Browsing Category
প্ৰবন্ধ
৯ মে’ টাৰ্নিং পইণ্টঃ ”বিজয় দিৱস”ত ৰাছিয়াই প্ৰকাশ্যে যুদ্ধ ঘোষণা কৰিব নেকি ?
ৰাণু বৰুৱা
অহা ৯ মে' তাৰিখে 'বিজয় দিৱস' উদযাপনৰ বাবে সাজু হৈছে ৰাছিয়া। প্ৰতি বছৰে অতি উলহমালহেৰে ৰাছিয়াৰ জনগণই ৯ মে'ৰ দিনা 'বিজয় দিৱস' পালন কৰি আহিছে। আৰু এই বছৰো ইয়াৰ ব্যতিক্ৰম নহ'ব। ইতিমধ্যেই ৰেড স্কোৱাৰত ইয়াৰ পূৰ্ণ প্ৰস্তুতি…
১ কেজি চাহপাতৰ মূল্য ১৩ কোটি টকা !
দাদুল দেৱকৃষ্ণ বৰুৱা
অবিশ্বাস্য যেন লাগিলেও সত্য। এক কিলোগ্ৰাম চাহৰ মূল্য ১৩ কোটি টকা। ইমান মহঙা কিয় এই চাহ ? জনাম সকলো। কিন্তু তাৰ পূৰ্বে জানিব লাগিব এসময়ৰ ভাৰতীয় জুনিয়ৰ ক্ৰিকেট দলৰ সদস্য চাহিদ ৰহমানৰ কথা।ক্ৰিকেটৰ পৰা চাহ…
ধৰ্মযুদ্ধ কেনেকৈ ?
বেদব্ৰত বৰা
ভাৰতীয় মানুহৰ চিন্তা আৰু চেতনা প্ৰৱাহ নিয়ন্ত্ৰণ কৰা দুই মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত সদায় ধৰ্মৰ জয়ৰ কথা কোৱা হৈছে আৰু 'যথা দৈৱ তথা জয়’ নীতিৰেই ধৰ্মযুদ্ধৰ দোহাই দিয়া হৈছে। দুয়োখন মহাকাব্যতে কিন্তু ধৰ্মযুদ্ধৰ নামত বহু ধাৰ্মিক…
ন্যায় প্ৰদানত জটিল প্ৰত্যাহ্বানৰ সন্মুখীন ন্যায় পালিকা
ৰাণু বৰুৱা
"ন্যায় প্ৰদানত পলম হ'লে সেয়া অন্যায়"(Justice delayed, Justice denied) ই এতিয়া কেৱল এষাৰ আপ্ত বাক্যই হৈ থকা নাই। ই ভাৰতত এতিয়া বাস্তৱত পৰিণত হৈছে। গোচৰৰ ভৰত কোঙা হৈ পৰিছে দেশখনৰ ন্যায় ব্যৱস্থা।
যোৱা শুকুৰবাৰে উচ্চ…
ঈদ মোবাৰকঃ আজি পৱিত্ৰ ঈদ-উল-ফিটৰ
মুক্তাৰ আলী
জীৱনটোক সলনি কৰাৰ কচৰৎ আপুনি কেতিয়াবা কৰিছেনে? এই ধৰক আপুনি এখন ৰুটিন প্ৰস্তুত কৰি ল'লে যে বছৰৰ এটা মাহ আপুনি কেৱল অনুশীলন কৰিব এটা সৎ জীৱন যাপন কৰিবলৈ। সেই মৰ্মে আপুনি আৰম্ভ কৰিলে অনুশীলন। নিজৰ সমস্ত বদ অভ্যাস ত্যাগ কৰি পন…
মিচিং ভাষা-সাহিত্য বিকাশত জাতীয় সংগঠনৰ ভূমিকা
বিজয় বৰি
সিঁচৰতি হৈ থকা এটা জাতিক ঐক্যবদ্ধ ৰূপত গঠনৰ মূল আধাৰ হৈছে ভাষা। এই ভাষাৰ স্বকীয় সাহিত্য, সংস্কৃতিয়ে জাতি এটাৰ অস্তিত্বৰ প্ৰথম পৰিচয়। ভাষা কেৱল মানুহৰ কথাবাৰ্তাৰে মাধ্যম নহয়, ই জাতীয় আত্মপৰিচয়। ভাষাৰ মাজতে নিহিত হৈ থাকে এটা জাতিৰ…
কৃষ্ণ সাগৰত সৈনিক ডলফিন
দাদুল দেৱকৃষ্ণ বৰুৱা
১৯৭৩ চনত এখন চিনেমাই মুক্তি পাইছিল। চিনেমাখন আছিল আমেৰিকান ছায়েন্স ফিক্সন থ্ৰিলাৰ। নাম 'দ্য ডে অব দ্য ডলফিন' (The Day of the Dolphin)। মাইক নিকলচ (Mike Nichols) পৰিচালিত চিনেমাখনৰ চিত্ৰনাট্য ১৯৬৭ চনত প্ৰকাশিত ফৰাচী…
জন হেনৰিৰ সন্ধানত…
দাদুল দেৱকৃষ্ণ বৰুৱা
আজি পহিলা মে'। বিশ্বজুৰি পালিত হয় আজিৰ দিনটো মে' দিৱস হিচাপে। এই দিনটো শ্ৰমিকসকলৰ দাবী আদায়ৰ দিন হিচাবে প্ৰতিষ্ঠিত। এই শ্ৰমিক দিৱসৰ গীত হিচাবে আমি শুনি আহিছোঁ পল ৰবচনৰ ৰচনা, হেমাংগ বিশ্বাসৰ অনুবাদ আৰু গায়নেৰে এটি…
চিলিকন ভেলীত ‘অমৰত্ব’ৰ সন্ধান
দাদুল দেৱকৃষ্ণ বৰুৱাচীনৰ এজন ৰজাই তেওঁৰ প্রজাসকলক নির্দেশ দিছিল এক অমোঘ ঔষধ বিচাৰি আনিবলৈ, যাৰ থাকিব মৃত্যু বিনাশী ক্ষমতা। ষোড়শ শতাব্দীৰ ফ্রান্সত অভিজাত শ্রেণীৰ লোকসকলে তেওঁলোকৰ আয়ুস বৃদ্ধিৰ বাবে হজমযোগ্য সোণ পান কৰিছিল। অমৰত্ব…
পৃথিৱীৰ প্রথমগৰাকী নাৰী ব্যৱসায়ীৰ সন্ধানত
দাদুল দেৱকৃষ্ণ বৰুৱাকৰ'না-পৰৱর্তী সময়ত অর্থনৈতিক ক্ষেত্ৰলৈ এক ব্যাপক পৰিৱর্তন আহিছে ব্যৱসায়ৰ ক্ষেত্রত। বিশেষকৈ নাৰীসকলৰ বৃহৎ এটা অংশ ব্যৱসায়ৰ প্ৰতি আগ্রহী হৈ উঠিছে। কিন্তু কেতিয়াৰ পৰা ব্যৱসায় ক্ষেত্ৰলৈ নাৰীৰ আগমন ঘটিছিল? ইতিহাসৰ…
