Browsing Category
প্ৰবন্ধ
হোমেন বৰগোহাঞিৰ “প্ৰজ্ঞাৰ সাধনা” আৰু মোৰ কিছু অনুভৱ
বিমল বৰগোঁহাই
হোমেন বৰগোহাঞি ছাৰৰ প্ৰতিখন গ্ৰন্থই মোৰ প্ৰিয়। তেখেতৰ এখন বিশেষ গ্ৰন্থৰ বিষয়ে কবলৈ বা সেই গ্ৰন্থখনৰ ওপৰত মন্তব্য বা সমালোচনা কৰাটো মোৰ দৰে এজন সাধাৰণ ন লেখকৰ বাবে বৰ সমীচীন নহব। তথাপি মোৰ মন আৰু মগজুত সদায় আলোড়ন সৃষ্টি…
পৰাগ দাৰ সান্নিধ্য
অৰিন্দম তালুকদাৰআত্মা নামৰ পৰিৱেশ সংৰক্ষণ বিষয়ক কামত জড়িত অনা চৰকাৰী সংস্থাৰ সম্পাদক অভিযন্তা প্ৰয়াত পৰিমল দাসৰ সহযোগত বুধবাৰ কাকতৰ উদ্যোগত অসমৰ সীমামূৰীয়া ধুবুৰী জিলাৰ আৰ্থ- সামাজিক বিষয়ক এক সমীক্ষা চলাবৰ বাবে পৰাগ কুমাৰ দাস,…
কৃষিক্ষেত্ৰত ‘আলোড়ন ‘-এ তুলিছে জোৱাৰ
মুক্তাৰ আলী
'আলোড়ন'- অসমৰ কৃষি ক্ষেত্ৰৰ এটি চিনাকি নাম। আলোড়নৰ উৎপাদিত কোমল চাউল, চিৰা, হালধি, উখোৱা চাউল, তিল, সৰিয়হৰ তেল, ভজা চাউল ইত্যাদি এতিয়া বজাৰত সুলভ । অসমৰ পৰিধি নেউচি বহিঃৰাজ্যৰ বজাৰতো উপলব্ধ হৈছে আলোড়নৰ খাদ্য সামগ্ৰী।…
প্ৰশান্ত মহাসাগৰত ‘আটলাণ্টিছ’ৰ অস্তিত্ব ! সমুদ্ৰ তলিৰ ইটাৰ পথক লৈ কৌতুহল
দাদুল দেৱকৃষ্ণ বৰুৱা
সমুদ্ৰ তলিত আছিল নেকি পৃথিৱীৰ উপৰিভাগত বিকাশ লাভ কৰা সভ্যতাৰ দৰে এক সমৃদ্ধিশালী সভ্যতা? আছিল নেকি মসৃণ বাট-পথ অথবা সুদৌল ৰাজ হাউলি কিম্বা সু-পৰিকল্পিত নগৰ-চহৰ? এনেবোৰ কথা কেৱল কল্প কাহিনীতে আবদ্ধ নে আশ্চৰ্যকৰ সত্য?…
ডিজিটেল_বিশ্বত_অসমীয়া_ভাষা_লিপি_ইউনিকোড_ইত্যাদি
Google Translator যোগেদি অসমীয়া ভাষা অন্তৰ্ভুক্ত হোৱাৰ শুভক্ষণত দেশ বিদেশৰ অসমীয়া লোকসকলৰ আন্তৰিক প্ৰচেষ্টাৰ প্ৰায় ১২ বছৰীয়া এক কাহিনী। এই লেখাত বহুজন অসমীয়াই নিৰৱে সেৱা আগবঢ়াই আছে। ২০১৮ চনত সুৰেশ ৰঞ্জন গদুকাই এই যাত্ৰাৰ এচোৱা লিখিছিল।…
জীৱাশ্মঃ-কিমান-জানো-প্ৰকৃতি বিষ্ময়
ড° ৰক্তিম ৰঞ্জন শইকীয়াজীৱাষ্ম হ’ল প্ৰাচীন পৃথিৱীৰ কোনো জীৱৰ শিলাভূত দেহৰ অৱশেষ। জীৱদেহৰ কঠিন অংশবোৰ উপযুক্ত পৰিৱেশত শিল গঠন কৰা কোনো মণিকৰ দ্বাৰা প্ৰতিস্থাপিত হৈ জীৱাশ্মৰ সৃষ্টি হয়। মৃত জীৱদেহ একোটা সমুদ্ৰ বা আন কোনো দ গেদ জমা হোৱা ঠাইত…
আন্তৰিক সংযোগ
পাপৰি সৌকাধৰা বৰঠাকুৰ
যুগৰ পৰিৱৰ্তনত যৌথ পৰিয়ালৰ অৱলুপ্তি ঘটিছে। সমাজত এতিয়া একক পৰিয়ালেই সংখ্যাগৰিষ্ঠ। একক পৰিয়ালৰ নানান সমস্যা। তাৰে এটা অন্যতম সমস্যা নুবুলি মানৱীয় দৃষ্টিৰে কব পাৰি ঘৰত অকলশৰে থকা বয়সস্থ মানুহৰ একাকিত্ব। তেখেতসকলক সংগ…
পত্নীৰ মৃতদেহ সাবটি বৃদ্ধই কটালে ২১ বছৰ
দাদুল দেৱকৃষ্ণ বৰুৱা
২১ বছৰ পূৰ্বেই পত্নীক হেৰুৱাইছিল তেওঁ। কিন্তু এতিয়াও মানি ল'ব পৰা নাই পত্নীৰ মৃত্যুৰ খবৰ। ফলত সেই ২১ বছৰ ধৰি মৃত পত্নীৰ লগতেই সংসাৰ চলাইছে তেওঁ। পত্নীৰ মৃত্যু হৈছিল ২০০১ চনত। তাৰ পিছৰে পৰা সেই মৃত স্ত্রীৰ লগতেই জীৱন…
ৰঙা জোনৰ এনিশাঃ ১৬ মে’ত পূৰ্ণগ্ৰাস চন্দ্ৰ গ্রহণ
দাদুল দেৱকৃষ্ণ বৰুৱাজোনৰ মোহত মোহাছন্নসকলৰ বাবে সুখবৰ। নিঃসন্দেহে মে' মাহৰ আকাশত ৰাণী হ'ব ৰঙা জোন। জ্যোতির্বিজ্ঞানীৰ হিচাপ মতে, মাহটোৰ ১৬ তাৰিখে পূৰ্ণগ্ৰাস চন্দ্ৰ গ্রহণ প্রত্যাশিত। উল্লিখিত তাৰিখত চন্দ্ৰ, সূর্য আৰু পৃথিৱী একেই সমান্তৰাল…
গল কীপাৰ
গিৰি দা এৰেষ্ট হৈছে।
মনিটৰলৈ চালো। কোনো সংখ্যা বা হৃদপিণ্ডৰ ধপধপনিৰ সাৰ-সুৰ নাই।মনিটৰৰ সকলোবোৰ উঠা নমা সম্পূৰ্ণৰূপে নিস্তেজ ! মাত্ৰ এডাল আঁচ।দীঘল আঁচ।মানে ৰোগ গৰাকীৰ মৃত্যু।
সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ নিলোৎপলে স্তব্ধ হোৱা হৃদপিণ্ড পুনৰ চালিত…
