Browsing Category
প্ৰবন্ধ
বালিচৰত কৃষি সম্ভাৱনীয়তা
মুক্তাৰ আলী
সমগ্ৰ বিশ্বৰ লগতে অসমৰ কৃষি-ক্ষেত্ৰতো বৈপ্লৱিক পৰিৱৰ্তন সাধিত হৈছে। তথ্য-প্ৰযুক্তিৰ নিত্য নতুন আবিষ্কাৰে অজ্ঞতা আঁতৰাই আধুনিক কৃষি-কৌশলবোৰো সৰ্বব্যাপী কৰি তুলিছে। কৃষি প্ৰধান অসমৰ নৈপৰীয়া কৃষক ৰাইজেও সংগ্ৰামী জীৱন যুদ্ধৰ…
‘‘নতুন পাটপথ’’ আৰু বিশ্ব ৰাজনীতি
ড॰ ৰক্তিম ৰঞ্জন শইকীয়া
আজিৰ পৰা শতাধিক বছৰৰ আগতেই ভূ-ৰাজনীতিৰ পিতৃপুৰুষ, ব্ৰিটিছ ৰণনীতি বিশাৰদ চাৰ হেলফৰ্ড মেকিণ্ডাৰে এ ভূগোল আৰু ৰাজনীতি সংযোগ কৰি প্ৰথমবাৰৰ বাবে এটা সূত্ৰ আগবঢ়াইছিল। আজি পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীন দেশৰ…
বিহু বিতৰ্কঃ এটি তাৎক্ষণিক প্ৰতিক্ৰিয়া
হৰ্ষবৰ্দ্ধনএইকেইদিন সামাজিক মাধ্যমত বিহু বিষয়ক বিতৰ্ক এটা চলি আছে। পঢ়ি আছোঁ, একাংশই টেগ কৰিছে, একাংশই প্ৰতিক্ৰিয়া বিচাৰিছে। আচলতে এইকেইদিন বিতৰ্কৰ পৰা কিছু আঁতৰি আছোঁ বাবেই একো মাত দিয়া নাছিলোঁ। কিন্তু মনে…
বতৰ পৰিৱৰ্তন আৰু আহুখেতিৰ কথা
দিগন্ত কুমাৰ কাকতি
আমি স্কুলত পঢ়ি থকা দিনত শালি খেতি কৰাৰ লগতে আমাৰ অঞ্চলৰ সকলো খেতি কৰা মানুহেই অলপ হ'লেও আহুখেতি কৰিছিল । পুহৰ হাড়কঁপোৱা ঠাণ্ডা কিছু কমাৰ পাছত সাধাৰণতে মাঘ বিহুৰ পাছৰপৰাই আহুখেতিৰ বাবে হাল বাবলৈ আৰম্ভ কৰে । কোন শ্ৰেণীত…
বানৰ আনন্দ
মুক্তাৰ আলী
এইবাৰ চ'ততে বান হ'ল।নেৰানেপেৰা বৰষুণত উফন্দি উঠিল নৈ উপনৈ। সাধাৰণতে আগতীয়া বান হ'লে নৈপৰীয়া কৃষকসকলৰ দুৰৱস্থা হয়।পথাৰৰ ফচল তুলিব নোৱাৰি অনিচ্ছাস্বত্বেও উৎসৰ্গা কৰিব লগা হয় বাঢ়নী পানীক। জলচৰ প্ৰাণীবোৰৰ বহুদিনীয়া ভোক নিবাৰণ…
আগন্তুক ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু বিজেপিৰ ৰাজনৈতিক গুণা গঁথা
ডাঃ সীমান্ত কোঁৱৰ
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি গৰাকীক নিৰ্বাচন কৰা হয় Electoral college নামৰ এক বিশেষ ব্যৱস্থা বা পদ্ধতিৰ দ্বাৰা। এই ব্যৱস্থাটো ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব পৰা নিৰ্বাচক (সদস্য) সকলক লৈ গঠিত হয়। দেশৰ ৰাজ্যসভা আৰু লোকসভাৰ সদস্য সকলৰ…
