Browsing Category

পৰ্যটন

নতুন বছৰত গুৱাহাটীত এটি অত্যাধুনিক “আৰ্ট গেলেৰী” নিৰ্মাণ কৰক– বিশিষ্ট চিত্ৰশিল্পী…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৩০ ডিচেম্বৰ : ৰাজ্যখনত সম্প্ৰতি সকলো ক্ষেত্ৰতে উন্নয়নৰ চকুত লগা দৃশ্যই ৰাজ্যবাসীক আহ্লাদিত কৰি তুলিছে যদিও অসমীয়া চিত্ৰকলা শিল্প ক্ষেত্ৰখনৰ পুতৌলগা অৱস্থা প্ৰত্যক্ষ কৰিয়েই কায়িক ভাৱে আমাৰ মাজৰ পৰা প্ৰায় একে…

বৰ্ণাঢ্য ৰূপত দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আৰম্ভ 

শতাব্দ প্ৰতিনিধি, দিচাংমুখ, ২৬ ডিচেম্বৰঃ অসমৰ থলুৱা পৰ্যটন উদ্যোগক গতি প্ৰদান কৰাৰ লক্ষ্যৰে দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। দিচাং-ব্ৰহ্মপুত্ৰঃ ২০২২ উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দিচাং-ব্ৰহ্মপুত্ৰ ইক' টুৰিজিম ডেভেলপমেন্ট কমিটি,…

যদি আপোনাৰ হাতত SBI ৰ এই কাৰ্ড আছে তেন্তে ৫০ লাখ টকাৰ সুবিধা পাব! বিমান আৰু ৰে’লৰ টিকটতো পাব…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ডিচেম্বৰ : আজিকালি গ্ৰাহকক মনত ৰাখি বেংকে তেওঁলোকৰ সুবিধাৰ বাবে বিভিন্ন অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। লগতে এই ডিজিটেল যুগত প্ৰায় সকলোৰে হাতত ক্ৰেডিট কাৰ্ড আছে যিবোৰত একাধিক সুবিধা উপলব্ধ; যাৰ জৰিয়তে মিলাব পাৰি। এই…

৪৬ কিলোমিটাৰ যাত্ৰা কৰিবলৈ সময় লাগে ৫ ঘণ্টা, দেশৰ আটাইতকৈ লেহেমীয়া ৰে’ল যাত্ৰাৰ সবিশেষ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ ডিচেম্বৰ : দেশৰ অধিকাংশ অঞ্চলত বহু লোকে ভাৰতীয় ৰে'লৱে ব্যৱহাৰ কৰি এঠাইৰ পৰা আন ঠাইলৈ যায়। কম খৰচ আৰু কম সময়ত যাত্ৰাৰ বাবে ভাৰতীয় ৰে'ল সৰ্বোত্তম বুলিব পাৰি। সেইবাবেই ভাৰতীয় ৰে'লৱেক লাইফলাইন বুলিও কোৱা হয়। এনে…

পৰ্যটকৰ বাবে মুকলি হ’ল চিজুচাৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ জীপ চাফাৰী

জামুগুৰিহাট : ১ ডিচেম্বৰঃ ৱেষ্ট কামেং জিলাৰ চিজুচাস্থিত ৱাইল্ড লাইফ অডিটৰিয়ামত মঙ্গলবাৰৰ পৰা তিনিদিনীয়া পৰ্যটনৰ ওপৰত বিশেষ কৰ্মশালা অনুিষ্ঠত হয় । অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰৰ, সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি অৰুণাচল…

 পশ্চিমবংগৰ ডুৱাৰ্ছলৈ ৰোমাঞ্চকৰ পথ যাত্ৰা ( দ্বিতীয় খন্ড)

অৰিন্দম তালুকদাৰ পথৰ কিনাৰত নেপালী দম্পতীৰ হাতৰ ৰুটী ভাজি এইদৰে কালিম্পঙত দুটা স্মৰণীয় দিন কটাই আমি এইবাৰ শিলিগুৰি অভিমুখে ৰাওনা হ'লো। দাৰ্জিলিং - গেংটকলৈ গ'লে আমি সদায় বাটৰ কাষৰ নেপালী হোটেলবোৰত আহাৰ খাও। সাধাৰণতে ৰুটী- তৰকাৰী, ঘুগুনী,…

তিনিচুকীয়াৰ বাৰেকুৰিত ’টুইক’ৰ তিনি বছৰীয়া জন্মদিন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ নৱেম্বৰ : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্য্যটনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকো গাৱঁত আজি উলহমালহেৰে পালন কৰা হয় ’টুইক’ৰ জন্মদিন ৷ ’টুইক’ৰ জন্মদিন উপলক্ষে…

পশ্চিমবঙ্গৰ ডুৱাৰ্ছলৈ ৰোমাঞ্চকৰ পথ যাত্ৰা

(১) অৰিন্দম তালুকদাৰ পথ যাত্ৰা আমাৰ অন্যতম প্ৰিয় অভিৰুচি। দীঘলীয়া বাট গাড়ীৰে গৈ থাকি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা, পথৰ কাষৰ জনজীৱন প্ৰত্যক্ষ কৰা, ফটো তোলা, পথৰ কিনাৰৰ খাদ্য বিপণি সমূহত চাহ- ভাত খোৱা ইত্যাদি কামবোৰ কৰাৰ কাৰণে আমি দূৰ…

তিনিচুকীয়াৰ বাৰেকুৰিত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত হলৌ দিৱসৰ সামৰণি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা দুষ্প্ৰাপ্য হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম ৷ হলৌৰ সৈতে বাৰেকুৰি অঞ্চলবাসীৰ গঢ়ি উঠা আত্মিক…