Browsing Category

প্ৰবন্ধ

ক্ৰমশঃ মৃত্যুৰ দিশে অগ্ৰসৰ সূৰ্য

সূৰ্যৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে বিজ্ঞানীসকলে। সৌজন্যত গাইয়া মহাকাশযান। এই তথ্যসমূহ বিশ্লেষণ কৰি বিজ্ঞানীসকলে জানিব বিচাৰিছে যে ভৱিষ্যতে সূৰ্যৰ কি হ’ব? কেতিয়া মৰিব সূৰ্য? কাৰণ বেছিভাগ বিজ্ঞানীৰ মতে প্ৰতিটো তৰাৰ মৃত্যু অনিবাৰ্য।…

ফেচবুকৰ পৰাও এতিয়া উপাৰ্জন সম্ভৱ

মুক্তামণি ভূমিফুকনআমি ইউটিউবৰ দৰে ফেচবুক পেজৰ জৰিয়তেও উপাৰ্জন কৰিব পাৰো। ফেচবুকে আনুষ্ঠানিকভাৱে মুকলি কৰিছে নতুন ভিডিঅ’ মুদ্ৰাকৰণ সেৱা। যাৰ জৰিয়তে এতিয়া ফেচবুক পেজৰ পৰা উপাৰ্জন একেবাৰেই সম্ভৱ হৈ পৰিছে।আপুনি ফেচবুক পেজ তৈয়াৰ…

অৰুণাচল যাত্ৰা, য়েছে দৰজে ঠংচি ইত্যাদি…

শৈলেন বৰুৱা ১ এম এ পৰীক্ষা দি উঠি ৬ টা ট্ৰাংকত কিতাপ পত্ৰবোৰ লৈ গুৱাহাটীৰ পৰা নাইট ছুপাৰত উঠি দিলোঁ, ঘৰলৈ বুলি... আৰু নপঢ়োঁ ! ঘৰতে আছো।কেইদিনমানৰ পিছতে মোৰ পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু শৰৎ তালুকদাৰ ছাৰে পাঠশালাৰ পৰা ফোন কৰি খবৰ ললে। কি…

নতুন আৱিষ্কাৰেৰে মহীয়ান মালভোগ খুতৰা

দাদুল দেৱকৃষ্ণ বৰুৱা অপতৃণ বুলি যদি ইমানদিনে উভালি পেলাই আহিছে, তেন্তে এতিয়াৰ পৰা আৰু সেই ভুলটো নকৰিব। কাৰণ আমি বহু সময়ত অপতৃণ বুলি ভাবি অহা এইবিধ শাক আচলতে বাৰী চুকৰ মুকুতা। শামুকৰ পেটত মুকুতা বিচাৰি পোৱাৰ দৰে শেহতীয়াকৈ এইবিধ শাকত…

আলাবৈ ৰণ আৰু ‘লাইধন খাঁ’

দাদুল দেৱকৃষ্ণ বৰুৱা "আমাৰ সৈন্য একো একোটা হাতী, মই আজি তেনেকুৱা দহহাজাৰ সৈন্য একেদিনাই হেৰুৱালোঁ।"— ৰণত ঘটা বিপৰ্যয়ৰ পিছত আহোম সেনাৰ সেনাপতি লাচিত বৰফুকনে দুখতে কৈছিল এনেদৰে। বৰফুকনৰ দুখ দেখি মহামন্ত্ৰী আতন বুঢ়াগোহাঁয়ে বুজনি দিছিল—…

হিমালয়ৰ দিনলিপিঃ মনোমোহা কানন গাঁৱত এদিন এৰাতি

ৰুবী বৰা অকোৱা পকোৱা অচিন বাটেৰে টেক্সী আগবাঢ়িছিল চেইঁজ উপত্যকাৰ কানন গাঁৱলৈ বুলি, পাহাৰীয়া গাঁওবাসীয়ে কৰা এঢলীয়া খেতিবোৰ, তাৰ সিপাৰে ডাৱৰৰ মাজে মাজে লুকা ভাকু খেলি থকা তুষাৰে ভৰা শিখৰবোৰৰ কাষে কাষে। দিল্লীৰ পৰা অৰ্ডিনাৰী বাছত কৰা ভয়ংকৰ ১৪…

অৱশেষত আমেৰিকাৰ জয় 

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধত আমেৰিকাৰ বৃহৎ সফলতা। জনা গৈছে যে যোৱা সপ্তাহৰ শেষৰফালে আমেৰিকাই আফগানিস্তানত ড্ৰ’ন আক্ৰমণ চলায় আৰু সেই আক্ৰমণত আল কায়দাৰ নেতা আয়মান আল জাৱাহিৰীৰ মৃত্যু হৈছে। ২০০১ চনৰ ছেপ্টেম্বৰত আল কায়দাৰ নেতা ওছামা বিন…

নিৰ্বাসিত নেতা

দাদুল দেৱকৃষ্ণ বৰুৱা গণ প্ৰতিবাদৰ পিছত শ্ৰীলংকাই পালে নতুন ৰাষ্ট্ৰপতি। কিন্তু আগৰজন ৰাষ্ট্ৰপতি—পদচ্যুত গোটাবায়া ৰাজাপাকছা; তেওঁৰ কি দশা হ'ব? যোৱা ১৩ জুলাইত ৰাজাপাকছা দেশ এৰি মালদ্বীপলৈ পলাই গৈছিল, তাৰ পিছত বিমানেৰে ছিংগাপুৰলৈ যায়। তাৰ…

ডিপি হোটেলৰ বত্ৰিশ ব্যঞ্জনৰ সোৱাদ..আঃ অপূৰ্ব

                                     অৰিন্দম তালুকদাৰ সৌ সিদিনা আমাৰ প্ৰাক্তন ছাত্ৰ বন্ধু পাঠশালাৰ বনজিৎ তালুকদাৰে দুপৰীয়া বৰ স্ফূৰ্তিত ফোন কৰি ক'লে,-ছাৰ আপুনি মুছলপুৰলৈ আহিলে বেলগুড়ি চকৰ ডি পি হোটেলত ভাত এসাঁজ যেনে তেনে খাব। এইদৰে কৈ…