Browsing Category
মানুহৰ পৃথিৱী
তেজপুৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৰক্তদান শিবিৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ নবেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে আজি ৭৩ নং ছোৱালী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী অসম আৰু ৫ নং অসম বেটেলিয়নে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে। কেডেটসকলৰ…
তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’ৰ বিয়োগ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৬নৱেম্বৰঃ তেজপুৰৰ কটন ৰোড নিবাসী তথা তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ প্ৰাক্তন অধ্যক্ষ পৰিতোষ দে’(৭২)ৰ আজি পুৱা প্ৰায় ৬-৩০বজাত নিজা বাসগৃহত বিয়োগ ঘটে৷উল্লেখযোগ্য যে,এগৰাকী সমাজকৰ্মী দে’ এসময়ত এজন সুদক্ষ ফুটবল খেলুৱৈ…
তেজপুৰৰ জনপ্ৰিয় নাট্য আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ (ৰাতুল) মহন্তৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৬ নবেম্বৰ: তেজপুৰ চহৰৰ ইন্দিৰা নগৰৰ অতি সৰবৰহী অভিনয়, ভাওনা আৰু সত্ৰীয়া শিল্পী প্ৰহ্লাদ মহন্ত অৰ্থাৎ সকলোৰে মাজত পৰিচিত ৰাতুল মহন্তৰ আজি পুৱা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে…
বিশিষ্ট শিক্ষাবিদ অধ্যাপক কিশোৰী মোহন পাঠক আৰু সংস্কৃতিবিদ অধ্যাপক বীৰেন্দ্ৰনাথ দত্তলৈ বিশেষ…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৫ নৱেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয়ে অসমৰ সাহিত্য-সংস্কৃতি-শৈক্ষিক জগতলৈ অসামান্য অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকললৈ তেওঁলোকৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জ্ঞাপনৰ এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ যি…
সোঁৱৰণী গ্ৰন্থৰে অক্লান্ত গ্ৰন্থপ্ৰেমী প্ৰয়াত গোলাপ বৰাক স্মৰণ তেজপুৰত
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২২নৱেম্বৰঃ তেজপুৰত এগৰাকী বিশিষ্ট গ্ৰন্থপ্ৰেমীক আজি স্মৰণ কৰিলে বহুসংখ্যক গুণমুগ্ধই৷ উল্লেখযোগ্য যে তেজপুৰৰ মাজগাঁৱৰ পূৱ খৰাআটি নিবাসী তথা ঘোঁৰামাৰীৰ হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষাবিদ…
বিশিষ্ট সাহিত্যিক-চিন্তাবিদ অধ্যাপক ড॰ নগেন শইকীয়ালৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষ সম্বৰ্ধনা
তেজপুৰ, ৪ নৱেম্বৰঃ ‘‘বিগত প্ৰায় সাতটা দশক ধৰি অসমীয়া ভাষা-সাহিত্যৰ সাৰস্বত সাধনা, একাগ্ৰ অনুশীলনেৰে আধুনিক অসমীয়া সাহিত্যক আপুনি যি সৌষ্ঠৱ আৰু সমৃদ্ধি প্ৰদান কৰিছে, সেয়া অসমীয়া ভাষা-সাহিত্যৰ বলয়ত এক নজহা-নপমা ঐতিহ্যৰ নামান্তৰ হৈ ৰ’ব৷ অসমৰ…
ঐশ্বৰ্য্য কাকতিয়ে ৭৯ সংখ্যক ওপজা দিনত উপহাৰ দিলে মননশীল নাটক “ছহাত মাথোঁ”
তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰুচিশীল দৰ্শক আৰু তেজপুৰৰ বিদ্বৎ সমাজে উপভোগ কৰিলে তেজপুৰীয়া শিল্পীৰ সাৱলীল অভিনয়
নাটকে মোক জীৱন দিলে আৰু মই নাটকক জীৱন দিলোঁ - - ঐশ্বৰ্য্য কাকতি
ঐশ্বৰ্য্য কাকতিৰ নাটকৰ এক বিশেষ…
৬ নৱেম্বৰত ৰাছিয়াৰ পৰা আহি তিনিচুকীয়াত ভাষণ দিব ব্ৰহ্মকুমাৰী বি কে সন্তোষে
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ নৱেম্বৰ : বিশ্বৰ ১৪৬ খন দেশত বিয়পি থকা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ কেন্দ্ৰৰ মুখ্য সঞ্চালিকা বি কে সন্তোষে অহা ৬ নৱেম্বৰত ব্ৰহ্মকুমাৰীৰ তিনিচুকীয়াৰ ৰংপুৰীয়াস্থ ব্ৰহ্মপুত্ৰ…
খানাপাৰা গেছ টেংকাৰ বিস্ফোৰণত নিহতৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি
খানাপাৰা, ২ নৱেম্বৰ : ১৯৯৮ চনৰ ১ নৱেম্বৰত খানাপাৰাত হোৱা ভয়াৱহ গেছ টেংকাৰ বিস্ফোৰণ ঘটনাৰ ২৫ সংখ্যক বৰ্ষত ভৰি দিছে । এই ঘটনাৰ পটভূমিত জন্ম লাভ কৰা এক সামাজিক-সাংস্কৃতিক সংগঠন 'সুৰক্ষা'ৰ উদ্যোগত কালি এই দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা গেছ…
নাট্যভূষণ অৰ্পণ বেজবৰুৱা গুৰুতৰ ভাবে অসুস্থ: চিকিৎসাধীন
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,১নৱেম্বৰ: এক সংগ্ৰামী সত্বা হিচাপে পৰিচিত তেজপুৰ নিবাসী নাট্যভূষণ অৰ্পণ বেজবৰুৱা(৬৫)গুৰুতৰ ভাবে অসুস্থ হৈ সম্প্ৰতি তেজপুৰৰ ই এম এম নামৰ ব্যক্তিগত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে৷কালিৰে পৰা শাৰিৰীক অৱস্থাৰ অৱনতি ঘটাত…
