Browsing Category

পৰ্যটন

ইজিপ্তত ৪৫০০ বছৰ পুৰণি সূৰ্য মন্দিৰ আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ আগষ্ট : ইজিপ্ত ৰহস্যৰে আবৃত এখন দেশ। য'ত লুকাই আছে গোপন কথা আৰু ইতিহাস। ইয়াত ইতিহাসৰ পৃষ্ঠাবোৰ কেতিয়াও শেষ নহয়। যেনেদৰে পিৰামিডৰ ৰহস্য এতিয়াও শেষ হোৱা নাই। নতুনকৈ চাৰি হাজাৰ বছৰ পুৰণি এটা মন্দিৰক লৈ সৃষ্টি হৈছে…

দেশৰ ৪০টা ৰেল ষ্টেচনত নিৰ্মাণ হ’ব মিনি শ্বপিং মল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : দেশৰ বিমান বন্দৰত কিতাপৰ পৰা আৰম্ভ কৰি কাপোৰ-কানিলৈকে সকলো বস্তুৰ শ্ব’ৰুম আছে। শেহতীয়াকৈ শিয়ালদহ ষ্টেচনত গহনাৰে পৰা আৰম্ভ কৰি ছাতি আৰু মছলালৈকে শ্ব’ৰুম মুকলি কৰা হৈছে। এইদৰে দেশৰ ৪০টা ষ্টেচনৰ সংস্কাৰ কৰা…

ৰক্ষা পৰিল কাজিৰঙাৰ গঁড়ঃ গঁড় হত্যাৰ পৰিকল্পনাৰ সময়তে বিশ্বনাথত ৪ গঁড় চিকাৰীক আটক

বিশ্বনাথ চাৰিআলি ২আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰিবলৈ পৰিকল্পনা কৰা চাৰিটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে বিশ্বনাথৰ বন বিভাগে। তাৎপর্যপূর্ণ যে গঁড় হত্যাৰ বাবে শ্বুটাৰ হিচাপে নিয়োগ কৰা হৈছিল যুদ্ধবিৰত গোটৰ এনডিএফবি কেডাৰক।…

ঠিক যেন আঙুলিৰ ছাপ ! এটা অদ্ভুত দ্বীপ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : বিশ্বৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ দ্বীপ সিঁচৰতি হৈ আছে। ইয়াৰে অধিকাংশ দ্বীপক পৰ্যটনস্থলী হিচাপে গণ্য কৰা হয়। বহুক্ষেত্ৰত মূল ভূখণ্ডত বাস কৰা বাসিন্দাসকলে ছুটীৰ বাবে দ্বীপবোৰলৈ যায়। কিছুমান দ্বীপে নিজৰ…

সোৱণশিৰি পাৰৰ ঘূনাসুঁতি : ঐতিহাসিক ঘুনাসূঁতিত নিৰ্মাণ হ’ব ‘পানৈ-জংকি ক্ষেত্র’ : নামফলক উন্মোচন

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ জুলাই : লখিমপুৰ জিলাৰ সোৱণশিৰি পাৰৰ ঐতিহাসিক ঘুনাসূঁতিত নির্মাণ হ'ব 'পানৈ জংকি ক্ষেত্র'। তদুপলক্ষে আজি ঘুনাসূঁতি তিনিআলিত মিচিং জনগোষ্ঠীৰ অন্যতম  পৰম্পৰাগত নৃত্য গুমৰাগৰ চেৱত মুখৰিত হৈ উঠে ঘুনাসূঁতিৰ বক্ষ।…

চৌদি আৰৱত উদ্ধাৰ ৮ হাজাৰ বছৰ পুৰণি মন্দিৰ! আচৰিত পুৰাতত্ত্ববিদ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : শেহতীয়াকৈ চৌদি আৰৱত প্ৰত্নতাত্ত্বিক জৰীপৰ খননৰ সময়ত প্ৰায় ৮ হাজাৰ বছৰ পুৰণি এখন চহৰ আৱিষ্কাৰ হৈছে। ইয়াৰ উপৰি এটা প্ৰাচীন মন্দিৰৰ লেখ-জোখো পোৱা গৈছে। এনে অৱস্থাত চৌদি আৰৱৰ আটাইতকৈ পুৰণি চহৰখনত মন্দিৰটো…

“লুলুম” জলপ্ৰপাত চাবলৈ শ শ লোকৰ স্ৰোত 

জামুগুৰিহাট : ৮ জুলাইঃ অৰুণাচল প্ৰদেশৰ 'লুলুম' জলপ্ৰপাতত এতিয়া দৈনিক সমাগত ঘটিছে শ শ লোকৰ। কামেং নদীৰ পাৰত অৱস্থিত এই জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰিছে সকলোৱে । গৰমৰ বন্ধত পৰিয়াল স্বজনৰ লগত কামেং নদীৰ পাৰত অৱস্থিত জলপ্ৰপাত চাবলৈ ঢাপলি মেলিছে…

টাইগ্ৰিচ নৈৰ তলত ৩৪০০ বছৰ পুৰণি চহৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : একাধিক সভ্যতাৰ ধ্বংসাৱশেষ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে। যিবোৰে ইতিহাসৰ সকলো অনন্য আৰ্হি কঢ়িয়াই লৈ ফুৰিছে। একে সময়তে মানৱ সভ্যতাৰ বিৱৰ্তন আৰু সেই সময়ৰ মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিও এইবোৰে পোহৰলৈ…

এখন উৰণীয়া হোটেলৰ কথা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন উৰণীয়া হোটেলৰ ভিডিঅ’। স্কাই ক্ৰুজ নামৰ এই হোটেলখনৰ ডিজাইন কৰিছে হাচেম আল-ঘাইলিয়ে আৰু ইয়াত প্ৰায় ৫ হাজাৰ অতিথিৰ বাবে ঠাই আছে। আচলতে এই হোটেলখন হৈছে এখন বিশেষ বিমান। কোৱা…

উদ্ধাৰ হাজাৰ হাজাৰ বছৰ পুৰণি তামৰ অস্ত্র

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : খেতিৰ কাম চলিছিল। জেচিবিৰে ওখ-চাপৰ ঢিপবোৰ সমতল কৰিছিল কৃষক বাহাদুৰ সিং ফৌজিয়ে। হঠাৎ কোনো ধাতব বস্তুৰ লগত খুন্দা লাগে তেওঁৰ। উদ্ধাৰ হয় হাজাৰ হাজাৰ বছৰৰ পুৰণি তামৰ অস্ত্র। উত্তৰপ্রদেশৰ ময়নপুৰী এলেকাৰ এখন…