Browsing Category
মনোৰঞ্জন
কৃচ্ছ সাধনাৰে সফলতাৰ জখলা বগাইছে নৃত্য শিল্পী আচিকে
মুক্তাৰ আলী
অসমত ইউটিউবাৰৰ সংখ্যা দিনক দিনে বাঢ়িছে।নিষ্ঠা আৰু একাগ্ৰতাৰ অভাৱত বহু ইউটিউবাৰে একোটা চেনেল কেইদিনমান চলাই হঠাৎ নোহোৱা হৈ যায়।বহুতে আকৌ নিজৰ প্ৰতিভাসমূহ দাঙি ধৰিবলৈকে ইউটিউব চেনেল চলাই সফলো হয় । নতুনকৈ আত্মপ্ৰকাশ কৰা অসমৰ…
সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য কৰ্মশালা আৰম্ভ
উত্তৰ লখিমপুৰ, ১৭ জুনঃ সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিভাগৰ দ্বাৰা ১৫ জুনৰ পৰা ২৪জুনলৈ অনুষ্ঠিত কৰা নাট কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি যোৱা ১৫ জুনৰ দিনা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা…
ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ই সিংহাসনত আৰোহণ কৰাৰ ৭০ বছৰ সম্পূৰ্ণ
শতাব্দ বিশেষ প্ৰতিনিধি, ২ জুনঃ সমগ্ৰ ইংলেণ্ডতে আজিৰে পৰা আৰম্ভ হৈছে চাৰিদিনীয়া ৰাজকীয় উৎসৱ। ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ই সিংহাসনত আৰোহণ কৰাৰ ৭০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশখনৰ সকলো প্ৰান্ততে আজিৰে পৰা উদযাপন কৰিবলৈ লোৱা হৈছে…
৫৪ বছৰতে থমকিল কেকেৰ সুৰঃ সুৰলোকলৈ যাত্ৰা বিখ্যাত গায়কৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুন : 'হাম ৰহে ইযা না ৰহে কাল, কাল য়াদ আয়েঙ্গে ইয়ে পল'… প্ৰজন্মৰ পিছত প্ৰজন্মৰ কথা আছে তেওঁৰ গানত। গান আছিল তেওঁৰ ধ্যান-গান, আৰু একপ্রকাৰ গান গায় গায়েই গুচি গ'ল তেওঁ। কলকাতালৈ আহিছিল দুখন কলেজৰ…
মুম্বাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ উত্তৰ পূবৰ তেৰখন ছবি
শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে' :কালিৰে পৰা মুম্বাইৰ নেহৰু চেণ্টাৰত জাকজমকতাৰে আৰম্ভ হৈছে ১৭ তম মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা এই মহোৎসৱত প্ৰধানকৈ তথ্যচিত্ৰ, চুটি ছবি আৰু এনিমেছন…
কান চলচ্চিত্ৰ মহোৎসৱৰ তথ্যচিত্ৰ শাখাৰ সৰ্বশ্ৰেষ্ঠ- শৌনাক সেনৰ ‘All That Breaths’
শতাব্দ বিশেষ প্ৰতিনিধি, ২৯ মে' : কান চলচ্চিত্ৰ মহোৎসৱৰ তথ্যচিত্ৰ শাখাৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ L'Oeil d'Or লাভ কৰিছে শৌনাক সেনৰ 'All That Breaths' নামৰ তথ্যচিত্ৰখনে। ভাৰতৰ পৰা এইখনেই একমাত্ৰ মনোনীত ছবি আছিল। ৯০ মিনিট দৈৰ্ঘ্যৰ ছবিখনত দিল্লীৰ…
ফেচবুকত বৃহৎ সালসলনিঃ নিশ্চিন্তে দিব পাৰিব হাঁহা ৰিয়েক্ট !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ মে' : আজি ফেচবুকত কি পৰিৱৰ্তন হৈছে, মন কৰিছেনে? যদি নাই কৰা তেন্তে এবাৰ ভালদৰে চাওকচোন। ধৰিব পাৰিছেনে? নাই পৰা ! আচলতে ফেচবুকত ঘটোৱা হৈছে পৰিৱৰ্তন। আপোনাৰ ফটো, পোষ্ট বা মন্তব্যত কেইটা প্রতিক্রিয়া পৰিছে, সেয়া দেখা…
কান মহোৎসৱত চৰ্চিত আইমী বৰুৱাৰ ‘চেমখৰ’
কান চলচ্চিত্র মহোৎসৱৰ ‘কাণ্ট্ৰী অব অনাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত ‘চেমখৰ’ সন্দৰ্ভত বক্তব্য আগবঢ়ালে আইমী বৰুৱাই। আগ্ৰহী আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্ৰ অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে নিৰ্মাতাগৰাকীয়ে।
শতাব্দ…
ৰূপকোঁৱৰে গঢ়ি তোলা অসমৰ প্ৰথমখন সংগীত শিক্ষানুষ্ঠান ধ্ৰুপদী গীত-নৃত্যৰে মুখৰিত
শতাব্দ প্ৰতিনিধি , তেজপুৰ, ২২ মে’: দেশে স্বাধীনতা লাভ কৰাৰ আগতেই তেজপুৰত সংগীত চৰ্চাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মই পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই ১৯৪০ চনতেই গঢ়ি তোলা জ্যোতি কলা কেন্দ্ৰ সংগীত বিদ্যালয় তথা বৰ্তমানৰ…
স্বৰ্ণমণ্ডিত দ্বাৰকাত অন্য এক অশান্তিকৰ পৰিৱেশৰ পৃষ্ঠভূমিৰ নিৰ্মাণ কাল কেনেকৈ সৃষ্টি হৈছিল?
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩ মে': মহাভাৰতৰ যুদ্ধোত্তৰ কালৰ কাহিনীৰ বিশেষ দৰ্শনেৰে অনিল কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা "যুগ অন্য যুগ" নাটক কালি প্ৰতিকূল বতৰৰ মাজতো তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত গৰিষ্ঠসংখ্যক দৰ্শকে উপভোগ কৰি আপ্লুত হয়।…