Browsing Category

মানুহৰ পৃথিৱী

সাংবাদিক হেমন্ত বেজলৈ ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা’

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ ডিচেম্বৰঃ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আজি লখিমপুৰৰ এন কে টিভিৰ সাংবাদিক হেমন্ত বেজক ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা- ২০২২’ প্ৰদান কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা জাৰ্নেলিজিম আৰু মাছ কমিউনিকেশ্বনত…

প্ৰৱল সংগ্ৰামী, জাতীয়তাবাদী সত্ত্বাৰ অধিকাৰী, ৫২ খন আধুনিক নাটকৰ স্ৰষ্টা, ‘নাট্যভূষণ’ অৰ্পণ বেজবৰুৱা…

শতাব্দৰ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৭ ডিচেম্বৰঃ প্ৰৱল সংগ্ৰামী, জাতীয়তাবাদী সত্বাৰ অধিকাৰী তথা আধুনিক-বিজ্ঞানসন্মত শৈলীৰে নাট্যশিল্পৰ চৰ্চাৰ ক্ষেত্ৰত পৰীক্ষা-সম্পৰীক্ষাৰে বিকাশ আৰু উত্তৰণৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা ৫২ খনতকৈ অধিক আধুনিক…

হেমন্ত শইকীয়াৰ গ্ৰন্থ ‘অন্বেষণ’ উন্মোচন

মুক্তাৰ আলী, ৪ ডিচেম্বৰ : "ইতিহাস খৰছি মাৰি লিখা উচিত। ইতিহাসে ভৱিষ্যৎ প্ৰজন্মৰ জ্ঞানচক্ষু মুকলি কৰে। আজি গ্ৰন্থত স্থান দিয়া ব্যক্তিসকলক জানিবলৈ বা বুজিবলৈ ভৱিষ্যতে অন্বেষণ হ'ব পাৰে। ইতিহাসত স্পষ্টভাৱে লিপিবদ্ধ নোহোৱাৰ বাবেই আজিও বাঘ…

বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে তেজপুৰত উত্তৰ অসম দিব্যাংগ সন্হাৰ বৰ্ণাঢ্য কাৰ্যসূচী

শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩ ডিচেম্বৰ : দৃষ্টিহীনৰ কন্ঠত সুমধুৰ গীত, ভৰিৰে চিত্ৰাংকন, দুভৰি নোহোৱাকৈ এখন কাঠৰ টুলত বহি দৃষ্টিনন্দন নৃত্য, দিব্যাংগৰ কন্ঠত কবিতা আবৃত্তি আদিৰে মুখৰিত কৰি আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনটো উদযাপিত হ'ল…

লখিমপুৰত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱসটি উদ্‌যাপন

উত্তৰ লখিমপুৰ, ৩ ডিচেম্বৰঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা, দিপক শইকীয়াৰ অতিৰিক্ত সহায়ক সমল ব্যক্তি চক্ৰ ভৰালীৰ উদ্যোগত ২৭ নবেম্বৰৰ পৰা ৩ডিচেম্বৰ ২০২২তাৰিখলৈকে সপ্তাহযোৰা বিভিন্ন কাৰ্যসুচীৰে…

তেজপুৰ বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন

শতাব্দ'ৰ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩ ডিচেম্বৰ : আজি ৩ ডিচেম্বৰত বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে কৰুণাধাৰাৰ শোণিতপুৰ জিলা তেজপুৰ শাখাৰ সৌজন্যত তেজপুৰ কেতেকীবাৰীস্হিত শিশুগৃহ নৱপ্ৰভাতত কেইবাখনো বিদ্যালয়ৰ শিশুৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা…

আত্ম নিৰ্ভৰশীল হ’ব নোৱৰা দিব্যাংগ সকলৰ ভৱিষ্যৎ কি হ’ব!

শতাব্দ'ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩ডিচেম্বৰ: পিতৃ-মাতৃ অবিহনে তেওঁলোকে বুকুত সাৱতি ৰখা দিব্যাংগ সন্তানৰ ভৱিষ্যৎ কি হ’ব! এনেবোৰ মৰ্মস্পৰ্শী চিন্তাৰেই স্হান লাভ কৰে আজি দিব্যাংগ সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত আৰু জিলা সামাজিক ন্যায় আৰু সৱলীকৰণ…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, লেখক, সাংস্কৃতিক কৰ্মী কুলেন্দ্ৰ মোহন দাসৰ পৰলোকপ্ৰাপ্তি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ নবেম্বৰঃ তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰ বামুণ চুবুৰীৰ সৰবৰহী সমাজকৰ্মী, লেখক তথা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কুলেন্দ্ৰ মোহন দাসৰ কালি বিয়লি প্ৰায় ৩ - ৪৫ বজাত গুৱাহাটীৰ হেল্থ চিটি…

কৰ্ম স্হানত অত্যধিক কামৰ বোজা আৰু বিভাগৰ কঠোৰ নিয়ম-নীতিয়ে আৰু কঢ়িয়াই নিনিয়ক শিক্ষকৰ অমূল্য…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নৱেম্বৰঃ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লোৱা বিশ্বনাথ জিলাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক তথা BRP  দেৱজিত কাকতি' আৰু CRCC 'দেৱজিত শৰ্মা'ৰ সজস্থান প্ৰাপ্তিৰ শ্ৰদ্ধাঞ্জলি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আজি…

তেজপুৰত প্ৰথমবাৰৰ বাবে বাউল শিল্পীৰ “হৃদয়ৰ পৰা হৃদয়লৈ” অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ নৱেম্বৰঃ বৰ্তমান পশ্চিম বংগৰ বোলপুৰৰ শান্তি নিকেতনত থকা নলবাৰীৰ মহামায়া বাউল, একেদৰে শান্তি নিকেতনতে থকা গোলাঘাটৰ তৰ্পণ বাউল, বৰ্তমানে আশ্ৰম জয়দেৱত থকা নগাঁৱৰ মাধূৰ্যময়ী বাউল আৰু একেদৰেই শান্তি নিকেতনত থকা…