Browsing Category

ট্ৰেণ্ডিং

শোণিতপুৰত তিনিলাখ চাৰি হেজাৰ ৯৬৫জনলৈ ১০৮এম্বুলেঞ্চ  সেৱা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬মে’ঃ ৰাজ্যত বিগত প্ৰায় ১৫বছৰে বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়াই অহা ১০৮ মৃত্যুঞ্জয় সেৱাই শোণিতপুৰত এইপৰ্যন্ত তিনিলাখ চাৰি হেজাৰ ৯৬৫জন হিতাধিকাৰীক সেৱা আগবঢ়াইছে৷ ইয়াৰে ভিতৰত একলাখ ১৩হেজাৰ ৩৫৮গৰাকী গৰ্ভৱতী৷…

গুৱাহাটীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দুদিনীয়া ৰাজ্যিক সমাৰোহ আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ মে' : ৰাজ্যৰ স্কুল পৰ্যায়ৰ শিক্ষাৰ্থী তথা নৱ প্ৰজন্মৰ মাজত বিজ্ঞান শিক্ষাক ৰোমাঞ্চকৰ কৰাৰ লগতে বিজ্ঞান মনস্কতা বৃদ্ধিৰ লক্ষ্যৰে অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া…

শোণিতপুৰৰ শিঙৰীৰ পৰা ১৬ বছৰীয়া কিশোৰ নিৰুদ্দেশ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ মে'ঃ শোণিতপুৰৰ ঢেকীয়াজুলি- শিঙৰীৰ বেঙ্গলী বস্তি গাঁও নিবাসী গুণাধৰ দাস নামৰ যুৱক এজন ঘৰৰ পৰা ওলাই অহাৰ পিছত আজিও সন্ধানহীন হৈ থকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷উল্লেখ যে,যোৱা ৰবিবাৰে পুৱা ১০-৩০নিজা গৃহৰ পৰা…

হাৱাজানত কৃষকক পাৱাৰ গ্ৰীডৰ প্ৰৱঞ্চনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ মে’ ঃ এন এইচ পি চিৰ পৰা বিদ্যুৎ সৰবৰাহৰ বাবে পাৱাৰ গ্ৰীডে যি বিদ্যুৎ লাইন স্থাপনৰ দায়িত্ব লৈছে তেনে লাইন স্থাপনৰ নামত এতিয়া পাৱাৰ গ্ৰীডে একাংশ লোকক প্ৰৱঞ্চনা কৰি আহিছে৷ এই ক্ষেত্ৰত বিশ্বনাথ জিলাৰ পূৱ…

ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত তেজপুৰৰ প্ৰশান্তৰ দুটাকৈ সোণৰ পদক অৰ্জন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫মে’ঃ দেশৰ পাঞ্জা নিয়ন্ত্ৰণ ব’ৰ্ডৰ দ্বাৰা বাংগালুৰুত আয়োজিত তৃতীয় ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত তেজপুৰৰ প্ৰশান্ত তামুলীয়ে দুটা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতিযোগীজনে সোঁ আৰু বাওঁ দুয়োখন হাতৰে খেলি এই…

চাৰিদুৱাৰত আঢ়ৈ কিলো নকল সোণসহ ২.৩০ লাখ টকা জব্দঃ ১৬ জনক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ মে'ঃ আৰক্ষী বিষয়া জোনমনিৰ ৰভাৰ ৰহস্যজনক মৃত্যু আৰু এই ঘটনাৰ পাছতে ৰাজ্যত অব্যাহত নকল সোণৰ ব্যাপক প্ৰৱঞ্চনা তথা একাংশ আৰক্ষীৰ এই দুস্কৃতিকাৰী চক্ৰৰ স’তে দহৰম মহৰমৰ ঘটনাই ৰাজ্যৰ আৰক্ষী প্ৰশাসনত জোকাৰণি…

লখিমপুৰত মিশ্ৰৰ মাৰাথান অভিযানঃ ১৮ জন ৰঙাঘৰলৈ

অসমীয়া যুৱ মঞ্চৰ আৰক্ষীলৈ প্ৰশ্ন - লখিমপুৰত পূৰ্বে কিয় গ্ৰেপ্তাৰ হোৱা নাছিল নকল সোণ-জাল নোটৰ বৃহৎ চক্ৰশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ মে’ ঃ জাল নোট, নকল সোণৰ বিৰুদ্ধে লখিমপুৰত এছ পি আনন্দ মিশ্ৰৰ মাৰাথান অভিযান আজিও অব্যাহত আছে৷…

পৰিচালনা সমিতিৰ প্ৰতি অনাস্থা প্ৰকাশ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে চলাই অহা ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কৰি অহা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ সমাধানসূত্ৰ নোলোৱাৰ পৰিপ্ৰেক্ষিতত আন্দোলন…

শোণিতপুৰৰ তেলীয়া ঘাটত অসহায় অৱস্থাত বন্যহস্তী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৪ মে' : শোণিতপুৰৰ জহামাৰিত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ তেলীয়া ঘাটত এজনী হস্তিনী যোৱা চাৰি দিনে আৱদ্ধ হৈ আছে ৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীজনী বৰ্তমান ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ কিছু বোকাময় স্হানত আছে আৰু পানীৰ পৰা উঠি…