Browsing Category

পলকতে

শোণিতপুৰৰ বৰছলাত হাজাৰ হাজাৰ বিঘা মাকৈ, মৰাপাট, বড়ো ধানৰ খেতি- পাচলি বাগান পানীৰ তলত

শতাব্দ প্ৰতিনিধি তেজপুৰ,২০মে’: আগতীয়া বানে ৰাজ্যজুৰি ব্যাপক প্ৰভাৱ পেলোৱাৰ সময়তে শোণিতপুৰৰ বৰছলা সমষ্টিত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কৃষক ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰে । বৃহৎ পৰিমাণৰ কৃষি ভূমি চপৰা চপৰে ব্ৰহ্মপুত্ৰত জাহ যোৱা সমষ্টিটোৰ বছা…

২৪ মে’ৰ পৰা তিনিচুকীয়াত ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ মে’ : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা তিনিচুকীয়া জিলা প্ৰশাসন আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত ২৪ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াৰ বৰগুৰি হাইস্কুলৰ খেলপথাৰত উদযাপন কৰা হ'ব ২২০ সংখ্যক…

ধেমাজিত শোৱনি কোঠাৰপৰা চোৰে নিলে নগদ ধন-সোণৰ অলংকাৰ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২০ মে’ : ধেমাজিত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ উপদ্ৰৱ । ৰাতিৰ কথা বাদেই দিন দুপৰতে চোৰে অভিযান চলাই লুটি নিছে নগদ ধন আৰু মূল্যবান সম্পদ । এনে চোৰ বিচাৰি আৰক্ষী সন্দিহান হৈ থকাৰ সময়তে যোৱানিশা ধেমাজি নগৰৰ এঘৰ…

উদ্বেগ, মানসিক অৱসাদে আনিব পাৰে বিপদ

মুক্তামণি ভূমিফুকন কম বেছি পৰিমাণে মানসিক অৱসাদ প্ৰায় সকলো মানুহৰ জীৱনতে থাকে। উদ্বেগ আৰু মানসিক অৱসাদে মানুহক প্ৰভাৱান্বিত কৰিলেও সেই অৱসাদ বা উদ্বেগক পাৰ্যমানে এৰাই চলিব পাৰিব লাগে। এই কথাটোৰ অৱশ্যে এটা গভীৰ অৰ্থ নথকা নহয়। নিজৰ…

নৌসেনাৰ হাতত দেশীয় ডেষ্ট্ৰয়াৰ আৰু ফ্রিগেট স্বনির্ভৰতাৰ বার্তা ৰাজনাথ সিঙৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ মে' : একেলগে পানীত ভাঁহিল ভাৰতীয় নৌসেনাৰ দুই আধুনিক যুদ্ধ জাহাজ। প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে ১৭ মে' মঙ্গলবাৰে মুম্বাইৰ ‘মাঝগাঁও ডক য়ার্ড’ৰ পৰা আনুষ্ঠানিকভাৱে নৌবাহিনীৰ অন্তর্ভুক্ত কৰে ডেষ্ট্ৰয়াৰ…

মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ মে' : ডাঃ এল আৰ বিষ্ণ‌য়ক মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। পূৰ্বৰ মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ চন্দ্ৰনাথনৰ অৱসৰৰ চাৰে চাৰি মাহৰ পাছতহে ৰাজ্যখনত নতুন আৰক্ষী সঞ্চালক…

ৰাঘৱপুৰাৰ ‘অৰণ্য মানৱ’ দুষাৰ্লা সত্যনাৰায়ণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : তেলেংগানাৰ সূৰ্যপেট জিলাৰ ৰাঘৱপুৰা গাঁৱত লাখ লাখ ফলমূলৰ গছৰে ভৰি আছে ৭০ একৰ এখন অৰণ্য। ইয়াৰে কিছুমান গছৰ বয়স ৫০ বছৰৰ অধিক আৰু কিছুমান যোৱা তিনিটা দশকত বাঢ়িছে। শতাধিক চৰাই আৰু কেইবাটাও প্ৰজাতিৰ বন্যপ্ৰাণীৰ…

মঙলত এলিয়েনৰ ঘৰ ! NASAই প্ৰকাশ কৰিছে ফটো

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : মঙল গ্রহত এলিয়েনৰ ঘৰৰ দৰজাৰ সন্ধান পালে মার্কিন মহাকাশ সংস্থা NASAই। সেই ফটোও প্রকাশ কৰিছে। যোৱা ৭ মে'ত ফটোখন তোলা হৈছে নাছাৰ ৰভাৰ কিউৰিঅ'চিটি যানৰ MastCamৰে। প্রকাশিত ক'লা বগা ফটোখন এক পলকৰ বাবে দেখিলে এনে…