Browsing Category
বিজ্ঞান
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত
উত্তৰ লখিমপুৰ,১৩ ফেব্ৰুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত কালি কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা ,…
জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই সদনত দিলে গুৰুত্বপূৰ্ণ মন্তব্য
ঠাণ্ডা দিনৰ সংখ্যা কমি গৈছে আৰু গ্ৰীষ্ম প্রবাহ বাঢ়ি গৈছেবৃষ্টিপাতৰ তাৰতম্যৰ বাবে বিভিন্ন স্থানত ভূগর্ভস্থ পানীৰ স্তৰ হ্ৰাস পাইছে,
জলবায়ু পৰিৱৰ্তনৰ ফলত অসমৰ দেওহাঁহৰ বাসস্থান বিপদাপন্ন হোৱাৰ আশংকা কৰা গৈছেঅসম বিধানসভাত…
পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এ টি এলৰ সৌজন্যত জ্ঞান মেলা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ আগষ্টঃ লখিমপুৰ জিলাৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অটল টিংকাৰিং পৰীক্ষাগাৰৰ সৌজন্যত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আজি জ্ঞান মেলা অনুষ্ঠিত হয়। অটল টিংকাৰিং পৰীক্ষাগাৰৰ অত্যাধুনিক প্ৰযুক্তিৰে ছাত্ৰ…
যোৰহাটত যুৱবিজ্ঞানী ড° প্ৰণৱজ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ
যোৰহাট, ১৩ আগষ্ট : ৰাজ্যৰ এগৰাকী যুৱ বিজ্ঞানী, যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ সদ্যপ্ৰয়াত তত্বাৱধায়ক ড° প্ৰণৱজ্যোতি চেতিয়াক আজি আনুষ্ঠানিক ভাৱে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ…
আকাশলৈ চাওক, আজি পূৰ্ণিমাত অতিচন্দ্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ আগষ্টঃ ১ আগষ্টৰ নিশাৰ আজিৰ চন্দ্ৰটো অতিচন্দ্ৰ, ইংৰাজীত যাক কোৱা হয় চুপাৰমুন। পূৰ্ণিমা লগা মুহূৰ্তটো হ’ব ভাৰতীয় সময় মতে আজি নিশা ০০,০৩ বজাত, ঠিক ১২ বজাৰ পিছতে অৰ্থাৎ ২ আগষ্টত। অতিচন্দ্ৰত অন্য পূৰ্ণিমাতকৈ চন্দ্ৰটো…
বিটিআৰত বিজ্ঞান-গণিত শিক্ষাৰ প্ৰসাৰৰ গুৰুত্বপূৰ্ণ প্ৰয়াস বিটিচিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ জুন : বড়োলেণ্ড ক্ষেত্ৰীয় এলেকা (বিটিআৰ)ৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰু গণিত শিক্ষাৰ প্ৰসাৰৰ বাবে এক মহত্বপূৰ্ণ শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিছে স্বায়ত্তশাসিত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি)-এ।…
যুক্তিবাদী বিজ্ঞানমনষ্ক ব্যক্তি শিৱ গগৈৰ তিনিচুকীয়াত দেহাৱসান : মৰণোত্তৰভাৱে দেহদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ মে’ : যোৰহাট জিলাৰ টীয়ক নিৱাসী অসম চৰকাৰৰ সমবায় বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক শিৱ গগৈৰ শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়াত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ ৷ আজীৱন…
গুৱাহাটীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দুদিনীয়া ৰাজ্যিক সমাৰোহ আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ মে' : ৰাজ্যৰ স্কুল পৰ্যায়ৰ শিক্ষাৰ্থী তথা নৱ প্ৰজন্মৰ মাজত বিজ্ঞান শিক্ষাক ৰোমাঞ্চকৰ কৰাৰ লগতে বিজ্ঞান মনস্কতা বৃদ্ধিৰ লক্ষ্যৰে অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া…
মহাকাশত তৰাৰ বিস্ফোৰণ! দৈত্যকায় ‘দৈত্য’ৰ চেহেৰা ধৰা পৰিল টেলিস্কোপত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ এপ্ৰিল : নাছাৰ জেমছ ৱেব টেলিস্কোপে মহাকাশত এই দানৱটো বিচাৰি পাইছিল। কিন্তু সেইটো দানৱ নহয় বুলি সেউজীয়া মুখখনৰ ফটো পোহৰলৈ অহাৰ লগে লগে পৃথিৱীৰ মহাকাশ বিজ্ঞানীসকলৰ মাজত হৈ চৈ লাগিল। ফটোখন বিশ্লেষণ কৰাৰ পিছত জনা…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ই-আৱৰ্জনা ব্যৱস্থাপনাৰ কৰ্মশালাৰ সামৰণি
উত্তৰ লখিমপুৰঃ ৪ এপ্ৰিলঃ ইলেক্ট্ৰনিক আৱৰ্জনাসমূহৰ ক্ষতিকাৰকতা আৰু সেই আৱৰ্জনাসমূহ ঘৰতে পুনঃব্যৱহাৰ কৰি কৰ্মসংস্থাপন লাভৰ সম্ভাৱনাৰ ওপৰত অধিক সজাগতা সৃষ্টিৰ আহ্বানৰে আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই-আৱৰ্জনা…