Browsing Category

ভাৰত

সমুদ্রৰ বুকু ফালি দুৰন্ত গতিত চলিব ট্রেইন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : এইবাৰ দক্ষিণ ৰেলৱেই এক অবিশ্বাস্য কাম কৰিবলৈ আগবাঢ়িছে। ৰামেশ্বৰমলৈ অহা পর্যটকসকলো সাক্ষী থাকিব এক বিষ্ময়কৰ সৃষ্টিৰ। জনা গৈছে যে, এইবাৰ নিৰ্মাণ হ'বলৈ গৈ আছে প্রায় ৫৬০ কোটি টকা ব্যয়সাপেক্ষ পামবান সেতু। মূলতঃ…

 মহাৰাষ্ট্ৰত ৰাজনৈতিক ”ভূমিকম্প”–অভিকেন্দ্ৰ গুৱাহাটী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুনঃ গুজৰাটৰ চুৰাটৰ পৰা আহি বুধবাৰৰ পুৱা ৪০ জন বিসম্বাদী বিধায়কে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পতাৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী। ইয়াৰ পূৰ্বেও গুৱাহাটীৰ পৰা আন কেইবাখনো ৰাজ্যৰ ৰাজনীতিৰ…

গুৱাহাটীত অইলৰ কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুন: গুৱাহাটী মহানগৰীৰ বামুণীমৈদানত বুধবাৰে অইল ইণ্ডিয়া লিমিটেডৰ গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আধাৰশিলা স্থাপন কৰি কয় যে গুৱাহাটীত অইল…

দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২১ জুনঃ দিল্লীৰ উপমুখ্যমন্ত্ৰী তথা আপৰ নেতা মনীষ চিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। পিপিই কিট কেলেংকাৰিক লৈ মনীষ চিছোদিয়াই দিল্লীত এক…

ৰাষ্ট্রপতি পদত এনডিএৰ প্রার্থীৰূপে কিয় দ্রৌপদী মুর্মুৰ নাম বাচনিত উঠিল ?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : ৰাষ্ট্রপতি পদৰ বাবে এনডিএৰ প্রার্থী হিচাবে দ্রৌপদী মুর্মুৰ নাম ঘোষণা কৰিলে বিজেপিয়ে। তেওঁ ঝাড়খণ্ডৰ প্রাক্তন ৰাজ্যপাল। বিজেপি নেতৃত্বৰ দাবী— তেওঁ প্রথম এনডিএৰ তৰফৰ পৰা ৰাষ্ট্রপতি পদৰ আদিবাসী প্রার্থী।…

চাইকেলৰ গতি ঘণ্টাত ৫৮.২৫৪ কিলোমিটাৰ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুন : আক্ষৰিক অর্থতেই গতিত ধুমুহা নমাই ব্রঞ্জ জিকিলে ৰোণাল্ডোৱে। যদিও এওঁ ক্রিষ্টিয়ানো ৰোণাল্ডো নহয়। ভাৰতৰ ৰোণাল্ডো সিঙে ধুমুহাৰ গতিত চাইকেল চলাই ব্রঞ্জৰ পদক উপহাৰ দিলে দেশক। দিল্লীৰ ইন্দিৰা গান্ধী স্পর্টছ…

নিৰ্বাচনত দুটা সমষ্টিৰ পৰা একেজন প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতাত নিষেধাজ্ঞা আৰোপ হোৱাৰ সম্ভাৱনা

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ জুন : যি সকল প্ৰাৰ্থীয়ে লোকসভা, বিধানসভা বা আন কোনো প্ৰত্যক্ষ নিৰ্বাচনত দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে বা কৰাৰ ইচ্ছা পোষণ কৰি ৰাখিছে, শীঘ্ৰেই হয়তো তেওঁলোকৰ আশাত চেঁচাপানী পৰিব। দুটা সমষ্টিৰ পৰা একেসময়তে…

দেশত ‘অগ্নিপথ’ৰ দাবানলঃ কেৱল বিহাৰতেই ৰে’ল বিভাগৰ ২০০ কোটি টকাৰ ক্ষতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ জুন : অগ্নিপথ প্রকল্পক ঘেৰি দেশত এতিয়া অগ্নিগর্ভ পৰিস্থিতি। সেনা বাহিনীত নিয়োগৰ নতুন নিয়মৰ প্রতিবাদত প্রবল বিক্ষোভ চলিছে গোটেই দেশজুৰি। সকলোতকৈ বেয়া অৱস্থা বিহাৰ আৰু উত্তৰ প্রদেশত। কেৱল বিহাৰতেই আন্দোলনকাৰীৰ…

অগ্নিপথঃ উত্তাল দেশত এটা এটাকৈ নিয়ম শিথিল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ জুনঃঅগ্নিপথ আঁচনিক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে এটা এটাকৈ নিয়ম শিথিল কৰি আছে। অগ্নিপথ আঁচনিত সেনাবাহিনীৰ বাবে ১০ শতাংশ সংৰক্ষণ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে…

দহদিনত ভাৰতৰ দুবাৰ পৰমাণু ক্ষেপণাস্ত্র পৰীক্ষা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুন : দহ দিনত দুবাৰকৈ পৰমাণু ক্ষেপণাস্ত্র পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে ভাৰতে। দহ দিন পূৰ্বে শত্রুৰ বুকুত ভয়ৰ কঁপনি তুলি পৰমাণু অস্ত্র বহনত সক্ষম অগ্নি ৪ বেলেষ্টিক মিছাইলৰ (Agni-IV ballistic missile) সফল উৎক্ষেপণ…