Browsing Category
মনোৰঞ্জন
৬ অক্টোবৰত চিত্ৰগৃহলৈ অসমীয়া চলচিত্ৰ ‘এটি নক্ষত্ৰ’
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ অসমীয়া চলচিত্ৰ জগতত আৰু এখন নতুন অসমীয়া চলচিত্ৰৰ সংযোজন ঘটিব অহা ৬ অক্টোবৰত৷ আজি লখিমপুৰত এই কথা সদৰি কৰে চলচিত্ৰখনৰ প্ৰযোজক, পৰিচালক ৰুদ্ৰজিৎ মজুমদাৰে৷ অহা ৬ অক্টোবৰত অসমৰ প্ৰায়বোৰ ছবিঘৰত…
সঙ্গীত সত্ৰৰ পৰীক্ষাত বিদেশী-প্ৰবাসী-অনা অসমীয়া নৃত্য পটীয়সীৰ ভিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ সত্ৰীয়া সঙ্গীতৰ বাবে ২৪ ছেপ্তেম্বৰ দিনটো অনাগত দিনৰ বাবে পৰিগণিত হ'ল এক বিশেষ দিনৰূপে।সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ ৩২ গৰাকী সত্ৰীয়া নৃত্য আৰু খোলৰ…
তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা জীনা ৰাজকুমাৰীৰ গীত – কথা…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ :অসমৰ লোকগীত - লোকসংগীতক নিজস্ব শৈলীৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰা ভাৰত চৰকাৰৰ বৈদেশিক সমন্বয় পৰিষদৰ অনুমোদিত শিল্পী তথা প্ৰচাৰ ভাৰতীৰ বি গ্ৰেডৰ শিল্পী জীনা ৰাজকুমাৰীৰ গীত - কথা আৰু নাচেৰে…
যিকোনো প্ৰচেষ্টাৰ বাবে নিজৰ সৰ্বোচ্চ উজাৰি দিয়ক,–ৰীমা দাস
উত্তৰ লখিমপুৰঃ ৯ ছেপ্টেম্বৰঃ অস্কাৰৰ মনোনীত চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে আজি ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিবলৈ কয়। আজি উত্তৰ লখিমপুৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাত…
প্ৰবীন নাট্য শিল্পী পবিন শৰ্মাক জীৱনজোৰা নাট্য সাধনা বঁটা প্ৰদান ( ফটো সংবাদ)
নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰম্ভণিৰ দিনা প্ৰবীন নাট্য শিল্পী পবিন শৰ্মাক জীৱনজোৰা নাট্য সাধনা বঁটা প্ৰদান কৰা হয়।
অভিনৱ থিয়েটাৰ প্ৰকল্পত নাটকৰ অন্তৰংগ আলাপ আৰু নাটক দূত ঘটোৎকচ মঞ্চস্থ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত যোৱা ১৩ আগষ্টৰ সন্ধিয়া ৬বজাত এখনি হিন্দী নাটক “দূত ঘটোৎকচ” মঞ্চস্থ কৰা হয়। প্ৰতি মাহত অভিনৱ থিয়েটাৰৰ দ্বাৰা অনুষ্ঠিত কৰি অহা “নাটকৰ অন্তৰংগ”…
তেজপুৰৰ জ্যোতি ভাৰতীত দৃষ্টিনন্দন দেশপ্ৰেমৰ অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সংগীত নাটক অকাডেমীৰ উত্তৰপূব মাণ্ডলিক কাৰ্যালয়ৰ নিৰ্দেশনা অনুযায়ী তেজপুৰৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান…
সৃষ্টি’ৰ ২০ দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ সফল সামৰণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১০ আগষ্টঃ গ্ৰীষ্মকালীন বন্ধৰ উপলক্ষে লক্ষীমপুৰৰ অন্যতম নাট্যচৰ্চা কেন্দ্ৰ সৃষ্টিয়ে আয়োজন কৰা ২০ দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ আজি সামৰণি পৰে।পঞ্চাশৰো অধিক শিশুৱে অংশগ্ৰহণ কৰা এই কৰ্মশালাত নাটক, অভিনয়, যোগ…
আহি আছে বিদ্যুত কটকীৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘মই এটি নিশাচৰ’
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ আগষ্টঃ অসমীয়া চলচ্চিত্ৰ জগতত সংযোজন হ'ব এখন নতুন চলচ্চিত্ৰ 'মই এটি নিশাচৰ'। মঙলবাৰে উত্তৰ গুৱাহাটীৰ শিলসাঁকোত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা বিদ্যুত কটকীৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘মই…
থাইলেণ্ডত নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ লখিমপুৰৰ ‘নৃত্যবন’ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩ আগষ্টঃ নর্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যনৰ তত্বাৱধানত নৃত্যবনৰ পৰিচালিকা মায়ুৰী দত্তৰ সহযোগত লক্ষীমপুৰৰ অগ্ৰণী নৃত্যানুস্থান ''নৃত্যবন''ৰ এটি দলে সুদূৰ থাইলেণ্ডৰ মহাচাৰখম ইউনিভাৰ্চিটি আৰু কালাচীন কলেজ অৱ ড্ৰামাটিক…