Browsing Category
মনোৰঞ্জন
বান সমস্যাৰ স্থায়ী সমাধান আৰু বিমান বন্দৰক ৰূপকোঁৱৰৰ নামকৰণৰ দাবীৰে তেজপুৰত সংগীতৰ যাত্ৰা
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬জুলাই: আজি দিনৰ ১২.৩০ বজাত তেজপুৰৰ ঐতিহাসিক বান থিয়েটাৰ চৌহদত ৰাজ্যৰ বান সমস্যাৰ স্থায়ী সমাধান তথা তেজপুৰ বিমান বন্দৰ ৰূপ কোঁৱৰ জ্যোতি প্রসাদ আগৰৱালাৰ নামত নামকৰনৰ দাবীত এক সংগীতৰ যাত্রা কার্যসূচী ৰূপায়ন কৰা হয় ।এই…
চলচ্চিত্র নীতি কাৰ্যকৰীকৰণ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীৰে আলোচনা প্ৰডিউচাৰ কাউঞ্চিলৰ
ৰাজ্যৰ চলচ্চিত্র উদ্যোগটো বৰ্তি থকাৰ বাবে দুখনকৈ স্ক্ৰিন থকা দুটা চলচ্চিত্র গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মন্ত্রীৰ প্ৰতি আহ্বান। চলচ্চিত্র নীতিৰ ৰূপায়ণে ৰাজ্যৰ চলচ্চিত্র উদ্যোগটোৰ বিকাশত সহায় কৰিব।
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুলাইঃ…
সংগীত নাটক অকাদেমীৰ দ্বাৰা অভিনৱ থিয়েটাৰৰ নাটকৰ কর্মশালা সামৰণি
উত্তৰ লখিমপুৰ, ৪ জুলাইঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সংগীত নাটক অকাদেমী, নতুন দিল্লীৰ পৃষ্ঠপোষকতাত অভিনৱ থিয়েটাৰৰ দ্বাৰা যোৱা ২৪ জুনৰ পৰা ৩ জুলাই,২০২২ তাৰিখলৈকে…
বাণ থিয়েটাৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতাৰ সামৰণি
১৪ গৰাকী দাতা পৰিয়ালৰ সদস্যক বাণ থিয়েটাৰৰ সন্মান প্ৰদানঃ
শ্ৰেষ্ঠ নাট্যদলৰ সন্মান নগাঁৱৰ "জ্যোতি শিল্প নাট্য দলঃ
শ্ৰেষ্ঠ পৰিচালক বোকাখাতৰ তৰুণ তীৰ্থ শইকীয়া
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৪ জুলাই : ৰাজ্যখনৰ বিভিন্ন জিলাৰ ১৮ নাট্য দলৰ…
টিকটকত ২০ কোটি ফল’ৱাৰ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ জুনঃ তেওঁক প্ৰায়েই ঠাট্টা কৰি চাৰ্লি চেপলিনৰ লগত তুলনা কৰা হয়। অৱশ্যে এটা কাৰণ আছে। তেওঁলোকে দুয়োজনে নিজৰ কাৰ্যকলাপত নামিবলৈ লোৱাৰ সময়ত নিজৰ আত্মবিশ্বাসৰ সৈতে মোকাবিলা কৰে। কল বাকলি নুগুছোৱাকৈ খাব…
তেজপুৰত নেহা কক্কৰ নাইটক লৈ ৰহস্যঃ জিলা ক্ৰীড়া সন্হাৰ অভিযোগ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩জুন: দেশৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে তেজপুৰত অহা ৩১জুলাইত তেজপুৰৰ পলফিল্ডত অনুষ্ঠান পৰিৱেশন কৰিব বুলি প্ৰচাৰ আৰু টিকট বিক্ৰীৰ ঘটনাই তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই লৈ তেজপুৰত সম্প্ৰতি চৰ্চা চলাই…
মডেলিঙৰে আকাশ চুব খোজে বালিপৰা চাহ বাগিছাৰ প্ৰিয়ংকাই
জামুগুৰিহাট : ২২ জুনঃ এগৰাকী চাহ বাগিছাৰ যুৱতী । যুৱতীগৰাকীৰ নাম প্ৰিয়ংকা চাহানি । শোণিতপুৰ জিলা তথা ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰা চাহ বাগিছাৰ নিবাসী সুভাষ চাহানি আৰু হেমলতা চাহানীৰ সু-কন্যা প্ৰিয়ংকাই সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল ।…
গড়েহগা বাহঁপাতি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত নাট কৰ্মশালা
উত্তৰ লখিমপুৰ, ২১ জুনঃ লখিমপুৰ জিলাৰ গড়েহগা বাহঁপাতি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীৰ মাজত এদিনীয়া নাট কৰ্মশালা অনুস্থিত কৰা হয়। সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্ত আৰু অভিনৱ থিয়েটাৰ,লখিমপুৰৰ দ্বাৰা অনুস্থিত কৰা এই নাট কৰ্মশালাত…
জনতাৰ আপোন অভিনেতা বিহপুৰীয়াৰ গৌতম
মুক্তাৰ আলী
অভিনয় জগতত অলেখজন অভিনেতাই বাট বুলিলেও দৰ্শকে কিন্তু সকলোকে আদৰি নলয়।দৰ্শক হ'ল প্ৰথম বিচাৰক যাৰ তুলাচনীত সৰ্বদা নিৰ্বাচিত হয় শ্ৰেষ্ঠজনহে। জীৱন এক তেনেই চুটি পৰিক্ৰমা। জাতি, মাটি মানুহ আৰু একোখন সমাজৰ সংস্কাৰৰ বাবে অভিনয়…
‘সুন্দৰৰে পূজাৰী তুমি’ গীতেৰে আজি ৰাভাক সুঁৱৰিব যোৰহাটৰ শিল্পীয়ে
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৯ জুন : এহাতে অস্ত্ৰ আৰু এহাতে সুকুমাৰ কলাৰ জৰিয়তে জনজাগৰণৰ সৃষ্টি কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই কাইলৈ যোৰহাট জিলাত উন্মোচন কৰা হ'ব এটি গীত। 'সুন্দৰৰে পূজাৰী তুমি' শীর্ষক গীতটিৰ ৰচনা আৰু সুৰ ৰঞ্জন…