Browsing Category
প্ৰবন্ধ
উৎসৰ পৰাই টিহু নদী শুকাইছে …
ধ্ৰুৱজ্যোতি কলিতা
সৰুৰেপৰাই শুনি আহিছিলো, টিহু নদীখন হেনো পথাৰৰ মাজত থকা এটা পানীৰ উহৰপৰা আৰম্ভ হৈছে। আজিৰপৰা কেইমাহমান আগতে, যোৱা ২০২০ চনৰ ডিচেম্বৰ মাহত এদিন টিহু মহাবিদ্যালয়ৰ উদ্ভিদ বিভাগৰ সহযোগী অধ্যাপক তথা অসম বিজ্ঞান সমিতিৰ টিহু শাখাৰ…
ফাটবিহুৰ তিতা-কেহা বিতৰ্ক
শৈলেন বৰুৱা
লেখাটোৰ আৰম্ভণিতে এইকেইটা কথা স্পষ্ট হৈ লোৱাটো ভাল ফাটবিহু- অসমীয়া বিহু সংস্কৃতিত ঢকুৱাখনাৰ এক এদনীয়া (Exclusive) সংযোজন। সেয়ে অসমৰ এক অনন্য বিহু উৎসৱ-ফাটবিহু।
ফাটবিহু সমিতিঃ ফাটবিহু অনুষ্ঠিত কৰিবলৈ বা অন্যান্য কাম…
গজৰাজৰ কথাৰে…
হিমাংশু শংকৰ গগৈ
সাম্প্ৰতিক সময়ৰ অতিকৈ চৰ্চিত এটা বিষয় । সঘনাই বাতৰি কাকত, সামাজিক মাধ্যম আৰু অন্যান্য বৈদ্যুতিন মাধ্যমত আমি প্ৰত্যক্ষ কৰিবলৈ পোৱা এটা চৰ্চিত শিৰোনাম । হাতী মানুহৰ সংঘাত । কেতিয়াবা যদি জন অৰণ্যত প্ৰৱেশ কৰি বন্যহস্তীৰ…
ঝক্ ঝক্ ৰেল চলে সেউজ সতেজতাৰ মাজেৰে…
ৰুবী বৰা
পুৱা ৫ বাজি ৫৫ মিনিট হোৱাৰ লগে লগে হাৰমতী অভাৰব্ৰীজখনৰ তলেদি নাহৰলগুন-তিনিচুকীয়া ভিষ্টাডাম ট্ৰেইনখন দীঘলীয়া উকি মাৰি হাৰমতী জংচনত প্ৰৱেশ কৰিলেহি। ট্ৰেইনখনত উঠিয়েই নিজৰ পচন্দৰ খিৰিকী কাষৰ ছীট এটা বিচাৰি বহি ল’লো। বেগ-পাতি থান…
প্ৰতিযোগিতাৰ দৌৰত আমাৰ মানসিকতা পঙ্গু হৈ পৰিছে নেকি!
বিমল বৰগোঁহাই
আজিৰ এই শিৰোনামটিৰ বিষয় বস্তুৰ ওপৰত আলোচনা কৰাৰ আগতে আমি প্ৰতিযোগিতাৰ সংজ্ঞা জনাটো খুবেই প্ৰয়োজন। অভিধান মতে প্ৰতিযোগিতাৰ অৰ্থ হল কাৰোবাৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নমা। অৰ্থাৎ কোনো এক নিদিষ্ট লক্ষ্যত উপনীত হবলৈ দুই বা ততোধিক…
শ্ৰমিক দিৱসৰ প্ৰাসংগিকতা
দীক্ষিত চুতীয়া
শ্ৰমিকসকলৰ শ্ৰমৰ প্ৰতি সন্মান জনাই প্ৰত্যেক বছৰৰ মে' মাহৰ ১ তাৰিখে শ্ৰমিক দিৱস উদযাপন কৰা হয়। ইয়াৰ দ্বাৰা শ্ৰমিকসকলৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ অধিকাৰ, স্বাধীনতাৰ প্ৰতিও সজাগ আৰু সচেতনতাত গুৰুত্ব প্ৰদান…
লকড (locked)
ডাঃ সুৰজিৎ গিৰি
"নাই,ই মৰিব নোৱাৰে।ই বাচিবই লাগিব।"
মৃত লৰাটোৰ বুকুত হেঁচি হেঁচি (CPR) নিজকে মনে মনে মিছা সান্ত্বনা দিবলৈ চেষ্টা কৰিলোঁ। ICU টেকনিচিয়ান ন'ব'ক বুকুত হেঁচা প্ৰয়োগ কৰিবলৈ কৈ কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ ব্যৱস্থাৰ বাবে যা-যোগাৰ…
মাকৈ বিপ্লৱ বনাম শাক-পাচলিৰ নাটনি-দৰ বৃদ্ধি
ড° লক্ষীপ্ৰসাদ হাজৰিকা
চাউল-দাইলৰ লগতে আমাৰ নিত্য প্ৰয়োজনীয় খাদ্য শস্যৰ তালিকাত শাক-পাচলিৰ গুৰুত্ব অপৰিহাৰ্য৷ ইয়াৰ ভিতৰত আলু-পিঁয়াজৰ বাবে আমি বৰ্তমানে বহিঃ ৰাজ্যৰ ওপৰতে নিৰ্ভৰশীল৷ অনুকূল বতৰৰ বাবে অসমত শীতকালীন শাক-পাচলিৰ প্ৰায়বোৰ…
আই আই টি গুৱাহাটীৰ “ব’হাগৰ দুৱাৰডলিত” অনুষ্ঠানটিৰ জন্ম বৃত্তান্ত
কিছু মনে মিলা মানুহ একেলগে থাকি দৈনন্দিন কাম কাজৰ মাজতে সময় উলিয়াই ৰং- ৰহইচৰ বাবে চিন্তা কৰোতেই সম্ভৱতঃ সৃষ্টি হয় সংস্কৃতিৰ। প্রায় দুই দশকৰ আগতে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই আই টি) গুৱাহাটীত অধ্যয়নৰত অসমৰ ছাত্র-ছাত্রীৰ সংখ্যা…
বিষাক্ত মকৰা (TARANTULA)
ডাঃ সুৰজিত গিৰি
"আপোনাৰ আঙুলিটো কাটিব লাগিব। নহ’লে গোটেই হাতখনত বিয়পি পৰিব।তেতিয়া আপোনাৰ বিপদ হব।"তেওঁৰ কান্ধত হাতখন থৈ কথাখিনি কওঁ নকওঁ কৈ বুজাই কলো।মোৰ কথাখিনি শুনি তেওঁ মোলৈ থৰ লাগি চাই থাকিল।সৰ্প দংশনৰ চিকিৎসা কৰাৰ সমান্তৰাল…
