Browsing Category
মনোৰঞ্জন
তেজপুৰৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি স্মৃতি বিজড়িত শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ “অন্তৰংগ…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ফেব্ৰুৱাৰীঃ যিকোনো পৰিৱেশত য'তে ত'তে যে নাটক কৰিব পাৰি সেইকথা কালি নিশা প্ৰতিপন্ন কৰি তেজপুৰৰ একাংশ ৰুচীশীল দৰ্শকক মুগ্ধ কৰি তুলিলে দীৰ্ঘদিন ধৰি ৰাজ্যখনত এক সুস্থ সাংস্কৃতিক ধাৰা অব্যাহত ৰখা গুৱাহাটীৰ নাট্য আৰু…
জাতীয় শ্বহীদ ভূপেন ডেকাৰ স্মৃতি জীপাল কৰি ৰাখিবলৈ বিগত ২২ বছৰে নিজে নাটক লিখি, পৰিচালনা আৰু মঞ্চস্থ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৭ফেব্ৰুৱাৰীঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ শ্বহীদ তথা এসময়ৰ দক্ষ অভিনেতা ভূপেন ডেকাৰ তেজপুৰৰ সহপাঠী বন্ধু এগৰাকীয়ে বন্ধুৰ সোঁৱৰণত বিগত ২২ বছৰে নিজৰ জেপৰ ধনেৰে নাট মঞ্চস্থ কৰি এক বিশেষ দৃষ্টান্ত দাঙি ধৰি অহাৰ পিছত…
তেজপুৰত সৌন্দৰ্য প্ৰতিযোগিতা
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২ ফেব্ৰুৱাৰী : ৰূপ-সৌন্দৰ্য্যৰ সমাহাৰ ঘটাই পৰম্পৰাগত সাজপাৰ পৰিহিত এজাক যুৱক-যুৱতীৰ লয়লাস খোজ । আধুনিক সৌন্দৰ্যৰ জগতত ফেৰ মাৰিব পৰাকৈ এচাম যুৱক-যুৱতীক সাজু কৰি তুলিছে ডায়না বিউটি এণ্ড মেকআপ একাডেমীৰ সঞ্চালিকা…
তেজপুৰত সংগীতৰ শিক্ষানুষ্ঠান “চিত্ৰলেখা সংগীত বিদ্যালয়” ৰ শুভাৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৯ জানুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী বালিপখুৰী তিনিআলি প্ৰাথমিক বিদ্যালয়ত আজি "চিত্ৰলেখা সংগীত বিদ্যালয়" নামকৰণেৰে এখনি সংগীত বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয় । শিশু শিল্পী বিস্মিতা কাশ্যপে এটি বৰগীতেৰে শুভাৰম্ভ কৰা…
ঢাকাৰ ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেজপুৰৰ শিৱম ক্ৰীয়েশ্যনৰ “অনুৰ – আইজ…
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২১ জানুৱাৰী :অসমৰ বিশিষ্ট গল্পকাৰ - সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ "ভালপোৱাৰ সময়" নামৰ এটা বিখ্যাত গল্পৰ আধাৰত যুৱপ্ৰজন্মৰ এগৰাকী দক্ষ চলচ্চিত্ৰ পৰিচালক মঞ্জুল বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে তেজপুৰৰ…
তেজপুৰত অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবলৈ মনস্থ
তেজপুৰ শাখাৰ বিশেষ সভাত বিভিন্ন শাখা - অনুষ্ঠানৰ প্ৰতিনিধিৰ মতামত গ্ৰহণ
তিনিচুকীয়াত পুষ্পক কাৰ ৰেলীত হিন্দী বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা আশ্ৰানী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ জানুৱাৰী : অসম মটৰ স্পৰ্টছ ক্লাবৰ উদ্যোগত দেওবাৰে তিনিচুকীয়াত অনুষ্ঠিত হয় পুষ্পক কাৰ ৰেলী ২০২৩ ৷ মুঠ ৮০ টা দলে অংশগ্ৰহণ কৰা এই ৰেলীৰ তিনিচুকীয়া চহৰৰ চলিহা নগৰ খেলপথাৰৰ পৰা পুৱা ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে…
তেজপুৰত পহিলা জানুৱাৰীৰ “নাটকৰ দিন” উদযাপন
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ জানুৱাৰী : নাটক আমাৰ জীৱন, নাটকেই আমাৰ খাদ্য। সেয়েহে নাটক আমাৰ বাবে জিন্দাবাদ। নাটকখন অবিহনে আমি কোনো ক্ষেত্ৰতে মানসিক প্ৰশান্তি লাভ কৰিব নোৱাৰোঁ বুলি আজি সন্ধিয়া তেজপুৰৰ জে বি প্ৰডাকচনৰ আখৰা গৃহত মন্তব্য কৰে…
গীত, কবিতা, সংগীত আৰু ইতিবাচক দিশ স্মৰণেৰে ২০২২ বৰ্ষক বিদায় দি ২০২৩ বৰ্ষক আদৰণী তেজপুৰৰ ১০৭ বছৰীয়া…
ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক মিনাক্ষী গোস্বামীয়ে বঁটা গ্ৰহণৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্যক শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰাত অভিনন্দন জ্ঞাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩১ ডিচেম্বৰ : বিদায়ী…
ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ বিজয়ী নিচান আৰু ঊষা- চিত্রলেখাৰ দৃশ্য গ্রহণ সমাপ্ত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩০ডিচেম্বৰ: ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দুটা কালজয়ী গীতৰ দৃশ্য শ্ৰাব্য সঁফুৰা প্ৰথম বাৰৰ বাবে দেখা পোৱা যাব।সম্প্ৰতি দৃশ্য গ্ৰহণ সমাপ্ত হোৱা এই দৃশ্য শ্ৰাব্য সঁফুৰাৰ প্রযোজনা কৰিছে তেজপুৰৰ হৰিবিলাস…