Browsing Category

পৰ্যটন

বিচাৰি পোৱা গ’ল ‘চান্টাক্লজ’ৰ সমাধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : অৱশেষত ‘চান্তাক্লজ’ বা চেন্ট নিকোলাছৰ সমাধি বিচাৰি পোৱা গ'ল। চতুৰ্থ শতিকাৰ খ্ৰীষ্টান সাধুজন ছান্টাক্লজৰ চৰিত্ৰৰ আঁৰৰ প্ৰেৰণা আছিল, যিজনক আধুনিক কালত বৰদিনৰ সময়ত শিশুক উপহাৰ যোগান ধৰা ‘চান্টাক্লজ’ নামেৰে…

তেজপুৰত নটসূৰ্য্যৰ ওপজা দিনত সমাধিত আকৰ্ষণীয় “স্মৃতি সৌধ” উদ্বোধন

তেজপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত পৰিয়ালৰ কৃতজ্ঞতা শোণিতপুৰ জিলা প্ৰশাসনক ফণী শৰ্মাক জীৱনে নাটক দিছিল আৰু ফণী শৰ্মাই নাটকক জীৱন দিছিল - ঐশ্বৰ্য্য কাকতি এগৰাকী দক্ষ চলচ্চিত্ৰ অভিনেতা আৰু ফুটবল খেলুৱৈ ফণী শৰ্মাকো বিশেষ ভাবে…

তিনিচুকীয়াৰ বাৰেকুৰিত ৰাছিয়াৰ ৩ পৰ্যটকৰ উপস্থিতিত হলৌ দিৱসৰ লাইখুঁটা স্থাপন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ অক্টোবৰ : বিশ্বৰ বিপন্ন বন্যপ্ৰাণী প্ৰজাতিৰ অন্যতম হলৌ বান্দৰৰ সংৰক্ষণৰ বাবে সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে পালন কৰি অহা হৈছে বিশ্ব হলৌ দিৱস ৷ সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত…

আজিৰে পৰা বালিপৰা,চাৰিদুৱাৰ,ভালুকপুং,টাৱাং সংযোগী পথৰে যাতায়াত বন্ধ ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১১ অক্টোবৰ : শোণিতপুৰৰ বালিপৰা তথা চাৰিদুৱাৰ আৰু পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুং, টাৱাং সংযোগী পথটো আজিৰে পৰা বন্ধ ঘোষণা কৰিছে পশ্চিম কামেং জিলাৰ প্ৰশাসনে৷এক জৰুৰী নিৰ্দেশনাৰ দ্বাৰা জিলা প্ৰশাসনে উক্ত পথৰে…

হিমালয়ৰ বুকুত নতুন হ্ৰদ আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : গুগল আৰ্থ চাই ৬জন যুৱকে হিমালয়ৰ বুকুত এটা নতুন হ্ৰদ আৱিষ্কাৰ কৰিছে। ৰুদ্ৰপ্ৰয়াগৰ গড়ৱাল হিমালয়ৰ গৰ্ভত লুকাই আছিল এই নামহীন হ্ৰদটো। সাগৰ পৃষ্ঠৰ পৰা ১৬ হাজাৰ ফুট ওপৰত থকা দুৰ্গম পাহাৰীয়া পথ পাৰ হৈ…

এতিয়া ধন থাকিলে চন্দ্ৰতো কটাব পাৰিব ৰাতি !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ ছেপ্টেম্বৰ : বিহুগীতত গাইছে— "জোনবাইৰ দেশতে সাজিম ঘৰেখনি...!" এতিয়া আপুনি নিজে জোনত ঘৰ সাজিব নোৱাৰিলেও সঁচাকৈয়ে আপোনাৰ সংগীৰ সৈতে চন্দ্ৰ ভ্ৰমণ কৰিব পাৰিব। নাই, তাৰ বাবে মহাকাশযান নালাগে। কেৱল বিমানেৰে ডুবাই…

৫ মাহত বিশ্বজুৰি বিমান যাত্ৰাৰ অভিলেখ কিশোৰৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ আগষ্ট : ব্ৰিটিছ-বেলজিয়ামৰ কিশোৰ মেক ৰাদাৰফৰ্ডে ৫ মাহৰ ভিতৰত বিমানযোগে বিশ্ব ভ্ৰমণ কৰিলে। ফলত তেওঁ বিশ্ব ভ্ৰমণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৩০ খন দেশৰ মাজেৰে ৫৪,১২৪ কিলোমিটাৰ…

১ মিনিটতে পাবগৈ গন্তব্যস্থানঃ বিশ্বৰ আটাইতকৈ চমু দূৰত্বৰ বিমান যাত্ৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ আগষ্ট : বিমান যাত্ৰাৰ সময়সীমা মাত্ৰ ১ মিনিট! হয়, শেহতীয়াকৈ এজন ট্ৰেভেল ব্লগাৰৰ ভিডিঅ’ত আহিল বিশ্বৰ আটাইতকৈ সৰু বিমানখনৰ কথা। পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰলৈ সহজে যাব পৰা একমাত্ৰ উপায় হৈছে বিমান। এতিয়া চৰ্চালৈ…

তেজপুৰত স-পত্নীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ আগষ্টঃ সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণ সূচীৰে আজি শিলে কথা কোৱা, পুৰাতন স্থাপত্য - ভাস্কৰ্য্যৰ স্থলী তথা সাস্কৃতিক নগৰী তেজপুৰত উপস্থিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাছমিন মানহাৰভাই ছায়া ৷ তেজপুৰত উপস্থিত…

হিমালয়ৰ দিনলিপিঃ মনোমোহা কানন গাঁৱত এদিন এৰাতি

ৰুবী বৰা অকোৱা পকোৱা অচিন বাটেৰে টেক্সী আগবাঢ়িছিল চেইঁজ উপত্যকাৰ কানন গাঁৱলৈ বুলি, পাহাৰীয়া গাঁওবাসীয়ে কৰা এঢলীয়া খেতিবোৰ, তাৰ সিপাৰে ডাৱৰৰ মাজে মাজে লুকা ভাকু খেলি থকা তুষাৰে ভৰা শিখৰবোৰৰ কাষে কাষে। দিল্লীৰ পৰা অৰ্ডিনাৰী বাছত কৰা ভয়ংকৰ ১৪…