Browsing Category

বিদেশ

অসমৰ পৰা ভূটানলৈ ৰে’ল সংযোগ

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ জুন : ভাৰত চৰকাৰে চুবুৰীয়া দেশ বাংলাদেশ আৰু নেপাললৈ ৰে'ল যোগাযোগ স্থাপন কৰাৰ পাছত এইবাৰ হিমালয়ৰ দেশ ভূটানলৈ ৰে'ল সংযোগ ঘটোৱাৰ পৰিকল্পনা হাতত লৈছে। প্ৰকৃততে আজি প্ৰায় দুটা দশকৰ আগেয়েই ইয়াৰ চিন্তা-চৰ্চা আৰম্ভ…

মহাকাশলৈ চীনৰ তিনি মহাকাশ বিজ্ঞানী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুনঃ চীনে আজি (৫ জুন) তিনিজন মহাকাশচাৰী কঢ়িয়াই নিয়া এটা ৰকেট নিক্ষেপ কৰি নিজৰ নতুন মহাকাশ কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ অভিযানত আৰু এখোজ আগুৱাইছে। বেইজিঙক মহাকাশ শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চলোৱা…

আলফাৰ শিবিৰৰ পৰা পলাই আহি আৰক্ষী-সেনাৰ জিম্মাত তিনিচুকীয়াৰ সুৰজিত আৰু শ্যামল

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩১ মে’ : দুৰ্ধৰ্ষ আলফা নেতা ৰূপম অসমৰ উদ্যত অত্যাধুনিক ৰাইফলৰ পৰা সৰকি অহা গুলীয়ে যিকোনো মুহূৰ্ততে প্ৰাণ কাঢ়ি নিয়াৰ তীব্ৰ আশংকা বুকুৰ মাজত লৈ অৱশেষত সুস্থ শৰীৰেৰে আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ হাতত পৰিলহি…

লাদাখ সীমান্তৰ ওচৰত চীনৰ দলং নির্মাণঃ নজৰ ৰাখিছে ভাৰতীয় সেনাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ মে' : সেনা প্রধান হিচাবে দায়িত্ব গ্রহণৰ পিছতেই লাদাখত ভৰি ৰাখিছিল জেনেৰেল মনোজ পাণ্ডেই। চীনা সেনাৰ অৱস্থান নিৰীক্ষণ কৰি সীমান্তৰ সুৰক্ষা ব্যৱস্থা পর্যালোচনা কৰিছিল সেনা প্রধানজনে। ইয়াৰ মাজতেই খবৰত প্রকাশ যে, চীনে…

দৰা ৯৫ বছৰীয়া, কন্যাৰ বয়স ৮৪

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ মে' : ২৩ বছৰ আগেয়ে মনৰ মানুহগৰাকীক দেখিছিল চহৰৰ এটা গির্জাত। তেতিয়া মুখ ফুটাই মনৰ ইচ্ছা প্রকাশ কৰিব পৰা নাছিল। ঠিক ২৩ বছৰ পিছত সেই একেই গির্জাত সেই মনৰ মানুহগৰাকীক বিয়া কৰালে ৯৫ বছৰীয়া পাত্রই। 'ৱেলছ অনলাইন'ত…

পাকিস্তান-চীন সীমান্তলৈ ৰাছিয়ান S-400

দাদুল দেৱকৃষ্ণ বৰুৱা আগন্তুক মাহ, অর্থাৎ জুন মাহতেই ভাৰতীয় সীমান্তত মেতায়েন কৰা হ'ব পাৰে ৰাছিয়াৰ পৰা কিনা এছ-৪০০ মিছাইল ছিষ্টেম। চীন আৰু পাকিস্তানৰ ক্রমাগত ভাবুকিৰ কথা মনত ৰাখিয়েই এই অত্যাধুনিক মিছাইল চিষ্টেম প্রতিস্থাপন কৰা হ'ব।…

সুখবৰৰ অপেক্ষাত ভাৰতীয় গ্ৰীণকাৰ্ড আবেদনকাৰী

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ মে' : সপোনপুৰী আমেৰিকা যুক্তৰাষ্ট্ৰত স্থায়ীভাৱে বসতি কৰাৰ সপোন দেখা সকলৰ বাবে সুখবৰ ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ এখন পৰামৰ্শদাতা আয়োগে সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰপতি জ' বিডেনক চুপাৰিছ প্ৰদান…

প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ : ছখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপালৰ লুম্বিনী ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণকালত আজি দুয়োখন দেশৰ মাজত ছখনকৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। "নেপালৰ লগত ভাৰতৰ সম্পৰ্ক অতি প্ৰাচীন আৰু…

চীনা কাকতৰ এটা সম্পাদকীয়ই জোকাৰিছে জি-৭ ক

শতাব্দ বিশেষ প্ৰতিনিধি, ১৬ মে' : চীনৰ চৰকাৰ নিয়ন্ত্ৰিত 'গ্লোবেল টাইমছ'ৰ কালি প্ৰকাশ হোৱা এটা সম্পাদকীয় প্ৰৱন্ধত ভাৰতৰ সপক্ষে অৱস্থান কৰি চীন চৰকাৰে উন্নত দেশসমূহৰ সংগঠন জি-৭ ক সমালোচনা কৰিছে। উল্লেখযোগ্য যে, যোৱা সপ্তাহত দেশৰ খাদ্য…

চীনে জীয়াই ৰাখিব বিচাৰিছে সীমান্ত বিবাদ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ মে' : লাদাখ সীমান্তত সংঘাত নিৰাময়ত চীনৰ কিমান ইচ্ছা আছে, তাক লৈ প্রশ্ন তুলিলে স্বয়ং দেশৰ সেনা প্রধান জেনেৰেল মনোজ পাণ্ডেই। তেওঁ জনায়, ভাৰতে বিচাৰিছে সীমান্তলৈ ঘূৰি আহক শান্তি আৰু স্বস্তি। তেওঁ কয় যে, এই…