Browsing Category

মানুহৰ পৃথিৱী

তেজপুৰৰ সমাজকৰ্মী বিমল শইকীয়াৰ পৰলোকপ্ৰাপ্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৯ জানুৱাৰী : তেজপুৰৰ নিকটৱৰ্তী বালিপুখুৰী তিনিআলি নিবাসী বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শংকৰ দেৱ সংঘৰ বিষয়ববীয়া বিমল শইকীয়াৰ আজি দিনৰ প্ৰায় ২ বাজি ৩০ বজাত নিজ বাসগৃহতে ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত…

তেজপুৰত নাট্যভূষণ, জাতীয়তাবাদী সংগ্ৰামী যোদ্ধা, অগপ নেতা অৰ্পণ বেজবৰুৱাক স্মৰণ

৬২ খনকৈ পূৰ্ণাংগ নাটকৰ স্ৰষ্টা গৰাকীক মৰণোত্তৰ ভাৱে শিল্পী পেন্সন প্ৰদান কৰিবলৈ পত্নী - কন্যাই তথ্যসহ আবেদন তুলি দিলে সাংসদ পল্লৱ লোচন দাসৰ হাতত

লালুকৰ বিশিষ্ট ব্যক্তি মহেন্দ্ৰ নাথ বৰদলৈৰ দেহাৱসান : শোকস্তব্ধ লালুক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ সকলোৰে পৰিচিত, সমাদৃত বিশিষ্ট বুদ্ধিজীৱী, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তথা বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ নাথ বৰদলৈৰ (৯২) যোৱা নিশা মহাপ্ৰয়াণ ঘটা খবৰে…

আৰ্তজনৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ তেজপুৰ কন্যা মহাবিদ্যালয়ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৪ জানুৱাৰী : তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত কালি তেজপুৰৰ নিকটবৰ্তী বিন্দুকৰি গাওঁ পঞ্চায়তৰ পখীয়াঝাৰ গাঁও এলেকাৰ দৰিদ্ৰ-নিচলা পৰিয়ালৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ…

তেজপুৰত শ্মশান বন্ধু, সত্ৰীয়া সংস্কৃতিৰ সাধক, নিষ্ঠাবান সমাজকৰ্মী ৰবীন্দ্ৰ চন্দ্ৰ দে’ক স্মৰণ

দিহানাম, হৰিনাম, বৰগীত, লোকগীত, টোকাৰী গীত আৰু গুৰু বন্দনাৰে মুখৰিত হ'ল গহন চন্দ্র গোস্বামী সোঁৱৰণী মঞ্চ

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী সুমেৰ ডুগৰৰ পৰলোকপ্ৰাপ্তি

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ ডিচেম্বৰ :অসম আৰু অসমীয়া লোকৰ সৈতে এক বিস্তাৰিত সামাজিক জীৱনৰ বৰ্ণিল পৰিক্ৰমা সামৰি তেজপুৰৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত সুহন লাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ দাতা…

অনিল শইকীয়া আৰু ডাঃ সুৰজিৎ গিৰিক ‘গণ শিল্পী বিক্ৰম সিং য়েইন সোৱৰণী বঁটা

শিৱসাগৰ দিচাং ব্ৰহ্মপুত্ৰ উৎসৱৰ সামৰণি অনুস্থানত অনিল শইকীয়া আৰু ডাঃ সুৰজিৎ গিৰিক 'গণ শিল্পী বিক্ৰম সিং য়েইন সোৱৰণী বঁটা প্ৰদান কৰা দৃশ্য।

তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুনীল কান্ত বেহেৰাৰ বিয়োগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮ ডিচেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয় গণ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক সুনীল কান্ত বেহেৰাৰ কালি উৰিষ্যাৰ বঢ়মপুৰৰ এখন ব্যক্তিগত চিকিৎসালয় হৃদক্ৰিয়া বন্ধ হৈ বিয়োগ ঘটিছে। এজন মৃদুভাষী, অমায়িক…

ৰাজ্যৰ বিশিষ্ট পৰিৱেশ কৰ্মী জয়নাল আবেদিন ওৰফে বেণুদাক সাহায্যৰ প্ৰয়োজন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৩ ডিচেম্বৰ : ৰাজ্যৰ এজন বিশিষ্ট পৰিৱেশ কৰ্মী তথা উত্তৰ পূৰ্বাঞ্চলৰ ইক' টুৰিজিম ধাৰণাৰ বাটকটীয়াস্বৰূপ তিনিচুকীয়াৰ গুইজান নিবাসী জয়নাল আবেদিন ওৰফে বেণু সম্প্ৰতি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত…

ক্ষীৰধৰ বৰুৱাক ২০২২ বৰ্ষৰ “নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা” প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ বিশিষ্ট বিজ্ঞান লেখক, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ষীৰধৰ বৰুৱাক কালি শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২২ বৰ্ষৰ "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা" প্ৰদান কৰে।শোণিতপুৰ…