Browsing Category

বিজ্ঞান

সৌন্দৰ্যৰ অভিসম্পাত!

দাদুল দেৱকৃষ্ণ বৰুৱা অত্যধিক সৌন্দৰ্য কেতিয়াবা অভিশাপ হৈ উঠে। এয়া দেখা গৈছে শামুকৰ এটা প্ৰজাতিৰ ক্ষেত্ৰতো। দৰ্শনীয় ৰঙৰ খোলাবোৰৰ বাবেই সংকটজনকভাৱে বিপন্ন হৈ পৰিছে বিশেষ প্ৰজাতিৰ কিউবান শামুক। এই নিৰীহ জীৱবিধৰ নাম কিউবান পেইণ্টেড স্নেইল…

লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৬ মাৰ্চঃ অহা ১ আৰু ২ এপ্ৰিল ২০২৩ তাৰিখে লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পুনৰ মিলন সমাৰোহ আয়োজন কৰা হৈছে ৷ ১ এপ্ৰিল তাৰিখে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ…

তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞান উৎসৱ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞান ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰি আহিছে বাৰ্ষিক বিজ্ঞান উৎসৱৰ৷ এই বাৰ্ষিক বিজ্ঞান উৎসৱে এইবাৰ দশম বৰ্ষত ভৰি দিছে আৰু তেজপুৰ…

নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগত নেচাৰ্চ বেকনৰ সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৮ ফেব্ৰুৱাৰীঃ বিজ্ঞান সকলোৰে বাবে’– শীৰ্ষক নীতিবাক্যৰে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে ২০১৬ বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস অনুষ্ঠিত কৰি আহিছে৷ ছাত্ৰ-ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপন কৰা তথা সমাজত…

বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানৰ নিৰৱ সাধক ড° অখিল কুমাৰ ডেকালৈ বিজ্ঞান জনপ্ৰিয়কৰণৰ জীৱনজোৰা সাধনা সন্মান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ২৮ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ‘২০২৩’উপলক্ষে বিশ্বনাথ চাৰিআলিৰ ‘আকাশ বিজ্ঞান আৰু পৰিবেশ শিক্ষা কেন্দ্ৰ’ই অসমৰ এগৰাকী আগশাৰীৰ বিজ্ঞান প্ৰচাৰক, লেখক, উদ্ভাৱক আৰু শিক্ষাবিদ, দৰং মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান…

বগীনদীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত

উত্তৰ লক্ষীমপুৰ, ২৮ জানুৱাৰীঃ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বগীনদী খণ্ডৰ উদ্যোগত আজি বগীনদী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিজ্ঞান ভিত্তিক আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা , ধাৰণা ,…

ভয়ংকৰ বেগেৰে পৃথিৱী অভিমুখে ‘খ্ৰীষ্টমাছ গ্ৰহাণু’! কোনেও নাজানে কি হ’ব…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ডিচেম্বৰ : ইউৰোপীয়ান মহাকাশ সংস্থাই নতুন প্ৰতিযোগিতামূলক বাতাবৰণ সৃষ্টি কৰিছে। তেওঁলোকে বিজ্ঞানীসকলক দিছে মুকলি প্ৰত্যাহ্বান— পৃথিৱীৰ ফালে আহি থকা গ্ৰহাণুটো বিচাৰি উলিয়াওক! পৃথিৱীৰ ফালে আহি আছে এটা গ্ৰহাণু যাক…

সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলত লখিমপুৰৰ মইনা দেৱাৰ্থ-দিক্ষীতাৰ সাফল্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ৭ ডিচেম্বৰঃ সদৌ অসম মইনা পাৰিজাতে অসম বিজ্ঞান আৰু তথ্য প্ৰযুক্তি পৰিষদৰ সহযোগত গুৱাহাটীৰ শিল্পগ্ৰামত ২ আৰু ৩ ডিচেম্বৰত অনুষ্ঠিত কৰা ‘ৰাজ্যিক বিজ্ঞান মেলত উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ মইনা ক্ৰমে দেৱাৰ্থ…

বিস্ফোৰক! কৰ’না ভাইৰাছ ‘মেন-মেড’; কোন দুখন দেশ বিয়পি পৰাৰ বাবে দায়ী?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ডিচেম্বৰ : আৰম্ভণিৰে পৰাই সন্দেহ আছিল। অভিযোগৰ আঙুলিও বহুবাৰ উঠিছে। কিন্তু কোনো পক্ষই স্পষ্টকৈ একো ক’ব পৰা নাছিল; কিয়নো কোনো নিৰ্দিষ্ট প্ৰমাণ নাছিল। কিন্তু এইবাৰ বাধা আঁতৰিল। কৰ’না ভাইৰাছৰ উৎপত্তিৰ সৈতে জড়িত…