Browsing Category

মনোৰঞ্জন

লভিতাৰ শুধৰণিৰ বাবে ১০দিনৰ সময়সীমা লাচিত সেনাৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ১২ অক্টোবৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি "লভিতা" নাটকখন বিকৃত ৰূপ দি উপস্থাপন কৰাৰ বিৰুদ্ধে সোচ্চাৰ হৈছে বীৰ লাচিত সেনা অসম৷ আৱাহন থিয়েটাৰক এই ভুলৰ শুধৰণি কৰিবলৈ ১০ দিনৰ সময় সীমা বান্ধি দিছে…

তেজপুৰত মাংগলিক পৰিৱেশত ৰাসোৎসৱৰ নাটমেলা

পৰম্পৰাগত ভাবে লক্ষ্মী পূজাৰ নিশা "কেলী গোপাল" নাটৰ শুভাৰম্ভণি ঐতিহ্যমণ্ডিত মিলন বাকৰি আৰু বিহগুৰি কলিতা গাওঁ আঞ্চলিক ৰাসোৎসৱৰ শতাব্দ প্ৰতিনিধি তেজপুৰ,১০অক্টোবৰঃ "শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন /ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন" পুনৰ সন্মুখত আহি…

লখিমপুৰত জিলাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বাটৰ নাট প্ৰদৰ্শন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ ছেপ্টেম্বৰঃ চলিত বৰ্ষৰ ২ অক্টোবৰত লখিমপুৰ জিলাই সোণালী জয়ন্তী বৰ্ষত উপনীত হ’ব৷ তদুপলক্ষে লখিমপুৰ জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ সেই অনুসৰি যোৱা ২৭ ছেপ্টেম্বৰত লখিমপুৰ জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী…

আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ ছেপ্টেম্বৰ : প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্বৰ্ধনা জনাব অভিনেত্ৰীগৰাকীক।…

বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা- তোৰণ মুকলি

বিশ্বনাথ চাৰিআলি, ২৬ ছেপ্টেম্বৰঃ  বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ নবাগত আদৰণি সভাখন যোৱা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ স্বৰ্গীয় চন্দ্ৰধৰ বৰুৱা সোঁৱৰণী তোৰণখন দাতা পৰিয়ালৰ হৈ তেখেতৰ…

ঢকুৱাখনাৰ এবাছ মানুহ কিয় লখিমপুৰলৈ কঢিয়াই আনিব “ব্ৰিজ”ৰ পৰিচালক কৃপাল কলিতাই

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২৪ ছেপ্টেম্বৰঃ অহা ৩০ ছেপ্টেম্বৰত ৪৫ টা ছবিগৃহত একেলগে মুক্তি লভিব লগা, ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবিৰ ৰজত কমল বঁটাৰ লগতে ১৯ টাকৈ ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় সন্মান কঢ়িয়াবলৈ সক্ষম হোৱা "ব্ৰীজ"…

মডেলিঙৰ ক্ষেত্ৰখনত উজলিছে আৰক্ষী জোৱান তেজপুৰৰ মানস কেওঁট

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২ছেপ্টেম্বৰ: অসম আৰক্ষীৰ এজন জোৱান তথা তেজপুৰৰ মানস কেওঁটে নিজা দায়িত্ব পালনৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁৰ প্ৰতিভাৰ জৰিয়তে৷তেজপুৰৰ ডেকাৰগাঁও বৰুৱাচুবুৰীৰ মানস কেওঁটে সম্প্ৰতি মডেলিঙৰ ক্ষেত্ৰত…

৩০ ছেপ্টেম্বৰত চিত্ৰগৃহত ‘ব্ৰিজ’ৰ শুভ মুক্তি

দেশৰ শ্ৰেষ্ঠ দহখন ছবিৰ ভিতৰত ব্ৰিজ’ৰ স্থান লাভ শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ অহা ৩০ ছেপ্টেম্বৰত অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব্ৰিজ নামৰ অসমীয়া কথাছবি খনে৷ ইতিমধ্যে এই ছবিখনে দেশ বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ…

তিনি দশকৰ পাছত কাশ্মীৰত মুকলি চিনেমা হল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : ৩০ বছৰৰ মূৰত জম্মু-কাশ্মীৰত মুকলি হৈছে চিনেমা হল। ১৯৮০ চনৰ পিছত আকৌ এবাৰ কাশ্মীৰৰ জনসাধাৰণ বাটলৈ আহিব। জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ১৮ ছেপ্টেম্বৰ দেওবাৰে কাশ্মীৰত দুটা মাল্টিপ্লেক্স…

ভৱানী দলে টাহুৰ  ‘O2’ ফিচাৰ ফিল্মৰ দেশ-বিদেশত কেইবাটাও বঁটা লাভ

ৰয়েল পেগু পৰিৱেশ সুৰক্ষাৰ বিষয়কলৈ বিশেষকৈ দেশৰ ৰাজধানী দিল্লীৰ বৰ্ধিত বায়ু প্ৰদূষণৰ ওপৰত আধাৰিত 'O2' নামৰ ফিচাৰ ফিল্মখন দেশ-বিদেশত কেইবাটাও বঁটা লাভ কৰি অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লখিমপুৰৰ জীয়ৰী তথা বৰ্তমান দিল্লী নিবাসী…