Browsing Category

বিজ্ঞান

মধ্যপ্রদেশত ঘূৰিছিল ডাইনোছৰঃ  সন্ধান পোৱা গ’ল ১০টা প্রাগৈতিহাসিক কণীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : মধ্যপ্রদেশত উদ্ধাৰ হ'ল ডাইনোছৰৰ ১০টা কণী। দিল্লী বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে এই কণীবোৰ আৱিষ্কাৰ কৰিছে। ডাইনোছৰ ফচিল নেচনেল পার্কত উদ্ধাৰ হোৱা কণীবোৰ টাইটানোছৰাছয় এটা প্রজাতিৰ। ইয়াৰ ভিতৰত এটা কণী বিশেষ…

মঙ্গলৰ মাটি-শিল পৃথিৱীলৈ আনিব চীনে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : মহাকাশ গৱেষণাত একচুলিও পিছ পৰি ৰোৱা নাই চীন। ইতিমধ্যেই মঙ্গল গ্রহলৈ অৰবিটাৰ, লেণ্ডাৰ আৰু ৰ'ভাৰ পঠিয়াইছে দেশখনে। এইবাৰ জনা গৈছে যে, ৰঙা গ্রহৰ পৰা মাটি, শিল সংগ্রহ কৰি পৃথিৱীলৈ আনিব তেওঁলোকে। এই নমুনা অনাৰ…

আশ্চৰ্যকৰ কৃষ্ণ গহ্বৰ আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুন : প্ৰতি ছেকেণ্ডত পৃথিৱীৰ সমতুল্য ভৰ গিলি থকা এটা কৃষ্ণগহ্বৰ জ্যোতিৰ্বিজ্ঞানীসকলে দেখা পাইছে। যোৱা ৯ বিলিয়ন বছৰৰ ভিতৰত এইটোৱেই হৈছে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা কৃষ্ণগহ্বৰ। শেহতীয়াকৈ অষ্ট্ৰেলিয়ান নেচনেল…

গাড়ীত উঠি ফুৰিব পাৰিব জোনবাইৰ বুকুত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুন : নতুন কোনো ঠাইলৈ ফুৰিবলৈ ওলালে আমি প্ৰথমেই ভাবোঁ— সকলো ঠাইলৈ যাব পৰাকৈ বাৰু গাড়ী পোৱা যাবনে? চন্দ্ৰলৈ গ'লেও এই চিন্তা হ'ব পাৰে! সেই কথা মনত ৰাখিয়েই চন্দ্ৰলোকৰ ইঠাই সিঠাই ফুৰিব পৰাকৈ ভাৰা গাড়ীৰ ব্যৱস্থা…

আশ্চৰ্যজনক ‘মহাজাগতিক দৃশ্য’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুনঃ নিখুঁত এক মহাজাগতিক ঘটনাৰ সাক্ষী হৈ ৰ'ল আন্তর্জাতিক স্পেচ ষ্টেচনৰ সদস্যসকল। আন্তর্জাতিক মহকাশ ষ্টেশনৰ পৰা এক অস্বাভাৱিক বা মহাজাগতিক ঘটনাৰ ফটো তুলি ধৰিছে এজন ৰাছিয়ান মহাকাশচাৰীয়ে। যদিও সেই ফটোখনৰ ব্যাখ্যা…

নাৰী নে পুৰুষ ? কাৰ ‘মূৰ’ বেছি গৰম?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : নাৰী নে পুৰুষ, কাৰ মূৰ বেছি গৰম হৈ থাকে? এই লৈ তর্ক-বিতর্ক চলিয়েই থাকে। কিন্তু আক্ষৰিক অর্থত কাৰ মস্তিষ্কৰ উষ্ণতা বেছি সেয়া কিন্তু নিশ্চিত কৰি কৈ দিব পাৰে বিজ্ঞানে। অদ্ভুত যেন লাগিলেও সত্য। কেমব্রিজৰ…

ধাৰাল ছুৰী লৈ ঘূৰিছিল ডাইন’ছৰ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুন : সমুখৰ ফালে থকা সৰু দুহাত (আচলতে ভৰি) যেন অবিকল ধাৰাল ছুৰী। দুহাতত এই 'ছুৰী' লৈ ডাইন'ছৰবোৰ ঘূৰি ফুৰিছিল এছিয়াৰ বিভিন্ন উপকূলত। জনা গৈছে, এনেধৰণৰ ডাইন'ছৰ বিচৰণ কৰিছিল আজিৰ পৰা ১৫৪ মিলিয়ন বছৰ আগেয়ে। সম্প্রতি…

অন্য প্রাণীৰ বাবেও ক’ৰনাৰ টিকাঃ ভাৰতীয় সংস্থাৰ সফলতা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : এনোক'ভেক্স ভাৰতত তৈয়াৰ হোৱা প্রথম টিকা, যি পশুক ক'ৰনা-১৯ৰ হাতৰ পৰা ৰক্ষা কৰিব। কুকুৰ, সিংহ, চিতাবাঘৰ ওপৰত প্রয়োগ কৰি দেখা গৈছে যে, ক'ৰনাৰ দুটা ৰূপ— ডেল্টা আৰু অমিক্রন এই দুয়োটাৰ বিৰুদ্ধেই এই ভেকচিন…

কৌতুহল ! অন্য গেলাক্সিৰ পৰা আহিছে ৰেডিঅ’ ছিগনেল !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : পৃথিৱীৰ বাহিৰেও প্রাণ আছে নেকি? এই লৈ নানা প্রশ্ন, নানা কৌতূহল, নানা ব্যাখ্যা। শেহতীয়াকৈ পৃথিৱীলৈ অহা এক ৰেডিঅ' ছিগনেলে এই বিষয়টোক অধিক ৰহস্যময় কৰি তুলিছে। চীনৰ এটা মেচিভ ৰেডিঅ' টেলিস্কোপত এই তৰঙ্গৰ…

গ্ৰহাণুত আৱিষ্কাৰ এমিন’ এচিডঃ জাপানী বিজ্ঞানীৰ সফলতা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুন : জাপানী গৱেষকসকলে প্ৰথমবাৰৰ বাবে মহাকাশত উৰি থকা এটা গ্ৰহাণুত জীৱনৰ বাবে মূল উপাদান এমিনো এচিড আৱিষ্কাৰ কৰিছে। তেওঁলোকে Hyabusa2 অভিযানৰ দ্বাৰা গ্ৰহাণু Ryuguৰ পৰা ঘূৰাই অনা নমুনাত ২০বিধ এমিনো এচিড চিনাক্ত কৰে।…