Browsing Category
প্ৰবন্ধ
অসমৰ “জাতীয় মাছ”ৰ নাম ঘোষণাৰ প্ৰয়োজন
মানস প্ৰতিম দত্তঅসম মৎস্য সম্পদৰ ক্ষেত্ৰত অত্যন্ত সমৃদ্ধশালী। ইয়াৰ নদী, বিল, জলাশয় আৰু পুখুৰীত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ পোৱা যায়। সেইবোৰৰ ভিতৰত নাৰ, বাট, পাভ, নেৰিয়া, পিঠিয়া, মোৱা, ডৰিকণা,আৰি, চিতল, ৰৌ, কাৱৈ, খলিহনা, গৰৈ, পুঠি,…
‘গিৱন অভয়াৰণ্য’ বচাও আহক
যোৰহাট জিলাৰ হোলোঙাপাৰত অৱস্থিত গিৱন অভয়াৰণ্য কিয় মহত্বপূৰ্ণ?
যোৰহাট জিলাৰ গিৱন অভয়াৰণ্যত পৃথিৱীৰ বিলুপ্তপ্ৰায় ৩ বিধ বান্দৰ প্ৰজাতিয়ে বসবাস কৰি আহিছে। ইয়াৰে হলৌ বান্দৰ অৰ্থাৎ Hollok Gibbon বৰ্তমান ৭৮ টাহে আছেগৈ বুলি চৰকাৰী তথ্যত…
৫ অক্টোবৰ-অসম পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া দিৱস
ৰুবী বৰা
আমাৰ চকুত কল্পনাৰ ৰং, বীৰৰ দৰে ওলাই যাম,
শিখৰ আৰোহণ কৰি বীৰৰ দৰে উভতি আহিম।
অসমত এডভেন্সাৰিজিমৰ নতুন দিগন্ত মুকলি হ’ব।
কথাষাৰ কোৱাৰ লগতে তাক হাতে কামে কৰি নিজৰ আদৰ্শৰে হাজাৰজনক অনুপ্ৰাণিত কৰি হিমালয়ৰ বুকুতে নিজক বিলীন কৰি দিয়া…
নীপকোৰ বলিশালত ৰঙানদীপৰীয়া
জীৱন গোস্বামী
অৰুণাচলৰ ইয়াজুলীত থকা ৪০৫ মেগাৱাট শক্তিসম্পন্ন ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়া হৈছে। প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ অত্যধিক হোৱাত জলাধাৰৰ সুৰক্ষাৰ খাতিৰতে প্ৰকল্পটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান উত্তৰ পূৱ শক্তি নিগম…
২২ জুনঃ বিশ্ব বৰ্ষাৰণ্য দিৱস
মানস প্রতিম দত্ত
বৰ্ষাৰণ্য শব্দটো মূলতঃ দুটা শব্দৰ সমষ্টি৷ বৰষা আৰু অৰণ্য৷ বৰ্ষাৰণ্য শব্দটো শুনিলে আমি বহুতে ভাবো যে উক্ত অঞ্চলত গছৰ পৰা টোপাটোপে বৰষুণ সৰি থাকে৷ ই এক ভুল ধাৰণাহে৷ গোটেই বছৰ সেমেকা পৰিৱেশ বিৰাজ কৰে বাবে এনে…
ভাৰতত ইলেকট্রিক বাহন আৰু সেউজ পৰিৱেশ
ড° বুলজিৎ বুঢ়াগোহাঁই
পৰিবহণ আধুনিক জীৱনৰ এক মৌলিক প্ৰয়োজনীয়তা যদিও পৰম্পৰাগত আভ্যন্তৰীণ দহন ইঞ্জিনটো (Internal Combustion Engine) দ্ৰুতগতিত পুৰণি হৈ পৰিছে। বিশ্বজুৰি অটোমোটিভ উদ্যোগটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰি আছে, ভাৰতো ইয়াৰ…
ব্যক্তিগত অভিজ্ঞতা বনাম নতুন চিনেমা “প্ৰতিশ্ৰুতি”
শৈলেন বৰুৱা
নতুন অসমীয়া চিনেমা এখনৰ কথা কবলৈ লৈ ব্যক্তিগত প্ৰসংগৰে লেখাটো আৰম্ভ কৰিব লগা হোৱাত পোনতে ক্ষমা বিচাৰিছো।
জিলা এখনলৈ নতুনকৈ জিলা আয়ুক্ত (পূৰ্বৰ উপায়ুক্ত) বা আৰক্ষী অধীক্ষক আহিলে সংবাদ মাধ্যমৰ লোকসকলৰ লগত আনুষ্ঠানিক…
উৎসৱ আৰু সাম্প্ৰতিক সময়
মুক্তাৰ আলী
নঙলা মুখত বিহুটি আছেহি ৰৈ। উতনুৱা উকি মাৰি অহা বিহুৱে মন প্ৰাণত আনন্দৰ জোৱাৰ তোলে। ডেকা-গাভৰুৰ মনৰ নিজানত বসন্ত বসন্ত অনুভৱে পিৰপিৰাই উতলা উন্মনা হেঁপাহৰ জাগৰণ তোলে। বিহু আহে যায়, চলি থাকে পৰম্পৰা। চতৰ লঠঙা ডালত…
যোৰহাটত কোন জিকিব?
শৈলেন বৰুৱা
যোৰহাটত কোন জিকিব? গৌৰৱ গগৈ নে তপন গগৈ? সম্প্ৰতি যোৰহাটৰ লোকসভা নিৰ্বাচনক লৈ সামাজিক মাধ্যমতো তয়াময়া যুঁজ লাগিছে।অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত এইবাৰ আকৰ্ষণীয় যুঁজ হ'ব যোৰহাটত।
পাতনি দীঘল নকৰি পোনপতীয়াকৈ মূল প্ৰসংগলৈ…
যুৱ মহোৎসৱ আৰু শিক্ষাৰ্থীৰ কেৰিয়াৰ
ড° বুলজিৎ বুঢ়াগোহাঁইজীৱন যাত্রাত সফলতাৰে আগুৱাই যাবলৈ হ'লে আমি যিকোনো কাম যোগাত্মক দৃষ্টিভংগীৰে চাবলৈ প্রয়াস কৰিব লাগিব । বিয়োগাত্মক চিন্তা বা সমালোচনাই ব্যক্তিৰ লগতে সমাজৰো ক্ষতি সাধন কৰে । ভাল খবৰসমূহ যিমান পাৰি সিমান ৰাইজৰ মাজত…
