Browsing Category
মনোৰঞ্জন
কলকাতাত গীতে-মাতে ভূপেন হাজৰিকাক স্মৰণ
কলকাতা, ১২ ছেপ্টেম্বৰঃ অসম সাহিত্য সভা আৰু কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ যৌথ উদ্যোগত যোৱা ১০ ছেপ্টেম্বৰত কলকাতাত ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী অতি আড়ম্বৰতাৰে পালন কৰা হয়। সুধাকণ্ঠৰ কলকাতাৰ সংযোগক সুঁৱৰি অনুষ্ঠিত…
নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ নাটকৰ ছয় হাত মাথোঁ মহুৰত সম্পন্ন
শতাব্দ প্ৰতিনিধি তেজপুৰ ৭ছেপ্টেম্বৰ: ৰাজ্যৰ এগৰাকী প্ৰবীন নাট্যকাৰ,পৰিচালক তথা অভিনেতা ঐশ্বৰ্য কাকতিৰ জন্ম দিনটো তেওঁ ব্যতিক্ৰমী ধৰণে পালন কৰি আহিছে।নিজৰ ওপজা দিনত কাকতিয়ে ৰাইজলৈ উপহাৰ দিয়ে একোখনকৈ নতুন নাটক।এইবাৰো অহা দুই নবেম্বৰত তেজপুৰত…
দেৱব্ৰত থিয়েটাৰৰ প্ৰযোজক-পৰিচালক তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা প্ৰফুল্ল শইকীয়া…
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১ ছেপ্টেম্বৰ : এসময়ৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা, নাট্যকাৰ, তথা দেৱব্ৰত থিয়েটাৰৰ প্ৰযোজক-পৰিচালক প্ৰফুল্ল শইকীয়া আজি ৰোগত আক্ৰান্ত। ভ্ৰাম্যমাণ জগতত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা সু…
তেজপুৰ বিশ্ববিদ্যালয়ৰ মঞ্চত “তোমাৰ নিবিড় মায়াৰে” অসমীয়া নাট প্ৰদৰ্শন
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্টঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে স্বাধীন থিয়েটাৰৰ সহযোগত ২৯ আগষ্টত “তোমাৰ নিবিড় মায়াৰে” নামেৰে এখন অসমীয়া নাটক মঞ্চস্থ কৰে। নাটখনৰ মূল অভিনেত্ৰী, অভিনেতা আছিল অপৰ্ণা দত্ত চৌধুৰী আৰু সত্যজিৎ গগৈ।…
অভিনৱ থিয়েটাৰৰ “কড়োৱা চচ” ১৬ ছেপ্তেম্বৰত শান্তিনিকেতনত মঞ্চস্থ হব
লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ নাট্য গোষ্ঠীৰ হিন্দী নাটক “কড়োৱা চচ” অহা ১৬ ছেপ্তেম্বৰ,২০২২ত শান্তিনিকেতনৰ সৃজনীত মঞ্চস্থ হব ৷ বোলপুৰ নৃত্য নিকেতন ড্যান্স গ্ৰুপ এণ্ড স্কুলৰ দ্বাৰা আয়োজন কৰা ৰাষ্ট্ৰীয়…
জ্যোতি চিত্ৰবনত মুখ্যমন্ত্রীয়ে মুকলি কৰিলে অডিঅ’-ভিজুৱেল হাব
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ অসমৰ মৃতপ্ৰায় চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিলে চৰকাৰৰ এক বিশেষ পদক্ষেপে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাহিলিপাৰস্থিত জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা এটা…
অভিনেত্রী জ্ঞানদা কাকতিক ‘সাংস্কৃতিক সাংবাদিক সন্থা অসম’ৰ সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ 'সাংস্কৃতিক সাংবাদিক সন্থা অসম'ৰ তৰফৰ পৰা আজি অসমৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক শ্বিলঙৰ অকলেণ্ডস্থিত তেওঁৰ বাসভৱনত সম্বৰ্ধনা জনোৱা হয়। সন্থাৰ তৰফৰ পৰা উপদেষ্টা কমল লোচন দাস, সভাপতি বিতোপন বৰবৰা,…
আজাদী কী অমৃত মহোৎসৱৰ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ
উত্তৰ লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া আৰু ১নং মাজ গাওঁৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫ আগষ্টৰ সন্ধিয়া “অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ’২০২২” অনুষ্ঠিত কৰা হয়৷ এই…
‘এ শ্বৰ্ট এণ্ড ইনকমপ্লিট হিষ্টৰী অৱ চিনেমা ইন অসম’ শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শন
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত কালি অসমীয়া বিভাগত তথ্যচিত্ৰ প্ৰদৰ্শনীৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানটোত তেজপুৰ…
আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২ আগষ্ট: লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া ৭ বজাত আৰু ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫ , আগষ্টৰ সন্ধিয়া ৭ বজাত “অভিনৱ থিয়েটাৰ শিশু নাট…