Browsing Category
মানুহৰ পৃথিৱী
ভাওনা শিল্পী যোগেশ দাসৰ বিয়োগত তেজপুৰত শোক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৪জুলাই: তেজপুৰৰ এগৰাকী বিশিষ্ট ভাওনা শিল্পী তথা সমাজকৰ্মী, পতীয়াচুবুৰী নিবাসী যোগেশ দাস(৮৬)ৰ আজি পুৱতি নিশা নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ১৯৩৬ত জন্ম গ্ৰহণ কৰা দাসে শিক্ষা জীৱন সমাপ্ত কৰাৰ পাছত চৰকাৰী চাকৰিত…
লখিমপুৰত জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত স্মাৰক পত্ৰ
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১২ জুলাই : বিশ্বত দিনক দিনে বৃদ্ধি পাই অহা জনবিস্ফোৰণে গুৰুতৰ ৰূপ ধাৰণ কৰি অহাৰ সময়তে সোমবাৰে সমগ্ৰ দেশৰ লগতে লখিমপুৰতো জনসংখ্যা সমাধান অধীনিয়ম ৰূপায়ণৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে জনসংখ্যা…
হজ কৰিবলৈ পদব্ৰজে পাৰ হ’ল দহখন দেশ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : হজ কৰিবলৈ খোজকাঢ়ি মক্কা পালেহি এজন ব্ৰিটিছ বাসিন্দা। ইংলেণ্ডৰ ৱলভাৰহামপটনৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰায় ৭৫০০ কিলোমিটাৰ খোজকাঢ়ি গন্তব্যস্থানত উপনীত হয় তেওঁ। তেওঁৰ লক্ষ্য আছিল শান্তি আৰু সমতাৰ বাৰ্তা…
কেৱল শ্ৰদ্ধাযুক্ত মনৰ অধিকাৰীজনেহে প্ৰকৃত জ্ঞান লাভ কৰিব পাৰে- ড° পীতাম্বৰ দেৱ গোস্বামী
শতাব্দ প্ৰতিনিধি,মাজুলী,২৮ জুনঃ মাজুলী মহাবিদ্যালয়ৰ প্রথম দলৰ ছাত্ৰ, বিশিষ্ট শিক্ষাবিদ, মাজুলীৰ সাহিত্য জগতৰ অন্যতম কাণ্ডাৰীস্বৰূপ, ৰসবেত্তা বদন দোলাকাষৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি মহাবিদ্যালয়খনত 'বদন-বন্দন' শীৰ্ষক এখনি…
চিঠি- প্রেমপত্র লিখন ঘূৰি আহিছে জাপানীৰ মাজলৈ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুন : গোটেই বিশ্ব যি সময়ত বিয়া, প্রেম বা অনেক ক্ষেত্রত 'লিভ ইন' সম্পর্কৰ বাবে অনলাইন ডেটিং এপৰ ওপৰত নির্ভৰশীল, সেই সময়ত সম্পূর্ণ অন্য পথেৰে আগবাঢ়িছে জাপান। সম্প্রতি সেই দেশত আৰম্ভ হৈছে প্রেমপত্র লিখাৰ মাধ্যমেৰে…
দৰং মহাবিদ্যালয়ৰ ছাত্ৰী জটিল ৰোগত আক্ৰান্তঃ আপোনাৰ এধানিমান সহায়ৰ প্ৰয়োজন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ জুনঃ তেজপুৰৰ দৰং মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত ছাত্ৰী চিমি গোস্বামী জটিল ৰোগত আক্ৰান্ত। ছাত্ৰীগৰাকীক সম্প্ৰতি ব্যয়বহুল চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱাত সুহৃদসকলৰ সঁহাৰিৰ…
এন ফ্ৰেংকৰ ডায়েৰীৰ ৭৫ বছৰঃ গুগলত এক সুন্দৰ ডুডল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : আজি ২৫ জুনত গুগলে হ’ল’কাষ্টৰ বলি হোৱা এন ফ্ৰেংকৰ 'দ্য ডায়েৰী অৱ এ ইয়ং গাৰ্ল'ৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এক সুন্দৰ ডুডল শ্লাইডশ্ব’ৰে উদযাপন কৰিছে। ডুডলটোত তেওঁৰ ডায়েৰীৰ প্ৰকৃত কিছু অংশ সন্নিবিষ্ট কৰা…
আফগানিস্তানত সাংবাদিকৰ জীৱন !
মুছা মহম্মদী নামৰ এই যুৱকজনে বছৰ বছৰ ধৰি আফগানিস্তানৰ বিভিন্ন টিভি চেনেলত এংকৰ আৰু ৰিপ'ৰ্টাৰ হিচাপে কাম কৰিছিল। এতিয়া তেওঁৰ পৰিয়ালক খুৱাবলৈ কোনো উপাৰ্জন নাই। ধন উপাৰ্জন কৰিবলৈ এতিয়া তেওঁ পদপথত ফলমূল (ষ্ট্ৰীট ফুড) বিক্ৰী কৰে। গণৰাজ্য পতনৰ…
এজন ব্যতিক্ৰমী বেংক বিষয়া ‘প্ৰাঞ্জল গগৈ’
মুক্তাৰ আলী
অসমৰ থলুৱা উদ্যোগ, কুটিৰ শিল্প, কৃষিখণ্ডৰ উন্নয়নৰ বাবে শিক্ষিত যুৱ সমাজক অনুপ্ৰেৰণা যোগাই এখন সমৃদ্ধিশালী অসম গঢ়াৰ মানসিকতাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা এজন ব্যক্তি প্ৰাঞ্জল গগৈ।পেছাত বেংক বিষয়া । বৰ্তমান নাৰায়ণপুৰ অসম…
পাণ্ডিত্য, গাম্ভীৰ্যৰে মহীয়ান তিনিচুকীয়াৰ বীৰেন শৰ্মাৰ দেহাৱসান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১ জুন : তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন শৰ্মাৰ মঙ্গলবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৮৩ বছৰ । বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত…
