Browsing Category
প্ৰবন্ধ
তস্মৈ শ্ৰী গুৰুৱে নমঃ
দীপামণি হাজৰিকা বৰুৱা"দীপাই মাৰিলে টিপা
গড়গাঁও পালেগৈ শিপা"
মানুহজনে আনক হহুৱাই ভাল পায়।আমাৰ প্ৰত্যেককে তেখেতে কিবা নহয় কিবা এটা বেলেগ নাম দি মাতে। বিভিন্ন উপমা দি জোকায় ।পঢ়োৱাৰ মাজে মাজে নানান খুহুতীয়া কথাৰে আমাৰ মনবোৰ অহৰহ…
অসমৰ দুই স্থানক জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ ঘোষণা
বৰজুলি চাহ বাগিচাত এবিধ বনৰীয়া ধান পোৱা যায়। প্ৰায় ০.৪১ হেক্টৰ ভূমিৰ এলেকাত পোৱা বনৰীয়া ধানবিধৰ বৈজ্ঞানিক নাম হৈছে Oryza rufipogon। ধানবিধক brown beard rice বুলিও কোৱা হয়। এই ধানবিধৰ বাবেই বৰজুলি বাগিচাৰ প্ৰায় ০.৪১ হেক্টৰ ভূমি সামৰি…
“য়েছে দৰজে ঠংচি” হওঁক এক মিলনৰ সেতু
বিমল বৰগোহাঁইযোৱা ১৮ আগষ্ট, ২০২২ তাৰিখৰ "দৈনিক জনমভূমি" কাকতৰ সম্পাদকীয় পৃষ্ঠাত বিশিষ্ট লেখক, নিবন্ধকাৰ সুমন্ত চলিহা আৰু আন এগৰাকী লিখক তিতাবৰৰ ৰাতুল মহন্ত ডাঙৰীয়াই যথাক্ৰমে "ভূপেনদাৰ সপোন আৰু য়েছে দৰজে ঠংচি" আৰু 'শৱ কটা মানুহৰ সপক্ষে"…
পৰচর্চাঃ সমাজৰ পৰা সামাজিক মাধ্যমলৈ…
বিমল বৰগোহাঁই
আমাৰ অসমীয়া অভিধানত "পৰচর্চা" বা পৰনিন্দাৰ বিষয়ে উল্লেখ আছে যে আনৰ দোষ-দুৰ্বলতাবোৰৰ বিষয়ে তেওঁৰ অনুপস্থিত আলোচনা কৰা। এই পৰচর্চাত পুৰুষ-মহিলা উভয়ে লিপ্ত হোৱা দেখা যায়। কিন্তু মোৰ মতে, পৰচর্চা মানেই যে অকল কাৰোবাৰ বিষয়ে বেয়াকৈ…
১ টকাৰ পৰা কোটিপতি হোৱা অসমীয়া ব্যৱসায়ীজন
সুনন্দ ৰাম ডেকা ওলাই আহিছিল নলবাৰীৰ বৰনৰ্দ্দী গাঁৱৰ ঘৰখনৰ পৰা৷ এটা এটকা ৷ তাতকৈ দিবলৈ আৰু একোৱেই নাছিল মানুহজনীৰ ৷ অভাৱে জুৰুলা কৰা ঘৰখনৰ হিচাপৰ অংক মিলাই মিলাই হাৰি গৈছিল তেওঁ ৷ কাম বিচাৰি ঘৰৰ পৰা ওলাই যাব খোজা ল’ৰাটোক দিবলৈ মাকজনীৰ…
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ছমাহ
দাদুল দেৱকৃষ্ণ বৰুৱা
ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱা ৬ মাহ পাৰ হৈ গ’ল। যোৱা ২৪ ফেব্ৰুৱাৰীত টেলিভিছনত দিয়া ভাষণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ ডনবাছ অঞ্চলত 'বিশেষ সামৰিক অভিযান' আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছতে ইউক্ৰেইনৰ…
জাতীয় সত্তাৰ উত্তৰণত মাতৃ ভাষাৰ ভূমিকা
বিমল বৰগোঁহাই
এটি শিশুৱে মাতৃ গৰ্ভৰ পৰা জন্ম লাভ কৰা লগে লগেই মাতৃগৰাকীৰ মুখৰ পৰা নিগৰি অহা প্ৰতিটো কথা, বাক্য শব্দ শিশুটিয়ে শিকিবলৈ ধৰে আৰু আওৰাবলৈ শিকে আৰু মাকগৰাকীয়েও নিজৰ সন্তানৰ লগত কথাৰ বা ভাৱৰ আদান-প্ৰদান কৰিবলৈ যি ভাষা ব্যৱহাৰ…
মই, মনন আৰু চিন্তন
বিমল বৰা
যোৱা ১০ জুলাইত (২০২২) দেউতাৰ শ্ৰাদ্ধ পাতিবলৈ গুৱাহাটী গৈছিলো৷ ঠিক সেই সময়ৰ পৰাই বিভিন্ন কাৰণত মোৰ অলপ অলপ মনৰ পৰিৱৰ্তন ঘটে যেন অনুভৱ হৈছিল৷ দেউতাৰ শ্ৰাদ্ধৰ পিছত মোৰ মনৰ মানসিকতা বহুত সলনি হ’ল ৷ ১১ জুলাইত দেউতাৰ শ্ৰাদ্ধ আৰু ১২…
মাখিৰ খেতিঃ এক নতুন সম্ভাৱনা
ড° লক্ষীপ্রসাদ হাজৰিকা
প্রতি বছৰত বিশ্বৰ বাঢ়ি অহা জনসংখ্যাৰ তথ্যই সচেতন মহলক চিন্তাত পেলাইছে। কাৰণ এই বাঢ়ি অহা জনসংখ্যাৰ সমান্তৰালকৈ গুণগত খাদ্য উৎপাদন বহাব পৰা নাই। ভােকাতুৰৰ লগতে পুষ্টিহীনতাৰ সংখ্যাই ভাৰতবৰ্ষৰ দৰে দেশকো লাজত পেলাইছে।…
টেমছুলা আও এক অনন্য নাৰী
বিমল বৰগোহাঁই
সাহিত্য অকাডেমী বঁটাৰে সন্মানিত নগা সম্প্রদায়ৰ কবি আৰু লেখিকা টেমছুলা আওৰ বিষয়ে কিছু কথা জানিছিলো যদিও, তেওঁৰ বিচিত্র জীৱনটোৰ বিষয়ে গম পোৱা নাছিলো। ২০১৮ চনৰ নৱেম্বৰ মাহত মোৰ এগৰাকী সম্পৰ্কীয় বাইদেউ, দুলীয়াজান অইল উচ্চতৰ…
