Browsing Category

মনস্বিনী (নাৰী)

লখিমপুৰত ৭ দিনত হস্ততাঁত বস্ত্রশিল্প বিভাগে ক্ৰয় কৰিলে কেৱল ৯৪ খনহে গামোচা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰৰ, ২১ জানুৱাৰী : চলিত বৰ্ষৰ ১৩ জানুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গাঁৱৰ মহিলা তথা শিপিনীসকলৰ উন্নয়নৰ বাবে মুকলি কৰা স্বনিৰ্ভৰ নাৰী ২০২১-২২ আঁচনিখন এতিয়া এক প্ৰকাৰে প্ৰহসনত পৰিণত হৈছে। ১৫…

তেজপুৰৰ নিৰু নেওগ বৰাৰ সৃষ্টিশীল যাত্ৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জানুৱাৰী: তেজপুৰ ঘৰপৰা চুবুৰী নিবাসী নিৰু নেওগ বৰাই ১৯৭৩ চনতে নাটক ৰচনা কৰাৰ মাজৰে সৃষ্টিশীল কৰ্ম্মত আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁৰ সাহিত্য কৃতি নাটকৰ উপৰি শিশু গল্প, শিশু উপন্যাস আৰু অন্যান্য লেখাত প্ৰতিফলিত…

প্ৰতি ১১ মিনিটৰ অন্তত এগৰাকী মহিলাক নিজৰ পৰিয়ালে হত্যা কৰে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : পাৰিবাৰিক হিংসাৰ ফলত হোৱা প্ৰাণ হেৰুৱাৰ ঘটনা কেৱল ভাৰত বা পশ্চিমীয়া দেশতেই নহয়, সমগ্ৰ বিশ্বতে এই ভয়াৱহতাই বিৰাজ কৰিছে। আন্তঃৰাষ্ট্ৰীয় হিংসা নিৰ্মূল দিৱসৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত…

পুৰুষৰ দেহতো ধৰা পৰিছে স্তন কৰ্কট ৰোগ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩১ অক্টোবৰঃ সাম্প্ৰতিক সময়ত দেশত স্তন কৰ্কট ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই স্তন কৰ্কট ৰোগ কেৱল মহিলাৰ মাজতে সীমাবদ্ধ থকা নাই৷ এনে স্তন কৰ্কট ৰোগ এতিয়া পুৰুষৰ দেহতো ধৰা পৰিছে৷ বিশ্বত প্ৰতি ১৩ মিনিটত এগৰাকী মহিলাৰ…

উপবাসৰ বিপদ! মহিলাসকলৰ বাবে সতৰ্কবাণী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : বহু পুষ্টি বিশেষজ্ঞই ওজন কমাবলৈ মাজে মাজে উপবাস বা Intermittent Fasting কৰাটো অন্যতম ফলপ্ৰসূ উপায় হিচাপে পৰামৰ্শ দিয়ে। এই ধৰণৰ খাদ্যত এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ কৰে আৰু তাৰ পিছত…

সৌন্দৰ্য্য প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত তেজপুৰৰ স্নেহা বৰুৱাৰ কৃতিত্ব

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২০ অক্টোবৰ : তেজপুৰ হজৰাপাৰ নিবাসী স্নেহা বৰুৱাই স্পাৰ্ক মিছেছ নৰ্থ ইষ্ট ইণ্ডিয়া ২০২২ প্ৰতিযোগিতাত দ্বিতীয় ৰাণাৰ্চ আপ খিতাপ লাভ কৰি তেজপুৰ তথা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেজপুৰৰ হজৰাপাৰ নিবাসী…

স্বাভিমানী অসমীয়াঃ নয়নমণিলৈ অভিনন্দনৰ বিশাল হৰ্ডিং

কমনৱেলথ গেমছত লন বল প্ৰতিযোগিতাত স্বৰ্ণ পদক প্ৰাপ্ত নয়নমণি শইকীয়াক লৈ এতিয়া সমগ্ৰ অসমবাসীৰ লগতে বন বিভাগৰ বিষয়া-কৰ্মচাৰীও উৎফুল্লিত। আজি বন বিভাগে সতীৰ্থ কৰ্মচাৰীগৰাকীলৈ অভিনন্দন যাঁচি গুৱাহাটীত আঁৰিলে বিশাল হৰ্ডিং। উল্লেখ্য় যে নয়নমণি বন…

পাচলি বিক্ৰেতা মহিলাই কৰিছে ১১খন দেশ ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : তেওঁ বজাৰত শাক-পাচলি বিক্ৰী কৰে। কিন্তু সেই উপাৰ্জনেৰে কেৱল খোৱা-বোৱা কৰি দিনটো পাৰ কৰিবলৈ অনিচ্ছুক ৬১ বছৰ বয়সীয়া মহিলাগৰাকী। তেওঁৰ জীৱনৰ দৰ্শন হৈছে কাম কৰা, ধন সঞ্চয় কৰা আৰু পৃথিৱীখন চোৱা। নাম মলি।…

বস্ত্ৰ ব্যৱসায়েৰে উজলিছে দুধনৈৰ পূৰৱী ৰয়

শিখাজ্যোতি কোঁৱৰ 'চাকৰি নাপালে ব্যৱসায় কৰিম' এই ধাৰণা আমাৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত গাঢ় হৈ উঠা বিপৰীতে একাগ্রতাৰে ব্যৱসায় কৰি সফলতাৰ বাট বুটলিবলৈ সক্ষম হোৱা এগৰাকী উদ্যোগী ব্যৱসায়ীক আজি আপোনালোকৰ মাজত পৰিচিত কৰি দিবলৈ লৈছোঁ। অসমৰ…

উগাণ্ডাৰ এগৰাকী বিস্ময়কৰ মাতৃঃ ৪০ বছৰত জন্ম দিলে ৪৪টা সন্তান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুন : মৰিয়াম নাবাটাঞ্জীক বিয়া দিয়াৰ এবছৰৰ পিছত যমজ সন্তান জন্ম দিয়ে। তাৰ পিছত আৰু তিনিবাৰ যমজ সন্তান আহিল। পাঁচবাৰ আহিল তিনিটাকৈ সন্তান আৰু পাঁচবাৰ হ'ল চাৰিটাকৈ সন্তান। নাবাটাঞ্জীয়ে ৪০ বছৰ বয়সলৈকে ৪৪টা…