Browsing Category

প্ৰবন্ধ

আচল শিক্ষক কোন

শৈলেন বৰুৱা       পৰিভ্ৰমী চৰাইৰ কথা আমি জানো। আমাৰ অসমলৈও শীতকালত সুদূৰ চাইবেৰিয়াৰ পৰা পক্ষী অহাৰ বতৰাও লাভ কৰোঁ। কিন্তু চৰায়ে কেনেদৰে নিৰ্ভুল পথেৰে পৰিভ্ৰমণ কৰে… সেয়া এতিয়াও বহুলাংশে ৰহস্যৰ আৱৰ্তত। শেহতীয়াকৈ ফিনলেণ্ডত এজনী মাইকী…

বিল

ডাঃ সুৰজিৎ গিৰি "ছাৰ,ফাৰ্মাচীৰ বিলটো প্ৰায় সাত হেজাৰ টকা হৈছে।'প্ৰগতি হস্পিটেলৰ ICU টেকনিচিয়ান নবৰ ফোনটো পাই আচৰিত হলো।ইমান বিল কেনেকৈ হব পালে?৩০ জুলাই,দেওবাৰৰ ৰাতিপুৱা প্ৰায় ৫:৪৫ মিনিটমানত বৰ পুখুৰী পাৰৰ শেষ পাকটো শ্ৰীমতীৰ লগত…

চিঁয়া নাহৰ আৰু অৰণ্য কেৰুৰ সন্ধানত

মানস প্রতিম দত্ত অসম প্রাকৃতিক আৰু বৌদ্ধিকভাৱে সমৃদ্ধিশালী ৰাজ্য। ৰাজ্যখনৰ প্রতিখন জিলাই প্রকৃতিৰ অপূর্ব ভাণ্ডাৰস্বৰূপ। প্রাকৃতিক সম্পদত চহকী তেনে এখন জিলাই হৈছে লখিমপুৰ জিলা। বিভিন্ন ধৰণৰ চৰাই চিৰিকতি, তৰু-তৃণ আৰু অন্যান্য জীৱ-জন্তুৰ…

বন্ধু আৰু বন্ধুত্বঃ আত্মীয়তাৰ পৃথিৱী 

মুক্তাৰ আলী      বন্ধুবিহীন জীৱন কল্পনাই কৰিব নোৱাৰি।প্ৰতিজন মানুহৰে অলেখ বন্ধু থাকে। সকলো বন্ধুৰ মাজতো থাকে একো একোজন বিশেষ বন্ধু। বন্ধুত্ব মানেই এক অনাবিল প্ৰশান্তি,মনৰ জুৰণীয়া বা,সম্পদ বিপদৰ সংগী।বন্ধুত্ব আত্মাৰ এক শক্তিশালী বন্ধন।…

সহনশীলতাৰ সেই  ছবিখন…

দীপামণি হাজৰিকা বৰুৱা    মূৰৰ ওপৰত ছাঁ দি থকা  হাতবোৰ  হেৰাই যোৱাৰ পাছতহে অনুভৱ হয় অতিমাত্ৰা ৰ'দ কিম্বা বৰষুণ জীৱনৰ বাবে কিমান ক্ষতিকাৰক।স্কুলত থকা সময়খিনিত প্ৰতিদিনাই কোনোবা নহয় কোনোবা সময়ত  হাত কিছুমানৰ অভাৱ বৰকৈ অনুভৱ কৰোঁ।যিবোৰ…

মই ফেঁটী সাপে কৈছো…

ডাঃ সুৰজিৎ গিৰিমূৰটো তুলি দূৰৈৰপৰা চালো।আইতা গৰাকীক হস্পিটেললৈ লৈ যোৱাৰ যা-যোগাৰ কৰিছে।       ৰক্ষা!    মই বুঢ়া হৈ আহিছোঁ। পূৰ্বৰ দৰে লৰা-ধপৰা কৰিব নোৱাৰোঁ। ভেকুলী, নিগনি আদিবোৰ বৰ বেগাই যায় দেখোন!যিখন পিটনিত মই থাকো, সেইখনো সংকুচিত…

দীঘলী পুখুৰী আপুনি-মই ভবাতকৈ পুৰণি

শৈলেন বৰুৱা দীঘলী পুখুৰী কোনে খন্দাইছিল? তাৰ বিজ্ঞানসন্মত তথ্য এতিয়ালৈকে বাহিৰ হোৱা নাই। ই অসমৰ আটাইতকৈ পুৰণি পুখুৰী বুলি জনা যায়। কোনোৰ মতে পুখুৰীটো মহাভাৰতৰ যুগৰে... এটা কথা সত্য যে আহোম ৰাজত্ব কালত খন্দোৱা পুখুৰীৰ সৈতে দীঘলী পুখুৰীৰ…

ৰামকণ ঘূৰি আহিল…

শৈলেন বৰুৱা ৰামকণ ঘূৰি আহিল… এইটো কোনো নিউজ নহয় বা ৰামকণো কোনো তথাকথিত ডাঙৰ মানুহ নহয় যে ৰামকণ "নিজৰ জেগা"লৈ ঘূৰি অহাটো সংবাদ মাধ্যমত প্ৰকাশযোগ্য কিবা এটা খবৰ হ'ব! কিন্তু ৰামকণৰ জীৱন চৰিত জানিলে আপুনিও আচৰিত হ'ব যে ৰামকণ কিয় ঘূৰি আহিল।…

ভাইৰেল

ডাঃ সুৰজিৎ গিৰি মোবাইলৰ কৰ্কশ মাতত সাৰ পাই ফোনটো ধৰো।২৮ মেৰ ৰাতি ১১:৪৫ মান বাজিছিল।"ছাৰ, মই লখিমপুৰ মেডিকেল কলেজৰ পৰা কৈছো।১০ টা এন্টিভেনম দি থকা হৈছে কিন্তু লৰাটোৰ কোনো উন্নতি হোৱা নাই?"ডাঃ লুইছ বৰবৰাৰ কথাত একেকোবে টোপনিৰ জালটো…

সমন্বিত সাৱধানতাৰেও উষ্ণতা বৃদ্ধি ৰোধ কৰা সম্ভৱ

মুক্তাৰ আলী      উৎকট গৰম। কেইদিনমান আগলৈকে তীব্ৰ বৰষুণত আমি একপ্ৰকাৰ অতিষ্ঠ হৈ পৰিছিলো। বতৰৰ এই সঘন পৰিৱৰ্তনৰ আঁৰত গোলকীয় উষ্ণতা বৃদ্ধি।বিশ্বৰ আগশাৰীৰ জলবায়ু বিজ্ঞানীসকলে বিশ্বৰ উষ্ণতা বৃদ্ধিৰ সম্পৰ্কত সতৰ্কবাণী প্ৰদান কৰিছে। সময়ৰ খৰ…