Browsing Category
মানুহৰ পৃথিৱী
লখিমপুৰত প্ৰয়াত ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ স্মৃতিচাৰণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ মেঃ প্ৰচুৰ মেধা আৰু বৈচিত্ৰ্যময় জীৱন চৰ্যাৰে যোৱা ১৩ মেত জীৱন নাটৰ সামৰণি পেলোৱা প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ আজি এক স্মৃতিচাৰণ অনুষ্ঠান উত্তৰ লখিমপুৰৰ "বিয়লি"ত অনুষ্ঠিত হয়। গীতাচাৰ্য পুৰন্দৰ বৰুৱাৰ…
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত নন্দকিশোৰ মহেশ্বৰীৰ ওপজা দিন ”ভাস্কৰ্য আৰু শিল্পৰ দিন” পালন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৯ মে ঃ আধুনিক লখিমপুৰৰ নিৰ্মাতা তথা একেধাৰে নাট্যকাৰ, সাংবাদিক, সমাজকৰ্মী, শিল্পী, লেখক, সংগঠক, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰয়াত নন্দ কিশোৰ মহেশ্বৰীৰ ৭৬ সংখ্যক ওপজা দিনটো আজি নৰ্থ লখিমপুৰ…
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আধুনিক লখিমপুৰৰ নিৰ্মাতা নন্দকিশোৰ মহেশ্বৰীৰ ওপজা দিন ”ভাস্কৰ্য আৰু…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৯ মে ঃ আধুনিক লখিমপুৰৰ নিৰ্মাতা তথা একেধাৰে নাট্যকাৰ, সাংবাদিক, সমাজকৰ্মী, শিল্পী, লেখক, সংগঠক, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰয়াত নন্দ কিশোৰ মহেশ্বৰীৰ ৭৬ সংখ্যক ওপজা দিনটো আজি নৰ্থ লখিমপুৰ…
লখিমপুৰৰ বিদূষী মহিলা দেৱবালা ৰয়ৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ ডিচেম্বৰঃ লখিমপুৰৰ শৈক্ষিক জগতৰ এগৰাকী বিদূষী মহিলা দেৱবালা ৰয়ৰ ২৫ ডিচেম্বৰৰ পুৱতি নিশা প্ৰায় ৮৮ বছৰ বয়সত দেহাৱসান ঘটে। লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উপাধ্যক্ষাৰূপে অৱসৰ গ্ৰহণ কৰা ৰয়ে পিছৰ…
বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসান
গোগামুখ, ৭ নবেম্বৰঃ মৌজাদাৰ, বৰ্ষীয়ান সমাজকৰ্মী, ধেমাজি জিলাৰ গোগামুখ ওখমাটি নিৱাসী চন্দ্ৰকান্ত দলেৰ কালি সোমবাৰে নিশা ১১-৩০ বজাত দেহাৱহান ঘটিছে ৷ মৌজাদাৰ, সমাজকৰ্মী চন্দ্ৰকান্ত দলেৰ জন্ম হৈছিল ১৯৩৪ চনত ৷ তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত…
তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী দিপ্তী দাসৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ অক্টোবৰ : তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী দিপ্তী দাসৰ আজি পুৱা চহৰখনৰ দহোতীয়াচুকস্থিত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৫০ বছৰ ৷ তিনিচুকীয়া পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ…
অকলশৰীয়া অৱস্থাত বাসগৃহতে কৰুণ মৃত্যু ৰাষ্ট্ৰীয় কৃতি শিক্ষক- বিশিষ্ট লেখিকা শশী প্ৰভা দেৱী
ওৰেটো জীৱন আত্মেৎসৰ্গিত সত্বাৰে কৰিছিল সমাজ সেৱা
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ:১৩ অক্টোবৰ : আত্মোৎসৰ্গিত এক সত্বাৰে ওৰেটো জীৱন নতুন প্ৰজন্মক মূল্যবোধ সম্পন্ন নাগৰিক গঢ়ি তোলাৰ আন্দোলনত নামি পৰা ২০০২ বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আৰু ২০১০…
লখিমপুৰত মাৰোৱাৰী যুৱ মঞ্চৰ বিনামূলীয়া কৃত্ৰিম হাত-ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপনৰ পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখা আৰু উত্তৰ লখিমপুৰ প্ৰগতি শাখাই সময়ে সময়ে বিভিন্ন জনহিতৈষীমূলক কাৰ্য সম্পাদন কৰি আহিছে৷ এনে কাৰ্যসূচীৰ অংশ হিচাবে এইবাৰ অহা ৬, ৭ আৰু ৮ অক্টোবৰত লখিমপুৰৰ…
তেজপুৰত বাণ থিয়েটাৰৰ নিষ্ঠাবান শিল্পী, শিল্পী পেন্সনাৰ গোপাল চন্দ্ৰ শৰ্মাক স্মৰণ
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৯ ছেপ্টেম্বৰ :তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ অগ্ৰণী ব্যক্তিত্ব, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ এগৰাকী নিষ্ঠাবান শিল্পী, শিল্পী পেন্সনাৰ দা ধৰা বামুণ চুবুৰি নিবাসী গোপাল চন্দ্ৰ শৰ্মাৰ প্ৰথম বাৰ্ষিক পুণ্য…
তেজপুৰৰ অগপ নেতা, প্ৰাক্তন ট্ৰেড ইউনিয়নিষ্ট, সমাজকৰ্মী, অভিনেতা প্ৰবীণ পাটোৱাৰীৰ পৰলোকপ্ৰাপ্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ২৫ ছেপ্তেম্বৰ : তেজপুৰৰ এগৰাকী সৰবৰহী এসময়ৰ ট্ৰেড ইউনিয়নিষ্ট, জাতীয়তাবাদী, নিষ্ঠাবান সমাজকৰ্মী, দুটাকৈ কাৰ্যকালৰ তেজপুৰ পৌৰসভাৰ পৌৰ সদস্য তথা অভিনেতা প্ৰবীণ পাটোৱাৰীৰ আজি পুৱা প্ৰায় ৮ বজাত তেজপুৰৰ চানমাৰীৰ…