Browsing Category
প্ৰবন্ধ
বাল্যবিবাহ, কিশোৰী মাতৃত্ব আৰু দুটামান প্ৰশ্ন
তৃষ্ণা বৰগোহাঞি
হাইলাইটসমাজত সাক্ষৰতাৰ হাৰ বৃদ্ধি মানেই শিক্ষিত লোকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি ভবাটো ভুল।২০২০-২১ চনত অসমত হাইস্কুল পৰ্যায়ত বিদ্যালয় আধাতে এৰা (ড্ৰপ আউট )ছাত্ৰীৰ সংখ্যা ৩১.৪ শতাংশ।বিবাহযোগ্য কন্যাক…
‘চিত্ৰ ভাগৱত’ৰ চিত্ৰসমূহ কোনে আঁকিছিল
দিগন্ত হাজৰিকা
'চিত্ৰ ভাগৱত'ৰ চিত্ৰসমূহ কোনে আঁকিছিল, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আজি কেইদিনমানৰ আগতে এটা post দিছিলোঁ। বহুজনে বহু উত্তৰ দিছে। সকলোকে প্ৰণাম। আচলতে মোৰ উদ্দেশ্য আছিল সেই বিষয় সম্পৰ্কে যিসকলে বিভিন্ন সভা-সমিতি আদিত এইবিষয়ে কয়…
ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্ব
ড° বুলজিৎ বুঢ়াগোহাঁই
২০০৬ চনৰ ১৪ মাৰ্চ তাৰিখে য়াহু গ্রুপ (yahoogroup)ৰ যোগেদি ‘শব্দ ডট অৰ্গ (http://www.xobdo.org) সম্পৰ্কীয় এটা ই-মেইল লাভ কৰিছিলো ৷ই-মেইলটো প্ৰেৰণ কৰিছিল এজন দাদা বিক্ৰম এম. বৰুৱাই ৷ ‘শব্দ ডট অৰ্গ’ হৈছে বিশ্বৰ…
দেউলীয়া হোৱাৰ পথত পাকিস্তান ! প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য
হাইলাইটপাকিস্তানৰ অৰ্থনৈতিক অৱস্থা বেয়াৰ পৰা বেয়ালৈ গৈ আছে।বৈদেশিক মুদ্ৰাৰ মজুততো উত্তেজনা সৃষ্টি হৈছে।আমেৰিকাৰ এটা অৰ্থনৈতিক সংবাদ সংস্থাই প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ প্ৰতিবেদন। পাকিস্তানৰ অৰ্থনীতি বেয়া হৈ…
দেশৰ দহখন শীৰ্ষৰ সাক্ষৰ ৰাজ্য
দেশৰ প্ৰগতি আৰু সমৃদ্ধিৰ মূল ভিত্তি হৈছে শিক্ষা। আচলতে এজন সচেতন আৰু শিক্ষিত ব্যক্তিয়ে সমাজখনক আগুৱাই লৈ যায়। সেই দেশৰ শিক্ষাৰ হাৰৰ লগতো দেশৰ উন্নয়নৰ সম্পৰ্ক আছে। যিয়ে সামগ্ৰিকভাৱে সমাজ আৰু সংস্কৃতিক আগুৱাই নিয়াত সহায় কৰে। যাৰ…
হত্যাকাৰী ডাক্তৰ
ডাঃ সুৰজিৎ গিৰি"বাপু হব পাৰা তুমি ডাঙৰ ডাক্তৰ।কিন্তু তুমি এজন হত্যাকাৰী।হত্যাকাৰী ডাক্তৰ।"
প্ৰায় ৭৫ বছৰীয়া ককাৰ বাক্য বানত নাৰ্ছ, টেকনিছিয়ান,মনিটৰৰ শব্দৰে গুণগুণাই থকা প্ৰগতি হস্পিটেলৰ ICUটো কাহ পৰি জিন যায়।বিচনাত আইতাৰ নিথৰ…
মাঘ যে আমাৰ ভোগালী মাহ…
দাদুল দেৱকৃষ্ণ বৰুৱা
মাঘ বিহু বুলিলেই কণ দাইটিৰ গা সাতখন আঠখন লাগে! তাহানিৰ মাঘ বিহুৰ ওলহ মালহ আজিকালি নাই যদিও কণ দাইটিয়ে মনৰ জোৰ হেৰুওৱা নাই। দাইটিয়ে বহাগ বিহুত গাঁৱৰ হুঁচৰিযোৰাৰ লগত সহযোগ কৰিবই কৰিব, কাতি বিহুত পথাৰত চাকি দিবই। আৰু…
সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ ভোগালী বিহু…
ড° বুলজিৎ বুঢ়াগোহাঁই
ভোগালী বিহু অসমৰ জাতীয় উৎসৱ । ৰাজ্যখনৰ সকলো অঞ্চলত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভোগালী বিহু পালন কৰে। প্রৱাসী অসমীয়া সকলেও ভোগালী বিহু পালন কৰে। ভোগালী বিহু উদযাপন সমিতিবোৰৰ উদ্যোগত ভোগালী বিহু উপলক্ষে বিভিন্ন…
উদ্যমিতাক জনপ্ৰিয়কৰণ কৰা প্রফুল্ল কুমাৰ শইকীয়া আৰু তেখেতৰ কিতাপৰ বিষয়ে
ড° বুলজিৎ বুঢ়াগোহাঁই
অসমত উদ্যমিতাক জনপ্ৰিয়কৰণৰ বাবে কাম কৰা সকলৰ ভিতৰত এজন হ’ল – প্রফুল্ল কুমাৰ শইকীয়া (ই-মেইল: prafullakrsaikia@gmail.com, ফোন: ৯৪৩৫০১৫২০৭)। তেখেতে উদ্যোগ আৰু বাণিজ্য আয়ুক্ত কাৰ্যালয়ৰ পৰা অতিৰিক্ত সঞ্চালক হিচাবে ৩১…
ক্ষুদ্র উদ্যোগত সফলতা লাভত সহায় হ’ব পৰা এখন কিতাপ
ড° বুলজিৎ বুঢ়াগোহাঁই
আমাৰ ৰাজ্যখনৰ বহুসংখ্যক যুৱক-যুৱতীয়ে শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয় । ফলত ৰাজ্যখনত নিবনুৱা সমস্যাই গা কৰি উঠিছে । আমি সকলোৱে…
