স্বাস্থ্য…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ মে’: তেজপুৰৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ অধ্যক্ষতাত গঢ় লৈ উঠা ভাৰতীয় শিশু কল্যাণ পৰিষদ, তেজপুৰ শাখাৰ উদ্যোগত কালি ৰ পুৱা ১০ বজাৰ পৰা তেজপুৰৰ চানমাৰীৰ সমীপৰ শঙ্কৰ নগৰ উন্নয়ন সমিতৰ নামঘৰ…
তিনিচুকীয়া প্ৰেছ ক্লাবৰ অধিবেশন সম্পন্ন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ মে’: তিনিচুকীয়া সাংবাদিক চ’ৰাৰ (তিনিচুকীয়া প্ৰেছ ক্লাব) দশম সংখ্যক অধিবেশন এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছত চ’ৰাৰ সভাকক্ষত ’সাংবাদিকতাৰ…
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদ অভিযান আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮মে’ঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত আজি পুৱাৰে পৰাই আৰম্ভ হৈছে শোণিতপুৰ আৰু দৰং প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান৷ ইয়াৰে ভিতৰত শোণিতপুৰৰ বৰছলাৰ নটা চৰত চলিছে উচ্ছেদ অভিযান৷ প্ৰায় চাৰিহেজাৰ নিৰাপত্তা ৰক্ষীৰ…
তিনিচুকীয়া কলেজত চাৰি বছৰীয়া প্ৰাকস্নাতক কাৰ্য্যক্ৰম সন্দৰ্ভত কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ মে’ : তিনিচুকীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত মহাবিদ্যালয়ৰ সভাগৃহত 'Implementation of Four Year Undergraduate Programme (FYUP) as per National Education Policy -20 under Dibrugarh…
নাটশিল্পক দণ্ডিনাথ কলিতাই সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল
"অসমীয়া নাট্য পৰম্পৰাত দণ্ডিনাথ কলিতাৰ নাট্য সাহিত্যৰ স্হান" শীৰ্ষক বিষয়ত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ দয়ানন্দ পাঠকৰ মনোজ্ঞ বক্তৃতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৮ মে'ঃ দণ্ডিনাথ কলিতাৰ দৰে অসমীয়া সাহিত্যৰ বিংশ শতিকাৰ আগলিভাগৰ…
তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত তিনিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৭ মে'ঃ শোণিতপুৰ জিলাৰ চাহ জনগোষ্ঠীয় "স্বাধীনতা সংগ্ৰামী, শতবৰ্ষ গৰকা সোণাৰাম কুৰ্মীৰ জীৱন গাথা", "স্বাধীনতা সংগ্ৰামী চাহ জনগোষ্ঠী সমাজৰ এৰা - বোটলা" আৰু চাহ জনগোষ্ঠীৰ সংগ্ৰামী "জননেতা ডানিয়েল তপ্ন" শীৰ্ষক…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত
উত্তৰ লখিমপুৰ: ২৭ মে: আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এক ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। বিশিষ্ট শিক্ষাবিদ তথা লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ড° মুকুন্দ ৰাজবংশীৰ সভাপতিত্বত…
সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৭ মে' : গুৱাহাটী ভৰলুমুখস্থিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত এখন কেৰিয়াৰ সজাগতা সভা ২৭ মে' তাৰিখে অনুষ্ঠিত হয় । সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ…
বঙালমৰাত ১৩ খন নকল সোণৰ নাও ৬ টা যীচুৰ মূৰ্তি জব্দ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মে’ ঃ লখিমপুৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নকল সোণ-জাল নোটৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই ৬০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ সময়তে আজি বৃহৎ পৰিমাণৰ নকল সোণসহ এটা বেপাৰীক ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে৷ আজি…
