Browsing Category

বিজ্ঞান

পৃথিৱী ধীয়াই আহি আছে বিশাল গ্ৰহাণুঃ খুন্দা মাৰিলেই ঘটিব অথন্তৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : শেহতীয়াকৈ আৱিষ্কাৰ হোৱা পাঁচটা ধুমকেতুৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহাণু ২০২২ অ'টি১ হৈছে ১১০ ফুট দৈৰ্ঘ্যৰ। অহা দেওবাৰৰ পুৱালৈকে ই পৃথিৱীৰ ৪ কোটি ৭০ লাখ কিলোমিটাৰৰ ভিতৰলৈ অহাৰ কথা! মহাকাশ গৱেষকসকলে আগ্ৰহেৰে…

ধুমকেতুৰ আচৰিত চন্দ্ৰ! লুছিৰ আৱিষ্কাৰত বিস্মিত নাছা, মুগ্ধ বিশ্ব…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : নাছাৰ লুচি মিছন আৰম্ভ কৰাৰ আগতে ই আন যিকোনো মিছনৰ অভিলেখ ভংগ কৰাৰ পথত ভালদৰেই আগবাঢ়িছিল। লুচি মিছন পূৰ্বৰ যিকোনো মিছনতকৈ অধিক গ্ৰহাণু ভ্ৰমণ কৰি অভিলেখ ভংগ কৰাৰ পথত আছিল। দীৰ্ঘদিনীয়া এই নিৰীক্ষণ অভিযানৰ…

গাড়ী কিনক আৰু আকাশত উৰক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : ধৰি লওক, কোটি টকা খৰচ কৰি আপুনি সপোনৰ গাড়ীখন কিনিছে। কিন্তু যেতিয়া সেই গাড়ী চিগনেল আৰু ট্ৰেফিক জামৰ বাবে আবদ্ধ হৈ পৰে, তেতিয়া বাৰু কেনে লাগে? ভৱিষ্যতে আৰু এনে দিন দেখা নাপাব। গাড়ী এতিয়া উৰি যাব।…

পৃথিৱীলৈ পানী ক’ৰ পৰা আহিল জানেনে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ আগষ্ট : পৃথিৱী উত্তপ্ত হৈ আছিল। ইয়ালৈ পানী ক’ৰ পৰা আহিল? এই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই। জ্যোতিৰ্বিজ্ঞানীসকলে এতিয়াও গৱেষণা কৰি আছে। অৱশ্যে শেহতীয়াকৈ জাপানৰ মহাকাশ অভিযানৰ গৱেষণাত পৃথিৱীৰ পানীৰ উৎস সম্পৰ্কে…

ক্ৰমশঃ মৃত্যুৰ দিশে অগ্ৰসৰ সূৰ্য

সূৰ্যৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে বিজ্ঞানীসকলে। সৌজন্যত গাইয়া মহাকাশযান। এই তথ্যসমূহ বিশ্লেষণ কৰি বিজ্ঞানীসকলে জানিব বিচাৰিছে যে ভৱিষ্যতে সূৰ্যৰ কি হ’ব? কেতিয়া মৰিব সূৰ্য? কাৰণ বেছিভাগ বিজ্ঞানীৰ মতে প্ৰতিটো তৰাৰ মৃত্যু অনিবাৰ্য।…

যোৰহাট বিজ্ঞান কেন্দ্ৰ-তাৰকাগৃহত উদ্ভাৱন কেন্দ্ৰ উদ্বোধন বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ

যোৰহাট, ১৫ আগষ্ট: দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত এটা "উদ্ভাৱন কেন্দ্ৰ" উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই। ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক অনুসন্ধিৎসাক…

নিষিক্ত ডিম্বাণু-শুক্ৰাণু অবিহনেই সৃষ্টি কৰা হ’ল বিশ্বৰ প্ৰথমটো ভ্ৰূণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : ইজৰাইলৰ ইউচেমান ইনষ্টিটিউট অৱ চাইন্সৰ বিজ্ঞানীসকলে এট অসম্ভৱ কাম সম্ভৱ কৰি তুলিলে। পিতৃ-মাতৃ বা নিষিক্ত ডিম্বাণু আৰু শুক্ৰাণু অবিহনেই এটা ভ্ৰূণ সৃষ্টি কৰিলে তেওঁলোকে। ‘সহায়ক প্ৰজনন প্ৰযুক্তি’ ব্যৱহাৰ কৰি…

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোণ পাইলট প্ৰশিক্ষণ স্কুল উদ্বোধন

গুৱাহাটী, ৯ আগষ্ট: বৰঝাৰৰ সমীপৱৰ্তী টেক চিটিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰোণ পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান 'এমট্ৰন ড্ৰোণ স্কুল' আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ…

মিছন সমুদ্ৰযানঃ প্ৰথমবাৰৰ বাবে সাগৰৰ ৬ কিলোমিটাৰ গভীৰতালৈ ভাৰতৰ অভিযান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ আগষ্ট : চন্দ্ৰযানৰ পিছত মঙলায়ন। আৰু এইবাৰ সমুদ্ৰায়ন। মহাকাশৰ পিছত এইবাৰ গভীৰ সাগৰ। প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ ভাৰতে এক নতুন অভিযান হাতত লৈছে। সাগৰত ৬০০০ মিটাৰ গভীৰতালৈ মানুহ পঠোৱাৰ লক্ষ্য। কিছু পৰিমাণে চাবমেৰিনৰ…

আমেৰিকাত কেতিয়া উপস্থিত হৈছিল মানুহ? আৱিষ্কৃত মেমথৰ হাড়ে সৃষ্টি কৰিছে নতুন বিতৰ্ক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : বিজ্ঞান কেতিয়াও স্থিতিশীল নহয়, নতুন সঁজুলি আৰু কৌশল উপলব্ধ হোৱাৰ লগে লগে ইয়াৰ বিকাশ ঘটে। পুৰণি জ্ঞানক পৰীক্ষা আৰু অধ্যয়নৰ ওপৰত ভিত্তি কৰি নতুনৰ সৈতে আপডেট কৰা হয়। পৰিৱৰ্তন অৱশ্যেই একমাত্ৰ ধ্ৰুৱক আৰু এই…