Browsing Category
বিজ্ঞান
ঘূৰি আহিছে ৪৮ হাজাৰ বছৰ পুৰণি জম্বি ভাইৰাছ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰ : বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি সকীয়াই আহিছে যে পাৰ্মাফ্ৰষ্টৰ উষ্ণতাৰ ফলত ইতিমধ্যে আৱদ্ধ হৈ থকা মিথেনৰ দৰে গ্ৰীন হাউচ গেছ পুনৰ বিয়পি পৰিছে। এইবোৰে পৰিৱেশৰ বিপুল ক্ষতি কৰিবলৈ গৈ আছে। লগতে মানুহৰো।…
নিৰ্মাণ কৰা হৈছে দ্বিতীয় ‘সূৰ্য’! পৃথিৱীয়ে কেতিয়া পাব এই কৃত্ৰিম নক্ষত্ৰ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ: সূৰ্যটো নুমাই যাব— বহুদিনৰ পৰা তেনেকৈয়ে চৰ্চা চলি আহিছে। ইফালে সৌৰশক্তি হৈছে জীয়াই থকাৰ শক্তি, জীয়াই থকাৰ সম্বল। গতিকে মানুহে এটা কৃত্ৰিম সূৰ্য সৃষ্টি কৰাৰ সিদ্ধান্ত ল’লে। বহু দেশে এই প্ৰকল্পত যোগদান…
নেজাল মানৱ! জন্মতে লৈ আহিল ২ ইঞ্চি দীঘল নেগুৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : মেক্সিকোৰ নুৱেভ’ লিঅ’নৰ এখন চিকিৎসালয়ত সদ্য জন্ম হোৱা এটি কন্যা শিশুৱে নেট জগতত হৈ চৈৰ সৃষ্টি কৰিছে। কাৰণ, এই কন্যা শিশুটি আন চাৰি-পাঁচটা শিশুতকৈ পৃথক। জন্মতে তেওঁৰ এক বিশেষ বৈশিষ্ট্য আছে। তেওঁৰ শৰীৰত…
৩৭খন দেশত গৱেষণাৰ জৰিয়তে গম পোৱা গ’ল বছৰত কোনে, কিমানবাৰ চকুলো টুকে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : যেতিয়াই ‘আৱেগিক’, ‘সংবেদনশীল’, ‘আবেগপূৰ্ণ’ শব্দবোৰ উচ্চাৰণ কৰা হয়, তেতিয়াই তাৰ লগত নাৰীৰ নাম জড়িত হৈ থাকে। যিকোনো চিনেমাৰ দৃশ্য তুলি লওক— দেখিব যে মহিলা চৰিত্ৰবোৰৰেই চকুতেই আটাইতকৈ বেছি চকুলো।…
নাছাই প্ৰকাশ কৰিছে প্লুটোৰ মনোৰম ফটো
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ নৱেম্বৰ : ২৬ নৱেম্বৰত নাছাই ইনষ্টাগ্ৰামত নিউ হৰাইজনছ মিছনৰ পৰা লাভ কৰা প্লুটোৰ প্ৰকৃত ৰঙৰ এখন সুন্দৰ ফটো পোষ্ট কৰিছে। মহাকাশ সংস্থাটোৱে ফটোখনৰ কেপচনত লিখিছে— Small planetary body Saturday। কেপচনত আৰু লিখা আছিল যে…
আহি আছে আন এক মহামাৰী!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : পুনৰ কৰ'না! নাই, সেয়া সঠিক নহয়। ঠিক covid নহয়, ইয়াক নতুন ধৰণৰ covid সদৃশ ভাইৰাছৰ সংক্ৰমণ বুলিব পাৰি। অনাগত দিনত এই সংক্ৰমণৰ বাবে মানুহ আৰু গৰু-ম’হৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এই ভাইৰাছ বাদুলিয়ে…
শতিকাৰ আকাশত জিলিকিব অধিক ৰামধনু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বত এক আচৰিত পৰিৱৰ্তন হ’বলৈ গৈ আছে। ফলত এতিয়াৰে পৰা মানুহে অধিক ৰামধনু দেখা পাব বুলি বিজ্ঞানীসকলে দাবী কৰিছে। Global Environment Change নামৰ আলোচনীখনত প্ৰকাশিত তথ্য অনুসৰি ২১০০…
কেন্সাৰ গৱেষণাত সফলতা ভাৰতীয় গৱেষকৰ
শেহতীয়াকৈ মুম্বাইৰ টাটা মেম’ৰিয়েল হস্পিতালৰ চিকিৎসকে ‘নিভ’লুমেব’ নামৰ পৰীক্ষামূলক ঔষধ ব্যৱহাৰ কৰিছিল। দেখা যায় যে ঔষধ কম হাৰত ব্যৱহাৰ কৰিলেও কেন্সাৰ ৰোগী উপকৃত হ’ব পাৰে।
ইছৰোৱে একেলগে উৎক্ষেপণ কৰিব ৯টা উপগ্ৰহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ উদ্যোগত ৯টা উপগ্ৰহ উৎক্ষেপণৰ ধাৰাবাহিকতা আৰম্ভ হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল পিএছএলভি-চি৫৪/ইঅ’এছ-০৬ মিছন আৰু অ’চেনছেট-৩। ইয়াৰ উপৰি মহাকাশ গৱেষণা…
উদ্ভাৱন হ’ল পৃথিৱীৰ আটাইতকৈ দামী ঔষধ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ নৱেম্বৰ : অৱশেষত হিমোফিলিয়াৰ ঔষধ উদ্ভাৱন হ’ল। চিকিৎসা জগতত এয়া প্ৰায় বৈপ্লৱিক পৰিঘটনা সংঘটিত হ’ল। এতিয়ালৈকে হিমোফিলিয়াৰ কোনো ঔষধ বা চিকিৎসা নাছিল। অৱশ্যে চি এছ এল বেহৰিৰ হেমজেনিক্স-হিমোফিলিয়া বি জিন থেৰাপী…