Browsing Category
ব্যৱসায়/উদ্যমিতা
‘আতিথ্য’ৰ সেৱা আপুনিও ল’ব পাৰে
যি সময়ত সহজ উপাৰ্জনৰ দৌৰত নৱপ্ৰজন্মৰ একাংশই বিভিন্ন অসামাজিক কাৰ্যত লিপ্ত হৈ সমাজ-ব্যৱস্থা কলুষিত কৰি তুলিছে ঠিক তেনে সময়তে সমাজৰ অন্য এচাম লোকে কামৰ সৰু বৰ বিচাৰ নকৰি বিপথে যোৱা নৱপ্ৰজন্মক আদৰ্শৰ বাট দেখুৱাই কৰ্ম সংস্কৃতিৰ এক নজিৰ সৃষ্টি…
ডোৰাকঁহৰাৰ এক নং বাজৈ হোটেলৰ এসাঁজ
অৰিন্দম তালুকদাৰ
অসমত বাজৈ হোটেল সম্ভৱতঃ প্ৰথম কোকৰাঝাৰতেই আৰম্ভ হৈছিল। আমিও প্ৰথমতে কোকৰাঝাৰতেই বাজৈ হোটেলৰ প্ৰথম ভাত সাঁজ খাইছিলো। তাৰ পিছত বঙাইগাঁৱৰ বাজৈত খালো। সেইযে বাজৈ হোটেলৰ ভাতৰ সোৱাদ জিভাত লাগিল সেয়া এতিয়াও এৰা নাই। কোকৰাঝাৰৰ…
বাংলাদেশী ফ্ৰিলেন্সাৰৰ সফলতা
বাংলাদেশী ফ্ৰিলেন্সাৰৰ সফলতাঅসমৰ মানুহে সহজে কম মজুৰিত কঠোৰ পৰিশ্ৰম কৰা বাংলাদেশী বনুৱা সকলৰ প্ৰতি এক সহজাত হেয় মনোভাব পোষণ কৰা কথাটো সাধাৰণ কথা । এই বাংলাদেশী বনুৱাসকলৰ লগত অসমৰ মানুহৰ সম্পৰ্ক পুৰণি । 1970 ৰ দশকত উজনি অসমৰ গাঁৱত এইবাৰ…
ধন কুবেৰ এল’ন মাস্ক, জেফ বেজ’, মুকেশ আম্বানিৰ মাজত এখন শীতল যুদ্ধ
ভাৰতবৰ্ষৰ কেইবাশ নিযুত লোকক লক্ষ্য কৰি লৈ বিশ্বৰ তিনিজন ধন কুবেৰ এল'ন মাস্ক, জেফ বেজ', মুকেশ আম্বানিৰ মাজত এখন শীতল যুদ্ধৰ আৰম্ভণি ইতিমধ্যে আৰম্ভ হৈছে। ১৩৮ কোটি জনসংখ্যাৰ দেশ ভাৰতত ক্ৰমাৎ বৃদ্ধি পাই অহা ডিজিটেল জীৱন শৈলীৰ সুযোগ গ্ৰহণ কৰিবলৈ…