Browsing Category
মনোৰঞ্জন
ভয় আৰু নিৰাপত্তাহীনতাই মোক আগুৱাই নিছে– আমিৰ খান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ আগষ্টঃ তিনিটা দশকৰো অধিক সময় ধৰি চলি থকা কেৰিয়াৰত আমিৰ খানে বহু ব্লকবাষ্টাৰ ছবিৰ অংশ হৈ আহিছে আৰু দেশৰ অন্যতম ডাঙৰ ছুপাৰ ষ্টাৰ হৈয়ে আছে। শেহতীয়াকৈ আমিৰ খান পুনৰ চৰ্চালৈ আহিছে "লাল সিং চাড্ডা" নামৰ চিনেমাখনক লৈ।…
চলিত নাট্যবৰ্ষৰ বাবে সাজু হিমাদ্ৰী থিয়েটাৰ
মুক্তাৰ আলী
বাৰেবৈষ্ণৱৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুত যুদ্ধংদেহী তৎপততাৰে চলিছে হিমাদ্ৰী থিয়েটাৰৰ আখৰা। নাৰায়ণপুৰ মাধৱপুৰৰ নিজা আখৰাগৃহত আৰম্ভ হোৱা আখৰাত তিনিখনকৈ নাটকৰ আখৰৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। মুখ্য প্ৰযোজক নৱজ্যেতি বুল…
নৃত্য আৰু নাটকৰ অপূৰ্ব সমাহাৰেৰে ‘নৃত্যবন’- ‘প্ৰতিবিম্ব দ্য ৰিফ্লেক্সন’ আৰু…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জুলাইঃ যোৱা দুটা বছৰ পৃথিৱীৰ অসুখ 'কৰোনা'ই কোঙা কৰি পেলোৱা মানুহৰ মনবোৰক সজীৱ কৰি তুলিবলৈ যেন আগমন ঘটিল এই বছৰৰ গৰমৰ বন্ধৰ বহু আকাংক্ষিত দিনকেইটা । দুটা বছৰ বিৰতিৰ পিছত প্ৰায় স্থবিৰ হৈ পৰা সাংস্কৃতিক জগতখনত পুনৰ…
তেজপুৰত অৰিন্দম নাট্য বিদ্যালয়ৰ শিশু শিক্ষাৰ্থীৰ দ্বাৰা ‘ৰহিলা সুন্দৰীৰ বিয়া’ মঞ্চায়ন
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৭ জুলাই : যোৱা নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত কেবাশ দৰ্শকৰ সন্মুখত ১৮ টা শিশুৰ সাবলীল অভিনয়ৰে সফল মঞ্চায়ন হ’ল ‘ৰহিলা সুন্দৰীৰ বিয়া’ নামৰ নটকখন।সুন্দৰ অভিনয়, ৰজা মন্ত্ৰীৰ পৰা অৰণ্যৰ বিভিন্ন জীৱ…
মডেলিঙৰ জগতত জামুগুৰিহাটৰ ১০ বছৰীয়া ইন্দিৰা শইকীয়াৰ সাফল্য
জামুগুৰিহাট: ২৬ জুলাইঃ এগৰাকী দহ বছৰীয়া ছোৱালী । ছোৱালী গৰাকীৰ নাম ইন্দিৰা শইকীয়া। শোণিতপুৰ জিলা তথা চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা ৰামপুৰৰ কনমানি ইন্দিৰাই সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল। প্ৰতিভাসম্পন্ন কন্যা…
অভিনৱ থিয়েটাৰ শিশু নাট কৰ্মশালাৰ শুভাৰম্ভ
উত্তৰ লখিমপুৰ, ১২ জুলাইঃ অভিনৱ থিয়েটাৰৰ দ্বাৰা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীত একেলগে দুটা স্থানত আয়োজন কৰা শিশু নাট কৰ্মশালাৰ শুভ উদ্বোধন কৰা হয়। ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে তৰুন কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰ প্ৰকল্পত অনুষ্ঠিত কৰা…
অভিনৱ থিয়েটাৰৰ শিশু নাট কৰ্মশালা
উত্তৰ লখিমপুৰ, ১০ জুলাইঃ অভিনৱ থিয়েটাৰৰ দ্বাৰা লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীত একেলগে দুটা স্থানত শিশু নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালা এটা ১১ জুলাইৰ পৰা ২৫ জুলাইলৈকে প্ৰনৱ মহন্তৰ পৰিচালনাত পূৱ ফুলবাৰী যদুমণি কৃষ্টি সংঘৰ…
তেজপুৰত সংগীত নাটক অকাদেমীৰ সত্ৰীয়া নৃত্য আৰু খোলবাদন কৰ্মশালা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ৮ জুলাই :সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, সংগীত নাটক অকাদেমী বঁটা প্ৰাপক হৰিচৰণ ভূঞাৰ জৰিয়তে যোৱা ১ জুলাইৰ পৰা ৭ জুলাইলৈ তেজপুৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য আৰু খোলবাদন…
উত্তৰ পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সংন্থাৰ এদিনীয়া চুটি ছবি মহোৎসৱ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৮ জুলাই: উত্তৰ পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা কুশলী সংন্থা চমুকৈ 'নেফটা'ৰ উদ্যোগত ৪ ডিচেম্বৰত এদিনীয়াকৈ প্ৰথম নেফটা চুটি ছবি মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত পুৱা ৯ বজাৰ পৰাই নিৰ্বাচিত চুটি ছবিসমূহ…
ডিজনীয়ে হেৰুৱাব মিকি মাউছৰ মালিকীস্বত্ব!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : ল'ৰাৰ পৰা বুঢ়ালৈকে মিকি মাউচক চিনি নোপোৱা হয়তো খুব কমেই ওলাব। সকলো বয়সৰ লোককে আমোদ দিব পৰাকৈ সক্ষম মিকি মাউচ। পিছে এইবাৰ ডিজনীয়ে নিজৰ কিছুমান প্ৰিয় কাৰ্টুন চৰিত্ৰৰ একচেটিয়া অধিকাৰ হেৰুৱাবলগীয়া হৈছে।…