Browsing Category
প্ৰবন্ধ
উদ্ধত যত শাখাৰ শিখৰে…
দাদুল দেৱকৃষ্ণ বৰুৱা
১৯৩৮ চনত প্ৰকাশিত Daphne du Maurierৰ উপন্যাস Rebeccaৰ নায়িকা ৰেবেকাৰ যৌৱন ৰডোডেনড্রনৰ তপ্তযৌৱনৰ ৰঙেৰে ৰঙা। এই উপন্যাসৰ অৱলম্বনতেই হিচককে নিৰ্মাণ কৰিছিল বিখ্যাত চলচ্চিত্র Rebecca। ৰডোডেনড্রনক ভাৰতীয় সাহিত্যত ভাস্বৰ…
বিহুৰ লগত জড়িত কেৰিয়াৰ
ড° বুলজিৎ বুঢ়াগোহাঁই
ৰঙালী বিহুৰ লগত জড়িত কেৰিয়াৰ মানে হ'ল বিহুৰ লগত হ'ব পৰা জীৱন-জীৱিকাৰ পথসমূহ। ইয়াৰ লগত বিভিন্ন ধৰণৰ কথা জড়িত হৈ আছে। আমি জানোঁ যে আমাৰ ৰাজ্যখনৰ সকলো অঞ্চলৰ লগতে প্ৰবাসী অসমীয়াসকলেও পৃথিৱীৰ বিভিন্ন অঞ্চলত ৰঙালী বিহু…
উচ্চতৰ মাধ্যমিকত শাখা নিৰ্বাচনৰ ক্ষেত্রত কি কি দিশ চাব লাগে
ড° বুলজিৎ বুঢ়াগোহাঁই
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সাধাৰণতে প্রায়বোৰ ছাত্র-ছাত্রীয়ে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওতে…
সৌন্দৰ্যৰ অভিসম্পাত!
দাদুল দেৱকৃষ্ণ বৰুৱা
অত্যধিক সৌন্দৰ্য কেতিয়াবা অভিশাপ হৈ উঠে। এয়া দেখা গৈছে শামুকৰ এটা প্ৰজাতিৰ ক্ষেত্ৰতো। দৰ্শনীয় ৰঙৰ খোলাবোৰৰ বাবেই সংকটজনকভাৱে বিপন্ন হৈ পৰিছে বিশেষ প্ৰজাতিৰ কিউবান শামুক। এই নিৰীহ জীৱবিধৰ নাম কিউবান পেইণ্টেড স্নেইল…
জলতে নামিলা জল নাৰায়ণ…
দাদুল দেৱকৃষ্ণ বৰুৱা
জলতে নামিলা জল নাৰায়ণ
পথাৰত গঞ্জিলা ধান।
ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণ উপজিলা
তাতে উপজিলা নাম।।
ওপৰৰ লোকগীতফাঁকিত জলত জল-নাৰায়ণ নমাৰ কথা কোৱাৰ দৰে বিজ্ঞানেও কৈছে— জলতেই জীৱৰ সৃষ্টি। জল বা পানী অবিহনে নহ'লহেঁতেন সৃষ্টি…
উচ্ছেদ,বনভূমি সুৰক্ষা আৰু বিশ্ব বন দিৱস
মুক্তাৰ আলী
যোৱা কেইদিনমানৰপৰা অবাধে বৰষুণ হৈ আছে আৰু আগন্তুক কেইবাদিনলৈকে বতৰ পৰিৱৰ্তনৰ আশা বতৰ বিজ্ঞানীসকলে পোৱা নাই।বিগত বহুদিন বৰষুণৰ অভাৱত শুকাই পৰিছিল পৃথিৱী। এইদৰে অতিবৃষ্টি অনাবৃষ্টিৰ প্ৰকোপ দিনে দিনে বাঢ়িব ধৰিছে। ইয়াৰো এক অন্যতম…
মুখত দুডাল দুবৰি বন, দুডাল খৰিকা…
মানস প্ৰতিম দত্ত
শৈশৱৰ দিনবোৰত ৰ'দ-বৰষুণ একেলগে দিলে মাহঁতে আমাক কৈছিল - খঁৰা শিয়ালৰ বিয়া পাতিছে চা! লগে লগে আমিও চিঞৰি চিঞৰি গাইছিলোঁ -
ৰ'দো দিছে বৰষুণো দিছে খঁৰা শিয়ালৰ বিয়া
ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া।
আকৌ, কেতিয়াবা হঠাৎ…
অসমত ৭৩ দিনত ৫৯ টা শগুনৰ মৃত্যু
ধ্ৰুৱ জ্যোতি চেতিয়া বৰ্তমান সময়ত অসমত শগুনৰ মৃত্যুৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি হৈছে । বিগত বছৰ বোৰৰ মৃত্যুৰ তথ্যবোৰ যদি লুটিয়াই নাচায় কেৱল এই বছৰৰ জানুৱাৰী ১ তাৰিখৰ পৰা আজি (১৪/০৩/২০২৩) তাৰিখলৈকে তথ্যবোৰলৈ যদি লক্ষ্য কৰো তেতিয়া…
শঙ্কৰদেৱ অধ্যয়নঃ ক’ত কেনেকৈ কৰিব পাৰিব
ড° বুলজিৎ বুঢ়াগোহাঁই
শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেখেতৰ সৃষ্টি সমূহ ক'ত, কেনেদৰে আজিৰ প্ৰজন্মই গৱেষণা কৰিব পাৰিব তাৰ বিষয়ে দুৱাষাৰ উল্লেখ কৰিব বিচাৰিছো। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত শঙ্কৰদেৱ অধ্যয়ন (Sankaradeva Studies) নামৰ এটা…
নাৰী দিৱসঃ মুক্ত তিৰোতাৰ আচৰণৰ চিন্তা
বিমল বৰগোঁহাই
৮ মাৰ্চ "আন্তৰ্জাতিক নাৰী দিৱস"। ইংৰাজী ৮ মাৰ্চ তাৰিখে গোটেই বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস হিচাবে উদযাপন কৰা হয়। কিন্তু, বহুতে হয়তো নাজানে এই ৮ মাৰ্চ দিনটোতে কিয় "আন্তৰ্জাতিক নাৰী দিৱস" উদযাপন কৰা হয়।গতিকে, ইয়াৰ বিষয়ে জানিবলৈ…
