Browsing Category

মানুহৰ পৃথিৱী

লেখক-বেংক বিষয়া বিপিন শইকীয়াৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ নগৰৰ চি ডি ৰোড নিবাসী, অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত বেংক বিষয়া, সাংবাদিক, নিবন্ধকাৰ, গীতিকাৰ, জিকিৰ গায়ক, স্তম্ভ লেখক, সুবক্তা তথা জ্যেষ্ঠ নাগৰিক বিপিন শইকীয়াৰ আজি মৃত্যু ঘটে ৷ শইকীয়া বিগত…

তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা মৃণালী চেতিয়া সংকটজনক অৱস্থাত তেজপুৰৰ চিকিৎসালয়ৰ আই চি ইউত…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰী : তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব, বিশিষ্ট শিক্ষাবিদ, লেখিকা তথা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জী নাতি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপদেষ্টা মৃণালী চেতিয়া বাৰ্ধক্যজনিত ৰোগত…

তেজপুৰত মঞ্চ ৰত্ন ৰতন লহকৰক গীতে মাতে স্মৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৩০ জানুৱাৰী : মঞ্চৰত্ন ৰতন লহকৰৰ যষ্ঠ প্ৰয়াণ দিৱসৰ লগত সংগতি ৰাখি কালি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত এক বিশেষ কাৰ্যসূচী সম্পন্ন হয়। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মাৰিবাৰীৰ "এক ন-সৃষ্টিৰ পাতনি,,,,…

তেজপুৰৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, খেলুৱৈ নিৰ্বাচক প্ৰদীপ চৌধুৰীৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২৮ জানুৱাৰী : তেজপুৰ তথা অসমৰ উত্তৰ পাৰৰ এসময়ৰ অগ্ৰণী ক্ৰিকেট খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক, সৰবৰহী সমাজকৰ্মী, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ আজীৱন সদস্য প্ৰদীপ চৌধুৰীৰ আজি পুৱা প্ৰায় ১০ - ৩০ বজাত গুৱাহাটীৰ এখন…

মৰ্মন্তুদ… ( ফটো সংবাদ)

যুৱকজনৰ নাম ৰাম মজুমদাৰে। ঘৰ বৰপেটাৰোডত। ৰঙীন সংসাৰ গঢ়াৰ সপোনেৰে বিবাহত বহাৰ পিছদিনাই নিশা হৃদৰোগত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় যুৱকজনে....

খাটপাৰ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী দেৱেন মহন্তৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ জানুৱাৰীঃ লখিমপুৰ জিলাৰ নাওবৈচা উত্তৰকাৰী গাঁৱৰ নিবাসী তথা শ্ৰীশ্ৰী খাটপাৰ এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ, নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱেন মহন্ত ৰ বৃহস্পতিবাৰে সন্ধিয়া নিজ বাসগৃহত…

তেজপুৰৰ প্ৰাক্তন সাংসদ, সাংবাদিক, জননেতা ড° পূৰ্ণ নাৰায়ণ সিংহক স্মৰণ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৫ জানুৱাৰী: তেজপুৰৰ প্ৰাক্তন সাংসদ, সাংবাদিক তথা জননেতা, তিনিদিনীয়া কাকত "মহাজাতি"ৰ প্ৰকাশক তথা সম্পাদক প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহৰ আজি ২৩ সংখ্যক মৃত্যু তিথিত বিশিষ্ট ব্যক্তিজনক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ…

তিনিচুকীয়া জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বীণা শৰ্মাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জানুৱাৰী : তিনিচুকীয়া চহৰৰ পৰ্বতীয়া অঞ্চলৰ ফিদাৰ ৰ’ড নিবাসী জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বীণা শৰ্মাৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স…

পৰ্যটন উদ্যোগী দেৱজিৎ গগৈৰ গোৱাত দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ অসমৰ পৰ্যটন উদ্যোগক বিকশিত কৰাৰ লক্ষ্যৰে শিক্ষকতাৰ দৰে নিশ্চিত আয়ৰ উৎস এৰি পৰ্যটকক লৈ অৰঙে দৰঙে ভ্ৰমণ কৰা যুৱ পৰ্যটন উদ্যোগী লখিমপুৰৰ দেৱজিৎ গগৈৰ(৪৭) আজি পুৱা দেহাৱসান ঘটে। লখিমপুৰৰ এটি শিক্ষামূলক ভ্ৰমণৰ…

সমাজকৰ্মী মীনাৰাম দাসৰ বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০জানুৱাৰী: তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী অঞ্চলৰ প্ৰবীণ সমাজকৰ্মী মীনাৰাম দাসৰ আজি পুৱা চাৰি বজাত বিয়োগ ঘটে৷ মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৯০বছৰ৷ উল্লেখযোগ্য যে, কৃষক দাস অঞ্চলটোৰ বিভিন্ন সামাজিক কামকাজত জড়িত হৈ থকাৰ…