Browsing Category
বিদেশ
জাপানত অভিলেখ হাৰত জনসংখ্যা হ্ৰাস পাইছে
শতাব্দ বিশেষ প্ৰতিনিধি,১৭ এপ্ৰিলঃ অভিলেখ হাৰত জনসংখ্যা হ্ৰাস পাইছে জাপানত। জাপানৰ আভ্যন্তৰীণ পৰিক্ৰমা বিভাগৰ পৰিসংখ্যা গোটে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰটোৰ তুলনাত এই বছৰত জাপানৰ জনসংখ্যা ৬,৪৪,০০০ হ্ৰাস পাইছে। বৰ্তমান দেশখনৰ জনসংখ্যা হৈছে…
বিহুৰ মাজতে আলফাত যোগদান কৰিবলৈ যোৱা যুৱকক আটক
শতাব্দ প্ৰতিনিধি চৰাইদেউ, ১৬ এপ্ৰিল : বিহুৰ আনন্দৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনলৈ ধাৱমান অসমীয়া যুৱক। বিগত কেইটামান দিনত বহু কেইগৰাকী অসমীয়া যুৱক-যুৱতীয়ে সংগঠনটোত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে ইতিমধ্যে। ইফালে নিষিদ্ধ…
ফুঁ দিলেই ধৰা পৰিব কৰ’না ৰোগী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ এপ্ৰিল: RTPCR বা ৰেপিড এন্টিজেন পৰীক্ষা নহয়, শ্বাসৰ পৰাই বুজা যাব কৰ'না হৈছেনে নাই। পলকতে সম্পন্ন হ'ব পৰীক্ষণ। ক'ভিড-১৯ এতিয়া মোটামুটি Endemic পর্যায়ত। এনেদৰেই কৈছে বিজ্ঞানীসকলে। আৰু এই পর্যায় যিমানেই আগুৱাইছে,…
ইউক্ৰেইনৰ এজনী কণমানিৰ চিঠি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ এপ্ৰিলঃ এজনী কণমানি। নাম গালিয়া। বয়স মাত্ৰ ৯ বছৰ। গালিয়া হৈছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ বাসিন্দা। ৰাছিয়ান সেনাৰ আক্ৰমণত বোৰোডিয়াংকাত মৃত্যু হৈছে গালিয়াৰ মাতৃ। মাতৃৰ মৃত্যুৰ পিছত গালিয়াই এখন চিঠি লিখিছে; মাকলৈ…
এভাৰেষ্টতো যুদ্ধৰ আঁচোৰ !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ এপ্ৰিল : ডেৰ মাহৰো বেছি সময় ধৰি ইউক্রেইনৰ মাটিত চলিছে ৰাছিয়াৰ আক্ৰমণ। সেই আক্ৰমণৰ আঁচোৰ আহি এইবাৰ পৰ্বতো পালেহি । এই যুদ্ধ পৰিস্থিতিৰ বাবেই চলিত ঋতুত এভাৰেষ্ট অভিযানৰ বাবে নেপাললৈ আগমন ঘটা পর্বতাৰোহীৰ সংখ্যা…
ধন কুবেৰ এল’ন মাস্ক, জেফ বেজ’, মুকেশ আম্বানিৰ মাজত এখন শীতল যুদ্ধ
ভাৰতবৰ্ষৰ কেইবাশ নিযুত লোকক লক্ষ্য কৰি লৈ বিশ্বৰ তিনিজন ধন কুবেৰ এল'ন মাস্ক, জেফ বেজ', মুকেশ আম্বানিৰ মাজত এখন শীতল যুদ্ধৰ আৰম্ভণি ইতিমধ্যে আৰম্ভ হৈছে। ১৩৮ কোটি জনসংখ্যাৰ দেশ ভাৰতত ক্ৰমাৎ বৃদ্ধি পাই অহা ডিজিটেল জীৱন শৈলীৰ সুযোগ গ্ৰহণ কৰিবলৈ…
শ্ৰীলংকাৰ অৰ্থনৈতিক মন্দাৱস্থা
নিমখৰ মূল্য প্ৰতি কিলোত ২৫০ টকা, চেনী প্ৰতি কিলোত ২০০ টকা, এক বেগ চিমেণ্টৰ মূল্য ৭,০০০ টকা। আপোনালোকে হয়তো ভাবিছে, এইয়া সাম্প্ৰতিক শ্ৰীলংকাৰ মূল্য তালিকা। কিন্তু নহয়, ভাৰতৰ একেবাৰে পূব সীমান্তৰ অৰুণাচল প্ৰদেশত থকা বিজয়নগৰ নামৰ ঠাইডোখৰৰ…