Browsing Category

মন্দাকান্তা( কবিতা)

আপদ কালৰ পদ্য

জগত অৱনৰি উৎকট গৰমত দহিছে দেহ গৰমৰো বোলে নানানটা বেশ। ৰ'দৰ তাপত পুৰিছে গা গছ-গছনি কটা মজাটো পা। চোতালৰ দুৱৰিত ঢাৰি পাৰি বহি আইতাৰ সাধু শুনো বিচনি মাৰি মাৰি। খাৱন-শোৱন নাই গৰমৰ জ্বালাত কিয়নো পৰিলো ভাই এনে জঞ্জালত।…

গুচি যাম সৰগৰ বাট বিচাৰি

কৃষ্ণা ৰাজখোৱা মৰতৰ পৰা সৰগলৈ এটা দীঘলীয়া বাট থাকে এটা মেঘ সৰা পিছল সুৰুকীয়া বাট ... বাটটোৰ দুয়োকাষে থকা শিলাময় পাহাৰটোৰ শিলবোৰে বতাহৰ গীত গায় ছায়াঘন পাতবোৰ হালি জালি তাৰ সুৰত নাচে। বাটটো বৰ ভাল লগা সময়বোৰ দেওলগা অনুভৱবোৰ…

পিতাইৰ দাখন ভাগিল

ড° চিত্ৰলেখা ফুকন পিতাইৰ দাখনেই আমাৰ সাহস পিতাইৰ দাখনেই আমাৰ দুবেলা দুমুঠি পিতাইৰ দাখনেই আমাৰ পঢ়াৰ খৰচ বিহুৰ বিলাসিতা....... আইৰ তাঁতশালৰ দুমুঠি পকোৱা সুঁতা নামঘৰৰ বছেৰেকীয়া চান্দা। দাখনৰ মুঠিত হাতখন থ'লেই পিতাই হৈ পৰে…

সাঁকো

অনন্ত বিকাশ হৃদয়ৰ পৰা হৃদয়লে সাজো আহা মৰমৰ সাঁকো দুইপাৰ লগ হওক একাত্মতাৰে ৷ আহা হাত উজাৰো একত্ৰে আজি নিৰ্বাক হৈ পৰিছে সময় দুয়োপাৰৰ সম্বন্ধই কান্দিছে নিঃশব্দে দুয়োপাৰেইতো আছে জোনাকপ্ৰিয়-প্ৰেমীক মানুহ দুয়োপাৰেইতো আছে…

শেষ দুৱাৰ

ৰিম্পী বৰুৱা কোনখন দুৱাৰেদি সোমাই আহে সূৰ্যৰ বৰ্ণিল ৰামধেনু ! আৰু লুকুৱাই থয় বিষাদকাতৰ দুপৰীয়াটোক... খোলা হ'ল পূৱৰ দুৱাৰ সোমাই আহিল দুৰ্গন্ধই মহীয়ান কৰা কিছু জীৱন নুখুলিবা... আহ ! নুখুলিবা সেইখন দুৱাৰ তাত পুতি থোৱা আখমাতোভাৰ…

খোজ (কবিতা)

অসীম দিহিঙ্গীয়া আইৰ সুকোমল বুকুত চিকাৰী শেনৰ দুৰন্ত নখৰ আঁচোৰ, ৰক্তস্নাতা হ'ল আই মোৰ ৰাজপথত ৰক্তৰ কৰাল খোজতো পেলাওঁ ক'ত ? মলয়া আৰুতো মলয়া নাই গলিত নৰদেহৰ গন্ধৰে চৌদিশ উপচি পৰিছে, উশাহ লওঁ ক'ত? ছহিদৰ পৱিত্ৰ ৰক্তস্নাতা…

তুমি সদায় আছা, সদায় থাকিবা (শ্ৰদ্ধাৰ্ঘ বিষ্ণু প্ৰসাদ ৰাভা)

ৰূপম বৰা বিপ্লৱৰ অগ্নি বাণীৰে চিঙি দিয়া দাসত্বৰ লোৰ জিঞ্জিৰী শোষিত, নিষ্পেষিত,দীন দুখীয়াৰ দুৱাৰে দুৱাৰে বিলাই দিয়া স্বাধিকাৰৰ শ্লোগান। হে বীৰ , অধিনায়ক বিষ্ণু ৰাভা ডালিমীৰ শান্তি শায়িত কোলাত বিশ‌্ৰামৰ ঘুমুতিৰে বোৱাই দিয়া…

প্ৰতিশোধ

-বিনয় কৃষ্ণ তামুলী ফুকন তুমি মোৰ বাগিছাৰ গোলাপ এপাহ চুৰি কৰিলা মই তোমাৰ বলধ গৰুটো মনে মনে লৈ আহিলোঁ তুমি মোৰ চোলাটোৰ বুকুৰ বুটাম এটা আঁজুৰি চিঙিলা ধুতিখন খুলি তোমাক নাঙঠ কৰিলোঁ। খঙত একো নাই হৈ তুমি মোক বুকুত বহুৱাই দিলা…

কবিতাৰ ঠিকনা

কবিতাৰ ঠিকনা নেত্ৰকমল সন্দিকৈ শব্দ বৰ্ণৰে ভৰা এখন পৃথিৱী যাৰ বুকুত বিৰামহীন ঠিকনা সময়ৰ গতিশীলতাই উৰ্বৰ কৰে কবিতাক জীপাল কৰে সমাজ সভ্যতাক। কেতিয়াবা মনে প্ৰশ্ন কৰে, কবিতানো কাৰ বাবে? প্ৰিয়জনৰ পৰা দুখীজনলৈকে নদীৰ পৰা পাহাৰ…

আছান আহমেদৰ প্ৰথম প্ৰয়াস–‘বিদ্ৰোহ’

মুক্তাৰ আলী অসমৰ কাব্য জগতৰ এক নৱতম সংযোগ আছান আহমেদৰ সদ্য প্ৰকাশিত কাব্য পুথি 'বিদ্ৰোহ''। কাব্যপুথিখনত সন্নিবিষ্ট হৈছে খাটি খোৱা জনতাৰ প্ৰাণৰ আৱেগ, প্ৰতিবাদৰ অপ্ৰতিৰোধ্য ৰূপৰ স্ফুলিংগৰে আটোমটোকাৰীকৈ উপস্থাপন কৰা হৃদয়ৰ আকুতি,গভীৰ দেশ…