Browsing Category

প্ৰকৃতি

লখিমপুৰত বানত ডুবি যুৱকৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ১ জুলাইঃ লখিমপুৰত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আজি দুপৰীয়া জিলাখনৰ নাওবৈচাত শিঙৰা নদীৰ বানত ডুবি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ নাম হৈছে পংকজ নেওগ ৷ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত পেৰাভাৰী গাঁৱৰ…

লখিমপুৰত বিপদ সীমা উপচি বৈছে পাঁচখন নৈ

শতাব্দ, লখিমপুৰ ৩০ জুনঃ ভয়াবহ বান দুৰ্যোগৰ সন্মুখীন হৈছে লখিমপুৰ জিলা। যোৱা কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ লগতে অৰুণাচলত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত জিলাখনৰ প্ৰায়বোৰ নদীৰ জলপৃষ্ঠ বিপজ্জনক ৰূপত বৃদ্ধি পাইছে। আজিৰ দিনটোত জিলাখনত পাঁচখন নৈ ৰ…

অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত খুটি পুতি বহিছে অৰুণাচলী

অসমৰ বনভূমিত অৰুণাচলীৰ ৬ কিলোমিটাৰ পকী পথ নিৰ্মাণ জিলা আয়ুক্ত-বিধায়ক-বন বিষয়াৰ পদক্ষেপ নাই বেদখল উচ্চেদৰ দাবীত জিলা আয়ুক্তক ৰামপুৰবাসীৰ স্মাৰকপত্ৰ প্ৰদান শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২০ জুনঃ লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত…

পৰিপুষ্টিহীন সোৱণশিৰিত মাছৰ পোনা মেলিলে এনএইচপিচিয়ে

শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ, ৭জুনঃ ২০২৩ চনৰ ২৭ অক্টোবৰত এক অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি কৰি সোৱণশিৰি নৈপৰীয়া জনগণক আতংকময় পৰিৱেশৰ মাজত উদ্বিগ্ন কৰি ৰাখি এন এইচ পি চিয়ে সোৱণশিৰি নদীখন শুকুৱাই পেলাইছিল। সেই এন এইচ পিচিয়ে এতিয়া ঘঁৰিয়ালৰ দৰে…

সোৱণশিৰি প্ৰকল্পৰ বাবেই নামনিত শতাধিকে হেৰুৱাইছে ঘৰ-দুৱাৰ

মুকলি আকাশৰ তলতে খাদ্য গ্ৰহণ নিথৰুৱা পৰিয়ালৰ প্ৰখৰ ৰদত প্ৰতিবাদী জনতাৰ ক্ষোভৰ সন্মুখীন জিলা আয়ুক্তশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৬ জুনঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পূৱ তেলাহী মৌজাৰ ন আলি অঞ্চলত এতিয়া সোৱণশিৰিৰ ভয়ংকৰ গৰাখহনীয়াই বহু…

নদীবান্ধৰ সন্দৰ্ভত আলফাৰ দুটা প্ৰস্তাব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন. এইচ. পি. চিয়ে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধে ভৱিষ্যতে কঢ়িয়াই আনিব পৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণৰ আগৰ পৰাই “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনে ইয়াৰ বিৰোধিতা…

সোৱণশিৰিৰ নামনিৰ বক্ষত পৰি ৰ’ল বহু মাছ-কাছ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ অক্টোবৰঃ গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শুকুৰবাৰে সংঘটিত হোৱা অঘটনৰ ফলত অভাৱনীয় হাৰত শুকাই যোৱা সোৱণশিৰি নদীত থকা মাছ কাছৰ লগতে জলপ্ৰাণী সমূহৰ অপমৃত্যু ঘটিছে৷ হঠাতে পাহাৰ খহি ডাইভাৰচন…

নৰ্দমাসদৃশ পানীৰে সোৱণশিৰি বৈছে

শতাব্দ প্ৰতিবেদক, গোগামুখ ২৮ অক্টোবৰঃ গেৰুকামুখত নিৰ্মাণ কৰা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন এইচ পি চিয়ে হত্যা কৰিলে চিৰ প্ৰবাহমান সোৱণশিৰি নৈক ৷ এতিয়া আৰু নদীখনে ইচ্ছামতে বৈ নাযায় আৰু নিৰ্মল,…

বিহংগবন্ধুৰ উদ্যোগত এল. টি. কে মহাবিদ্যালয়ত সৰ্প সজাগতা সভা

উত্তৰ লখিমপুৰ, ১৯ অক্টোবৰঃ "বিহংগবন্ধু"ৰ উদ্যোগত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ Science Forum ৰ সহযোগত ১৭ অক্টোবৰৰ দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ কনফাৰেন্স হ'লত এখন সৰ্প, সৰ্প দংশন আৰু সজাগতা সভা অনুস্থিত হৈ যায়৷ সভাখন অনুস্থিত হয় ৷…