Browsing Category

প্ৰবন্ধ

নামৰ আঁতি-গুৰি…কাকচাঙৰ কথকতা…

অঞ্জু  কোঁৱৰ৩১ ডিচেম্বৰত উপহাৰ স্বৰূপে হাতত পৰিছিল — কাকচাঙৰ কথকতা। লেখক — দাদুল দেৱকৃষ্ণ বৰুৱা। কিতাপ খনৰ ৪৫ পৃষ্ঠাত এটি বাক্য আছে - বিশ্বৰ বিৰল নৈ ভোগদৈ।নৈ প্ৰকৃতিৰ এক অপৰূপ সৃষ্টি । নৈবোৰ সৃষ্টিৰ কঠীয়াতলি , জীৱন আৰু জীৱিকাৰ…

স্বাধীন দেশৰ নাগৰিক হোৱাৰ অনুভৱ

দিগন্ত কাকতি      কিছুদিন আগতে আমাৰ সকলোৰে প্ৰিয় বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচিদেৱ অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হোৱাৰ সময়ত ‘শতাব্দ‘ৰ সম্পাদক শৈলেন বৰুৱাদেৱে ঠংচিদেৱক প্ৰথমবাৰ লগ পোৱাৰ স্মৃতিচাৰণ কৰোতে হঠাতে গুৱাহাটীৰ পৰা গৈ…

সন্তানক নীতি শিক্ষাৰ প্ৰয়োজন কিয়

বিমল বৰগোহাঁই      সাম্প্ৰতিক সময়ত আমাৰ প্ৰায় ভাগ ছাত্ৰ-ছাত্ৰী আৰু নৱ প্ৰজন্মৰ যুৱক-যুৱতীৰ মাজত শিষ্টাচাৰ, নিয়মানুৱৰ্তিতা, মানৱীয় প্ৰমূল্যবোধ ইত্যাদি কথাবোৰৰ অভাৱ দেখা যায়। সততে কোৱা হয় আজিৰ ছাত্র কাইলৈ দেশৰ এগৰাকী সু-নাগৰিক। এই কথাষাৰৰ…

মেকানিজিম অব মেছি…

দাদুল দেৱকৃষ্ণ বৰুৱাৰুকে না তু, থকে না তু ঝুকে না তু, থামে না তু সদা চলে, থকে না তু ৰুকে না তু, ঝুকে না তু!কুৰি শতিকাৰ হিন্দী ভাষাৰ বিখ্যাত কবি হৰিবংশ ৰায় বচ্চনৰ বিখ্যাত কবিতা 'ৰুকে না তু/ ঝুকে না তু'। এই জনপ্ৰিয় কবিতাটোৰেই…

মাৰাড’না-সাহিত্য আৰু সাহিত্যৰ মাৰাড’না

দাদুল দেৱকৃষ্ণ বৰুৱা আৰ্জেণ্টিনাৰ ফুটবল যাদুকৰ ডিয়েগো মাৰাড'নাৰ খেলক কোৱা হয় খেলপথাৰৰ কবিতা। তেওঁৰ অবিহনে দোহা বিশ্বকাপেই প্ৰথম বিশ্বকাপ। বহু লেখকে মাৰাড'নাৰ বিষয়ে বিভিন্ন প্ৰবন্ধ লিখিছে। সৃষ্টি হৈছে ভালেমান গ্ৰন্থ। এইগৰাকী কিংবদন্তিয়ে…

আপোনাৰ ঘৰৰ পুৰণা কাপোৰবোৰ আমাক দিব নেকি

     ঠেঁটুৱা লগা জাৰ সমাগত। চৌদিশে কুঁৱলীয়ে আবৰি ধৰিব... শীতল বতাহে হাড়লৈকে কঁপাব। আমি ঘৰতে নিহালিখন মেৰাই লৈ ল'ম সুখনিদ্ৰা, কিন্তু সেই শীতত এনে কিছু লোক আছে যি এডোখৰ কাপোৰ বা এখন কম্বলৰ, স্কাৰ্ফ বা চুৱেটাৰ এটাৰ বাবে ধৰফৰাব। নিশা টোপনি…

আপুনি কান্দেনে কেতিয়াবা?

দাদুল দেৱকৃষ্ণ বৰুৱা জীৱনৰ আৰম্ভণি হয় কান্দোনেৰে। জন্মৰ পৰা মৃত্যুলৈকে প্ৰায় সকলো উপলক্ষতে কান্দোন জড়িত হৈ থাকে। কান্দোন— কেতিয়াবা দুখত, কেতিয়াবা আনন্দত। কেতিয়াবা আমি অকাৰণতো কান্দো! কিমান কাহিনী, কিমান কবিতা, কিমান গান এই কান্দোন…

মৰমে হৃদয় জয় কৰোঁ আহক

বিমল বৰগোহাঁই "মৰম" মানেই যেন হৃদয়ত সৃষ্টি হোৱা এক বুজাব নোৱাৰা প্রবল অনুভৱ বা অনুভতি। হৃদয়ৰ কোনোবা এটা কোণত আপোনজনৰ প্রতি প্ৰাকৃতিক ভাবে জন্ম পোৱা এটা সুকীয়া অনুভৱেই হল মৰম বা প্ৰেম। মই ভাবোঁ, ইয়াতকৈ আৰু "মৰম"ৰ বেলেগ সংজ্ঞা নাই। অৱশ্যে এই…

মিলিব্লগাৰ : নতুন যুদ্ধাস্ত্ৰ!

দাদুল দেৱকৃষ্ণ বৰুৱা এতিয়া ছচিয়েল মিডিয়াৰ যুগ। ট্ৰেণ্ডিঙৰ ক্ষেত্ৰত ৰিল, ব্লগিং, ভ্লগিং প্ৰথম স্থানত আছে। প্ৰায় সকলোৱেই দিনটোৰ ২৪ ঘণ্টাৰ কেবাটাও ঘন্টা মোবাইলত উপলব্ধ মনোৰঞ্জনত ব্যয় কৰিছে। পিছে আপুনি জানেনে যে এই ট্ৰেণ্ডিং নিপুণ ধৰণেৰে…

বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰাসংগিকতা

 বিমল বৰগোঁহাই ইতিহাসৰ পাত লুটিয়াই চালে আমি প্রায় ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ (১২২৮-১৮২৬) বিষয়ে ভালকৈ জানিব পাৰো। আহোম ৰজাসকলে কিদৰে নিজৰ বীৰত্ব আৰু সমৰ কলা প্ৰদৰ্শনেৰে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত সাম্ৰাজ্য বিস্তাৰ কৰাৰ লগতে নিজৰ আধিপত্য…