Browsing Category
প্ৰবন্ধ
ব্ৰিকছত ধৰিব নেকি ভাঙোন?
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰসংগ অহাৰ লগে লগে ব্ৰিকছৰ ভিতৰত বিভাজনৰ সম্ভাৱনা বৃদ্ধি পাইছে। একে সময়তে পৰিৱৰ্তিত ভূ-কৌশলগত পৰিস্থিতিৰ লগে লগে ২০০৯ চনত গঠন হোৱা গোটটোৰ মূল কেন্দ্ৰও সলনি হৈছে বুলি যোৱা সপ্তাহত ব্ৰিকছ সন্মিলনৰ পিছত কূটনৈতিক…
কঁঠালৰ ইতিহাস…
অৰিন্দম তালুকদাৰ
আমি শৈশৱ আৰু কৈশোৰৰ তিনিবছৰমান অসমৰ পশ্চিম প্ৰান্তৰ কোকৰাঝাৰত কটাইছিলো আৰু তেতিয়াই জিভাত লাগিছিল তাহানিৰ গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ ( এতিয়া ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ) কঁঠালৰ সোৱাদ। চাপৰ,বইটামাৰী, বিলাসীপাৰা, কোকৰাঝাৰৰ…
আজি যদি মনবৰ ডাক্তৰ থাকিলহেঁতেন…
দীপামণি হাজৰিকা বৰুৱা
জীৱনৰ সমস্যাবিলাকক বুজি পোৱাৰে পৰা এতিয়ালৈকে যিমানখিনি মানুহৰ লগত কথা পাতিছোঁ, নিজক উদঙাই দেখুৱাইছোঁ, যিমানখিনি মানুহ ছাঁ হৈ আশে পাশে আছে, সেইসকলৰ ভিতৰত চিকিৎসক সকলৰ ঠাই মোৰ বাবে শিক্ষাগুৰুসকলৰ পাছতেই। ভাবিবলৈকে ভয়…
নম্বৰৰ নিগনি দৌৰ বনাম জ্ঞান আহৰণ
পাৰিজাত বৰুৱা
শিক্ষা যিহেতু জীৱনজোৰা সাধনাৰ এক নিৰবচ্ছিন্ন প্ৰক্ৰিয়া ই জন্মৰ পৰা মৃত্যুলৈকে অবিৰত গতিত জ্ঞাতে বা অজ্ঞাতে চলি থাকে । অজ্ঞাত অথচ অসচেতন সময়তো জীৱনত কেতিয়াবা ইমানেই গুৰুত্বপূৰ্ণ শিক্ষা আহৰণ কৰিব পৰা যায় যে সেই গুৰুত্বপূৰ্ণ…
এগৰাকী জনজাতীয় ৰাষ্ট্ৰপতিক আদৰিবলৈ ভাৰতবাসী সাজু
নৱ ঠাকুৰীয়া
যদি কোনোবাই ভাৰতীয় সংসদ আৰু ৰাজ্যিক বিধানসভাত জনপ্ৰতিনিধি নিৰ্বাচনৰ সহজ গাণিতিক হিচাপ আৰু ন্যূনতম ৰাজনৈতিক জ্ঞানক বিশ্বাস কৰে, তেন্তে পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰই অহা মাহত নতুন দিল্লীত এগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি লাভ কৰিব…
কাজিৰঙাৰ নতুন ভাবুকি-আক্ৰমণাত্মক উদ্ভিদ প্ৰজাতি
হৰিণাৰ মাংসই বৈৰী-ৰ দৰে এইবাৰ কাজিৰঙাৰ বৈৰীৰূপে চিনাক্ত হৈছে উদ্ভিদ। শুনিবলৈ আচহুৱা হলেও সত্য যে ২৬০০ৰো অধিক এক খড়্গযুক্ত ভাৰতীয় গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এক বৃহৎ ভাবুকিৰ সন্মুখীন হৈছে। এই ভাবুকি অৱশ্যেই চোৰাং…
কাৰ্যকৰী হৈ আছেনে শিশুৰ স্কুলবেগ সম্পৰ্কীয় নিৰ্দেশনা
পংকজ হাজৰিকা
শিশুৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্য তেওঁলোকে পিঠিত বহন কৰা স্কুল বেগটোৰ ওপৰত বহু নিৰ্ভৰ কৰে।অত্যধিক বোজা সম্পন্ন স্কুল বেগ কঢ়িওৱাৰ ফলত হাৰ্টৰ সমস্যা,ৰাজহাড়ৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হয় শিশু সকল।মানসিক…
চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপি
ডাঃ সুৰজিৎ গিৰি
"ছাৰ আপুনি বিহহীন সাপৰ দংশন বুলি কৈছিল।এতিয়া দেখোন এওঁৰ উশাহ টানিব অসুবিধা হৈছে,লগতে ওঁঠ কেইটা ফুলি গৈছে।""তাৎক্ষণত হাস্পতাললৈ আহক।"ফোনটো থৈ ভাবিব ধৰিলো।কিয় এনেকুৱা হল।অতি উৎসুকতাৰে তেওঁলোকলৈ বাট চালোঁ।…
শ্বিলং ভ্ৰমণৰ মাদকতা
বিমল বৰগোহাঁই
শ্বিলঙলৈ যাবলৈ বাৰু কাৰ মন নাযায় ! শ্বিলং বুলি কলেই যেন ভূপেন দাৰ সেই মনালিছা লিংডৌ গৰাকীলৈ বাৰে বাৰে মনত পৰে। ভূপেন দাৰ অপূৰ্ব সৃষ্টি, সেই গীতৰ মাজেদি শ্বিলঙৰ গাভৰু "মনালিছা"ৰ লগতে শ্বিলঙৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ কথা বৰ…
নিমাতীৰ নাও দুৰ্ঘটনাৰ পৰা শিক্ষা ললেনে বিভাগ বা চৰকাৰে??
পংকজ হাজৰিকা
অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগৰ হেমাহি,কু-অভিসন্ধি,ৰাজনৈতিক নেতা আৰু ঠিকাদাৰৰ দপদপনিৰ ফলত আজি এটা বছৰৰ আগতে নিমাতীত হৈছিল ভয়াৱহ নাও দুৰ্ঘটনা।যাৰ ফলত কেবাজনো প্ৰতিভাধৰে অপ-মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল।দুৰ্ঘটনা নোহোৱালৈকে চৰকাৰ…
