Browsing Category

মহাকাশ

নাছাৰ আৰ্টেমিছ চন্দ্ৰ অভিযান : ২৯ আগষ্টত উৎক্ষেপণৰ সেউজ সংকেত লাভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : প্ৰায় ৫০ বছৰৰ পিছত মহাকাশচাৰীক পুনৰ চন্দ্ৰত অৱতৰণ কৰাৰ লক্ষ্যৰে গঢ়ি তোলা আৰ্টেমিছ অভিযান ২৯ আগষ্টত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে উৎক্ষেপণ কৰাৰ বাবে নাছাৰ পৰা সেউজ সংকেত লাভ কৰিছে। আমেৰিকাৰ মহাকাশ…

বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ বৃহৎ তৰাৰ স্পষ্ট ফটো বন্দী কৰিলে বিজ্ঞানীয়ে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ আগষ্ট : আমি বিশ্বব্ৰহ্মাণ্ডত কি কি চাব পাৰো তাৰ কোনো সীমা নাই; কাৰণ ইয়াৰ বিস্তৃতি কল্পনাতীতভাৱে বিশাল। আমি কৰিব পৰা কামটো হ’ল আমি ইয়াক আমাৰ লেন্সৰ দ্বাৰা চোৱাৰ ধৰণটো উন্নত কৰা আৰু আমি ইয়াক অধিক বুজি পোৱাৰ লগে…

পৃথিৱী ধীয়াই আহি আছে বিশাল গ্ৰহাণুঃ খুন্দা মাৰিলেই ঘটিব অথন্তৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : শেহতীয়াকৈ আৱিষ্কাৰ হোৱা পাঁচটা ধুমকেতুৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহাণু ২০২২ অ'টি১ হৈছে ১১০ ফুট দৈৰ্ঘ্যৰ। অহা দেওবাৰৰ পুৱালৈকে ই পৃথিৱীৰ ৪ কোটি ৭০ লাখ কিলোমিটাৰৰ ভিতৰলৈ অহাৰ কথা! মহাকাশ গৱেষকসকলে আগ্ৰহেৰে…

ধুমকেতুৰ আচৰিত চন্দ্ৰ! লুছিৰ আৱিষ্কাৰত বিস্মিত নাছা, মুগ্ধ বিশ্ব…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : নাছাৰ লুচি মিছন আৰম্ভ কৰাৰ আগতে ই আন যিকোনো মিছনৰ অভিলেখ ভংগ কৰাৰ পথত ভালদৰেই আগবাঢ়িছিল। লুচি মিছন পূৰ্বৰ যিকোনো মিছনতকৈ অধিক গ্ৰহাণু ভ্ৰমণ কৰি অভিলেখ ভংগ কৰাৰ পথত আছিল। দীৰ্ঘদিনীয়া এই নিৰীক্ষণ অভিযানৰ…

১১ দিনত এবছৰ ! নতুন পৃথিৱী আৱিষ্কাৰ নাছাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতে লুকাই আছে গোপনীয়তা। সেই ৰহস্য উন্মোচন কৰিবলৈ বিজ্ঞানীসকল বছৰ বছৰ ধৰি দীঘলীয়া গৱেষণাত নিয়োজিত হৈ আহিছে। অৱশ্যে এইবাৰ এক আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ…

২০২৫ৰ ভিতৰত হ’ব ভাৰতীয় সেনাৰ নিজা উপগ্ৰহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : দেশৰ উপগ্ৰহ ব্যৱস্থা কিমান সক্ৰিয় হৈ আছে চাবলৈ সেনাই এই অনুশীলন চলাইছিল। ভৱিষ্যতে কোনো ধৰণৰ সংঘাত হ’লে দেশৰ উপগ্ৰহ সংযোগ ব্যৱস্থা কিমান স্থিতিস্থাপক হ’ব সেয়াও পৰীক্ষা কৰা হৈছে। সেনাৰ এই উপগ্ৰহ যোগাযোগ…

ভেড়া পোৱালি শ্বাউন হ’ব ‘আকাশচাৰী’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : জনপ্ৰিয় ভেড়া এটা অতি সোনকালে মহাকাশলৈ যাব। যদিও 'মানুহৰ বাবে ই এটা সৰু পদক্ষেপ হ'ব পাৰে, ভেড়া জাতিৰ বাবে কিন্তু এটা বিশাল জাঁপ'। এনিমেটেড টেলিভিছন ছিৰিজ 'শ্বাউন দ্য শ্বীপ'ৰ শিৰোনাম চৰিত্ৰ শ্বাউন বিদেশৰ…

কুটুব মিনাৰতকৈ ৬ গুণ ডাঙৰ ধূমকেতু আহি আছে পৃথিৱীলৈ ! নাছাৰ সতৰ্কবাণী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : সঁচাকৈয়ে পৃথিৱীৰ এই ধ্বংসৰ আগতীয়া অৱস্থানে? এনেদৰে ভাবিব লগা হৈছে। কাৰণ নাছাই এটা ভয়ংকৰ মহাজাগতিক পৰিঘটনাৰ কথা উল্লেখ কৰিছে। কুটুব মিনাৰৰ তুলনাত ৬ গুণ ডাঙৰ এটা ধূমকেতু আহি আছে ! যিকোনো আকাৰৰ ধূমকেতু…

তাৰকাৰাজ্যৰ বাহিৰত তৰা সৃষ্টিৰ ৰহস্য ভেদত সাফল্য লাভ তেজপুৰ বিশ্ববিদ্যালয়ৰ গবেষকৰ 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক-বিজ্ঞানী অংশুমান বৰগোহাঁয়ে আৱিষ্কাৰ কৰিছে যে পৃথিৱীৰ পৰা প্ৰায় ১.৫-৩.৯ বিলিয়ন আলোকবৰ্ষ দূৰত অৱস্থিত দূৰৱৰ্তী নীলা আটিল বাওনা তাৰকাৰাজ্যৰ (Blue Compact Dwarf or BCD galaxy)…

মংগল গ্ৰহৰ শিল আনিব নাছাৰ হেলিকপ্টাৰে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : মংগল গ্ৰহৰ বিষয়ে অধিক সবিশেষ জানিবলৈ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এইবাৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে। জানিব পৰা মতে, মংগল গ্ৰহৰ পৰা পৃথিৱীলৈ শিল আৰু মাটিৰ নমুনা আনিবলৈ দুখন সৰু হেলিকপ্টাৰ…