Browsing Category
পৰ্যটন
শ্বিলং ভ্ৰমণৰ মাদকতা
বিমল বৰগোহাঁই
শ্বিলঙলৈ যাবলৈ বাৰু কাৰ মন নাযায় ! শ্বিলং বুলি কলেই যেন ভূপেন দাৰ সেই মনালিছা লিংডৌ গৰাকীলৈ বাৰে বাৰে মনত পৰে। ভূপেন দাৰ অপূৰ্ব সৃষ্টি, সেই গীতৰ মাজেদি শ্বিলঙৰ গাভৰু "মনালিছা"ৰ লগতে শ্বিলঙৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ কথা বৰ…
ভাৰত মহাসাগৰত মালদ্বীপত ওপঙা চহৰ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুনঃ সমুদ্রপৃষ্ঠৰ ওপৰত ভাঁহিছে মালদ্বীপৰ এক চহৰ। পৰিৱেশগত সংকট আৰু সমুদ্রপৃষ্ঠৰ উচ্চতা ইমানেই দ্রুতহাৰত বৃদ্ধি পাইছে যে, ভাৰত মহাসাগৰত ভাসমান চহৰ নিৰ্মাণ কৰা হৈছে। মালদ্বীপৰ মালে চহৰে ৰূপ লৈছে ভাসমান চহৰ…
গন্তব্যস্থলৰ পূৰ্বেই আপোনাৰ নিদ্ৰা হৰণ কৰিব ভাৰতীয় ৰে’লে
শতাব্দ বিশেষ প্ৰতিনিধি, ৬ জুন : আপুনি যদি ৰে'লত ভ্ৰমণ কৰিছে আৰু আপোনাৰ গন্তব্যস্থল যদি ৰে'লখনে গভীৰ নিশা বা পুৱতি নিশা অতিক্ৰম কৰিব তেন্তে আপোনাৰ মনলৈ এটা চিন্তা নিশ্চয়কৈ আহিব যে, নিশা নিদ্ৰামগ্ন অৱস্থাতে কেনেবাকৈ যদি গন্তব্য ষ্টেচনটো পাৰ…
৩৪০০ বছৰ প্ৰাচীন চহৰ আৱিষ্কাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুন : প্ৰায় ৩৪০০ বছৰ পুৰণি বুলি অনুমান কৰা ইৰাকৰ এখন প্ৰাচীন চহৰ দেশখনৰ কুৰ্দিস্তান অঞ্চল কেমুনেত উদ্ধাৰ কৰা হৈছে। এই প্ৰাচীন চহৰখন হঠাৎ আৱিষ্কাৰৰ আঁৰৰ কাৰণ আচলতে খৰাঙৰ ফলত ইৰাকৰ সৰ্ববৃহৎ জলাশয়টোৰ জলস্তৰ হ্ৰাস…
টালি টোপোলা-ভাৰে ভেটিয়ে ৰেলত উঠিলে ভৰিব লাগিব জৰিমনা
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : ভাৰতীয় ৰে'লত এতিয়াৰে পৰা যাত্ৰা কৰিলে লগত এসোপা মান বয়-বস্তু লগত কঢ়িয়াই নিনিব। নিৰ্ধাৰিত হিচাপতকৈ অধিক ওজনৰ সা-সামগ্ৰী কঢ়িয়াই নিলে এতিয়াৰে পৰা জৰিমনা ভৰিব লগা হ'ব পাৰে। বিমান যাত্ৰাত ইতিমধ্যে…
‘ভেলী অৱ ফ্লাৱাৰ্ছ’এ হাত বাউলি মাতিছে
শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : আজি ১ জুনৰ পৰা মুকলি কৰা হৈছে উত্তৰাখণ্ডৰ 'ভেলী অৱ ফ্লাৱাৰ্ছ' অৰ্থাৎ ফুলৰ উপত্যকা লৈ ট্ৰেকিং অভিযান। মনোমোহা উপত্যকাটোলৈ পৰ্যটকসকলক আদৰণি জনাই উত্তৰাখণ্ডৰ পৰ্যটন সচিব দিলীপ জাৱালকাৰে আজি কয় যে, আন্তগাঁথনিকে…
আকিৰা মিয়াৱকি, পবিত্ৰ কুঞ্জ আৰু আৰ্নল্ড ( দ্বিতীয় খণ্ড)
দ্বীপেন কুমাৰ শৰ্মা
( দ্বিতীয় খণ্ড)
‘Japaneese Centre for International Studies in Ecology’ নামৰ সংস্থাটোৰ সঞ্চালক তথা য়াকাহামা বিশ্ববিদ্যালয়ৰ অধ্যাপক আকিৰা মিয়াৱাকি নামৰ এজন উদ্ভিদবিদে লক্ষ্য কৰিছিল যে জাপানৰ মাত্ৰ ০.০৬ শতাংশ অৰণ্যহে…
আকিৰা মিয়াৱকি, পবিত্ৰ কুঞ্জ আৰু আৰ্নল্ড
দ্বীপেন কুমাৰ শৰ্মা
(প্ৰথম খণ্ড)
মাওফ্লাঙৰ বিষয়ে বন্ধু ভবেশ শৰ্মাৰ পৰা শুনাৰ পিছৰে পৰা মনটোৱে কেতিয়া যাওঁ, কেতিয়া যাওঁ কৰি উচপিচাই আছিল। মই তেতিয়া গুৱাহাটী শোধনাগাৰত কৰ্মৰত। শ্ৰীমতী চাকৰি সুত্ৰে ডিগবৈত। গৰমৰ বন্ধত কেইদিনমানৰ কাৰণে মোক লগ…
পৰশুৰাম কুণ্ডলৈকে চলিব ৰে’ল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ মে' : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২২ মে' দেওবাৰে ঘোষণা কৰে যে, অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডক শীঘ্ৰেই ৰে’লপথৰ জৰিয়তে সংযোগ কৰা হ’ব। তেওঁ কয় যে, চৰকাৰে দেশৰ আন বহু ঠাইৰ দৰেই পৰশুৰাম কুণ্ডকো ৰে’লপথৰ জৰিয়তে…
লখিমপুৰত নিশা ৰেলৱে ষ্টেচনত দুষ্ট চক্ৰ গ্ৰেপ্তাৰঃ ৭ জনক জেললৈ
শতাব্দ প্ৰতিনিধি ,লখিমপুৰ ২২ মে : উত্তৰ লখিমপুৰ সদৰ আৰক্ষীয়ে যোৱা নিশা লখিমপুৰ ৰেলৱে ষ্টেচনত অভিযান চলাই এটা বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই দলটোত ৰাজস্থানৰো কেইবাজনো লোক জড়িত হৈ আছিল । ঘটনাৰ বিবৰণী অনুসৰি যোৱা নিশা…
