Browsing Category
প্ৰযুক্তি
মহাকাশত তৰাৰ বিস্ফোৰণ! দৈত্যকায় ‘দৈত্য’ৰ চেহেৰা ধৰা পৰিল টেলিস্কোপত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ এপ্ৰিল : নাছাৰ জেমছ ৱেব টেলিস্কোপে মহাকাশত এই দানৱটো বিচাৰি পাইছিল। কিন্তু সেইটো দানৱ নহয় বুলি সেউজীয়া মুখখনৰ ফটো পোহৰলৈ অহাৰ লগে লগে পৃথিৱীৰ মহাকাশ বিজ্ঞানীসকলৰ মাজত হৈ চৈ লাগিল। ফটোখন বিশ্লেষণ কৰাৰ পিছত জনা…
আসন্ন নতুন বছৰত চন্দ্ৰলৈ যাব এটা দল, দলৰ কোনোৱেই কিন্তু বিজ্ঞানী নহয়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ডিচেম্বৰ : জাপানৰ কোটিপতি ইউছাকু মেজাৱাই প্ৰকাশ কৰিছে ৮ জন লোকৰ নাম। যিসকলক লৈ চন্দ্ৰলৈ যাবলৈ এটা দল গঠন কৰা হ’ব। যিসকল চন্দ্ৰ অভিযানত হ’ব তেওঁৰ সংগী। অহা বছৰ স্পেচএক্স মহাকাশযানে এই অভিযান আৰম্ভ কৰিব। তেওঁৰ লগত…
সস্তা হ’ব আইফোন! এপলৰ কাৰখানা অধিগ্ৰহণ কৰাৰ বাবে টাটাৰ বৃহৎ পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰ : ভাৰতত টাটা গ্ৰুপে আইফোন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ভাৰতত আইফোন নিৰ্মাণৰ বাবে টাটাই এপলৰ প্ৰডাকচন প্লাণ্ট উইষ্ট্ৰন অধিগ্ৰহণ কৰিবলৈ ওলাইছে। সূত্ৰ অনুসৰি টাটাই ভাৰতত উইষ্ট্ৰনৰ উৎপাদন কেন্দ্ৰ ক্ৰয় কৰিবলৈ…
৪ বিলিয়ন হোৱাটছএপ ব্যৱহাৰকাৰীৰ তথ্য ফাদিল! আপোনাৰ নামো আছে নেকি সেইসকলৰ মাজত…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : প্ৰায় ৪০৮ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ ফোন নম্বৰ অনলাইনত বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে। এইটো এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ ডাটা ভংগ বুলি ধাৰণা কৰা হৈছে। চাইবাৰ নিউজৰ এক প্ৰতিবেদন অনুসৰি এজনে হেকিং…
২০২৮ চনৰ ভিতৰত চন্দ্ৰত ঘাটি নিৰ্মাণ কৰিব চীনে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : মহাকাশ অন্বেষণৰ ক্ষেত্ৰত নাছাৰ আধিপত্যৰ প্ৰতি বৃদ্ধি পোৱা প্ৰত্যাহ্বানৰ অংশ হিচাপে চীনে ২০২৮ চনৰ ভিতৰত চন্দ্ৰত প্ৰথমটো ঘাটি স্থাপন কৰিব বিচাৰিছে, তাৰ পিছত পৰৱৰ্তী বছৰবোৰত তাত মহাকাশচাৰী অৱতৰণ কৰাব…
টুইটাৰৰ মালিক হৈয়েই আক্ৰমণাত্মক এলন মাস্ক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : টুইটাৰ ক্ৰয়ৰ চুক্তি সম্পূৰ্ণ কৰিলে এলন মাস্কে আৰু এই চুক্তি হোৱাৰ কিছু সময়ৰ পাছতে মাস্কে টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱালক বৰ্খাস্ত কৰে। চিএনবিচিৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে। কেৱল চিইঅ’ পৰাগ আগৰৱালাকে…
গুগলক ভাৰতত ১৩৩৮ মিলিয়ন টকা জৰিমনা! কোম্পানীটোৱেও সকীয়ালে ভাৰতক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : কেন্দ্ৰৰ ক্ষোভৰ কবলত পৰিল প্ৰযুক্তি কোম্পানী গুগল। কম্পিটিচন কমিছন অব ইণ্ডিয়া বা চিচিআয়ে জৰিমনা বিহিছে বিশ্বৰ ভিতৰতে অন্যতম জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলক। যোৱা ২০ অক্টোবৰত কেন্দ্ৰৰ অধীনস্থ নেচনেল…
বিপদৰ নাম ই-আৱৰ্জনাঃ এইবাৰ বাতিল হ’ব ৫৩০ কোটি ম’বাইল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : বৰ্তমান সমগ্ৰ বিশ্বতে ই-আৱৰ্জনা এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। ইলেক্ট্ৰনিক সঁজুলিত সীহ, চিলিকন, টিন, কেডমিয়াম, পাৰা, জিংক আদি বিভিন্ন ৰাসায়নিক পদাৰ্থ থাকে। যিবোৰে প্ৰকৃতিক বিভিন্ন প্ৰকাৰে প্ৰদূষিত কৰি…
তিনিচুকীয়াত চি এম ই টিৰ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ অক্টোবৰ : আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত নৰসিং পৱাৰৰ উপস্থিতিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি কিদৰে ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত…