Browsing Category

ভাৰত

মোবাইলৰ সকলো ডিভাইচৰ বাবে একেটাই চাৰ্জিং প’ৰ্ট!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : সমগ্ৰ দেশৰ সকলো ফোন আৰু ইলেক্ট্ৰনিক গেজেটত একেটা চাৰ্জিং চকেট ব্যৱহাৰ কৰিব পৰা যাবনে নাই তাক চাবলৈ কেন্দ্ৰীয় চৰকাৰে এখন কমিটী গঠন কৰিছে। ১৭ আগষ্ট বুধবাৰে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা মন্ত্ৰী ৰোহিত কুমাৰ সিং…

বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিত অন্তৰ্ভুক্ত সৰ্বানন্দ সোণোৱাল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ আগষ্টঃ নতুনকৈ গঠন কৰা হৈছে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতি। দলৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে বিবেচিত সংসদীয় সমিতিত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ত্তমানৰ কেন্দ্ৰীয় মন্ত্রী…

স্বাধীনতাৰ বছৰত কি বস্তুৰ দাম কিমান আছিল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ আগষ্ট : ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰত বহু বিৱৰ্তন ঘটিছে। উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ ৰূপান্তৰিত হৈছে ভাৰত। লগতে স্বাধীনতাৰ পাছৰ পৰা কেইবাটাও বস্তুৰ দাম আকাশলংঘী হৈছে। ১৯৪৭ চনৰ পৰা ২০২২ চনলৈ পেট্ৰ’ল, সোণ…

ভাৰতীয় ৰে’লৱেৰ ইতিহাস সৃষ্টিঃ ৮ বছৰত ৩০,৫৮৫ কিলোমিটাৰ লাইন বৈদ্যুতিকৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ আগষ্ট : আমাৰ দেশৰ যাতায়াতৰ অন্যতম মাধ্যম হ’ল ৰে’ল ৷ প্ৰতিদিনে লাখ লাখ লোক ৰে'লযোগে নিজৰ গন্তব্যস্থানত উপস্থিত হয়। এই কাৰণেই ৰে’ল কৰ্তৃপক্ষই ক্ৰমান্বয়ে সামগ্ৰিক আন্তঃগাঁথনি উন্নত কৰাৰ লগতে যাত্ৰীসকলৰ সঠিক সেৱা…

ভাৰতে কিনিব বোমাৰু বিমান ‘হোৱাইট শ্বোৱান’?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ আগষ্ট : ভাৰতে এইবাৰ ৰাছিয়াৰ ছুপাৰছনিক বোমাৰু বিমান টু-১৬০ ক্ৰয় কৰি নিজৰ বায়ুসেনা শক্তিশালী কৰিবলৈ ওলাইছে নেকি? অন্ততঃ কেইবাটাও সূত্ৰই সেইটোৱেই দাবী কৰিছে। বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহত্তম দেশ হোৱাৰ পিছতো…

৮১ বছৰীয়া বিৰল পতাকাখন আজিও সংৰক্ষিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ আগষ্টঃ এইবাৰ স্বাধীনতাৰ ৭৫ বছৰ। স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ "ভাৰত ত্য়াগ" আন্দোলনত ব্য়ৱহৃত এখন পতাকা আজিও সযতনে সাঁচি থৈছে ঢকুৱাখনাৰ বাসুদেৱ থানৰ প্ৰসিদ্ধ মুক্তিযোদ্ধা শিৱচন্দ্ৰ দেৱগোস্বামীৰ পুত্ৰ তথা থানখনৰ বৰ পূজাৰী…

লিংগ পৰিৱৰ্তন কৰা পাইলটক বিমান উৰণৰ অনুমতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : অন্তৰ্ভুক্তিৰ দিশত আদৰণীয় পদক্ষেপ গ্ৰহণ কৰি ৰক্ষণশীলতাৰ বেৰা ভাঙি ভাৰতৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰণ সংস্থা অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (DGCA)-এ ১০ আগষ্টত প্ৰথমবাৰৰ বাবে চিকিৎসা নিৰ্দেশনা জাৰি…

আমেৰিকাৰ গাড়ী নিৰ্মাতা ফৰ্ডৰ প্লাণ্ট ক্ৰয় টাটা মটৰ্ছৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ১২ আগষ্টঃ ভাৰতৰ টাটা মটৰ্ছে ক্ৰয় কৰিছে আমেৰিকাৰ গাড়ী কোম্পানী ফৰ্ডৰ প্লাণ্ট। পশ্চিম ভাৰতৰ ৰাজ্য গুজৰাটত থকা ফৰ্ড কোম্পানীৰ এই প্লাণ্টটো টাটাই ৭২৫.৭ কোটি টকাত ক্ৰয় কৰিছে মূলতঃ নিজৰ গাড়ীৰ উৎপাদন বৃদ্ধিৰ বাবে।…

আমেৰিকায়ো ক্ৰয় কৰিব ভাৰতীয় যুঁজাৰু বিমান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ আগষ্ট : সামৰিক সঁজুলিৰ ক্ষেত্ৰত ইতিমধ্যে ভাৰত বহুলাংশে বিদেশী নিৰ্ভৰশীল আছিল। কিন্তু, এইবাৰ কেন্দ্ৰীয় চৰকাৰে এই ধাৰা পৰিত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। কেৱল সেয়াই নহয়, এতিয়া বিদেশলৈ নিজা প্ৰযুক্তিৰে নিৰ্মিত…

অযোধ্যাত ৰাম মন্দিৰত ৪০ শতাংশ কাম সম্পূৰ্ণ

অযোধ্যা ৭ আগষ্টঃ অযোধ্যাৰ ৰাম মন্দিৰৰ  নিৰ্মাণ অব্যাহত আছে। ঠিক দুবছৰ পূৰ্বে অৰ্থাৎ ২০২০ চনৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পিছত আনুষ্ঠানিকভাৱে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। ২০২৪…