Browsing Category

মহাকাশ

৪৩২ মিলিয়ন কিলোমিটাৰ দূৰৰ বৰফ দৈত্যৰ স্পষ্ট ফটো

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ ছেপ্টেম্বৰ : নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে মহাকাশ বিজ্ঞানত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। এই টেলিস্কোপে প্ৰকাশ কৰি থকা ফটোৰ সৈতে জড়িত তথ্যই জ্যোতিৰ্বিজ্ঞানৰ জ্ঞানৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰি আহিছে। মানুহ আচৰিত…

নাছাৰ আত্মঘাতী অভিযান !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ ছেপ্টেম্বৰ : মানৱ সভ্যতাৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে আত্মহত্যাৰ অভিযানত নামিছে নাছা! অহা সপ্তাহত ডাবল এষ্ট্ৰয়ড ৰিডাইৰেকচন টেষ্ট (DART) মহাকাশযানখনে পৃথিৱীৰ পৰা ১ কোটি ১০ লাখ মাইল দূৰত থকা এটা গ্ৰহাণুত খুন্দা…

বিৰল মহাজাগতিক পৰিঘটনা : ৭০ বছৰৰ পাছত পৃথিৱীৰ ওচৰ চাপিব বৃহস্পতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। ই পৃথিৱীতকৈ প্ৰায় ১১ গুণ ডাঙৰ। ইয়াৰ আকাৰেই ইয়াক সৌৰজগতৰ বাকী গ্ৰহবোৰৰ পৰা পৃথক কৰি তোলে। এই গ্ৰহটোৰ বৃহৎ আকাৰৰ বাবে জ্যোতিৰ্বিজ্ঞানীসকলো আকৰ্ষিত হৈ আহিছে।…

মহাকাশত সূৰ্যৰ ৰং বগা ! সত্য প্ৰমাণ কৰিলে নাছাৰ প্ৰাক্তন মহাকাশচাৰীয়ে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : জ্বলি থকা জুইকুৰাৰ দৰে সূৰ্যৰ ৰং হালধীয়া। ইয়াৰ ৰং ৰঙা-কমলাও হয়। অন্ততঃ আমি খালী চকুৰে সেইটোৱেই দেখিবলৈ পাওঁ আৰু এই বিশ্বাস দীৰ্ঘদিনীয়া। কিন্তু সেই বিশ্বাসত আঘাত হানিছিল নাছাৰ এজন প্ৰাক্তন…

৬০০ বছৰ আগতে মহাকাশত বিস্ফোৰিত এটা তৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : মহাজাগতিক নক্ষত্ৰীয় বিস্ফোৰণৰ বিষয়ে জ্যোতিৰ্বিজ্ঞানীসকলে অধ্যয়ন কৰি আছে। জ্যোতিৰ্বিজ্ঞানীৰ এটা দলে এতিয়া এটা তৰাৰ মৃত্যুৰ সময়সীমা নিৰ্ণয় কৰি আছে। জ্যোতিৰ্বিজ্ঞানীসকলে ইয়াৰ বিশ্লেষণ আৰম্ভ কৰিছে।…

চন্দ্ৰত সম্ভাৱ্য শক্তিৰ উৎস আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : চীনে অতি সোনকালে চন্দ্ৰ অন্বেষণ কৰিব বিচাৰিছে। সেই উদ্দেশ্যে ছি জিনপিঙৰ দেশখনে এতিয়া চাং’ই চন্দ্ৰ কাৰ্যসূচীৰ অংশ হিচাপে অহা দহ বছৰত তিনিটাকৈ চন্দ্ৰ অভিযান আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু এই…

সূৰ্যৰ পৰা ওলাই আহিল অগ্নিগোলক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰ : যোৱা ৪ আগষ্টত পৃথিৱীত G-2 ভূ-চুম্বকীয় ধুমুহাই আঘাত হানিছে আৰু সৰু সৰু G-1 ধুমুহাৰ সৃষ্টি হৈছে। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই পৃথিৱী পৃষ্ঠৰ কেইবাটাও স্থানত অৰোৰা আৰু ৰেডিঅ’ ব্লেকআউট হোৱাৰ খবৰ প্ৰকাশ…

৫০ বছৰৰ পিছত চন্দ্ৰলৈ মানুহ পঠিয়াব নাছাই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ছেপ্টেম্বৰ : ১৯৭২ চনৰ ডিচেম্বৰ মাহত মানুহ চন্দ্ৰত অৱতৰণ কৰিছিল। নাছাৰ এপ’ল’ অভিযানৰ ফলত চন্দ্ৰলৈ যোৱা শেষৰটো মানৱীয় অভিযান সম্ভৱ হৈ উঠিছিল। তাৰ পাছত ৫০ বছৰ পাৰ হৈ গ’ল৷ আৰু কোনো মহাকাশ সংস্থাই চন্দ্ৰলৈ মানুহ…

মংগলৰ ৰহস্যময় গহ্বৰত প্ৰৱেশ নাছাৰ ৰোভাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ আগষ্ট : মংগল গ্ৰহৰ আটাইতকৈ ৰহস্যজনক গহ্বৰত প্ৰৱেশ কৰিবলৈ ওলাইছে নাছাৰ পাৰ্চেভাৰেন্স ৰোভাৰ। ৰেড প্লেনেটৰ এটা প্ৰাচীন নদী উপত্যকাৰ নামকৰণ কৰা হৈছে জেজেৰো গহ্বৰ। এই গাঁতটো ইয়াৰ পশ্চিম মূৰত আছে। নাছাৰ মতে, অহা…

জেমছ ৱেব টেলিস্কোপৰ আন এক আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : পৃথিৱীৰ পৰা ১৫,০০,০০০ কিলোমিটাৰ দূৰত অৱস্থিত জেমছ ৱেব টেলিস্কোপে সৌৰজগতৰ বাহিৰৰ এটা গ্ৰহক জুম কৰি চাইছে। ইয়াৰ ফলত যিটো পোৱা গৈছে সেয়া হৈছে কাৰ্বন ডাই অক্সাইড। সৌৰজগতৰ বাহিৰৰ কোনো গ্ৰহত CO2 থকাৰ এইটোৱেই…