Browsing Category
মানুহৰ পৃথিৱী
কৰ্মচাৰীৰ অকাল মৃত্যু : তিনিচুকীয়া পৌৰসভাক ১০ লক্ষাধিক টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ ছেপ্তেম্বৰ : কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা তিনিচুকীয়া পৌৰসভাৰ এজন অস্থায়ী কৰ্মচাৰীক ১০ লক্ষাধিক টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে পৌৰসভাক নিৰ্দেশ দিছে তিনিচুকীয়াৰ সহকাৰী শ্ৰম আয়ুক্ত তথা…
লখিমপুৰৰ শিক্ষক-আলোকচিত্ৰ শিল্পী প্ৰাণজিত বৰুৱাৰ অকাল বিয়োগত শোক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ, শিক্ষক আৰু সাহিত্য সংস্কৃতিৰ লগত জড়িত প্ৰাণজিৎ বৰুৱাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩২ বছৰ৷ অতি কম বয়সতে সামাজিক…
তেজপুৰত জ্যেষ্ঠ নাগৰিক মঞ্চৰ অধিৱেশন সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্ভুক্ত মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ দশম বাৰ্ষিক অধিবেশনখন আজি সুকলমে অনুষ্ঠিত হয়। পুৱা আঠ বজাত পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণৰে আৰম্ভ কৰি ন বজাত পতাকা…
অসম আন্দোলনত সৰ্বাধিক বছৰ কাৰাবন্দিত্বৰ জীৱন কটোৱা তেজপুৰৰ আপোচহীন জাতীয়তাবাদী সত্বা, জ্যেষ্ঠ…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২০ ছেপ্টেম্বৰ : তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা, প্ৰাক্তন ছাত্ৰ নেতা তথা প্ৰবল জাতীয়তাবাদী অশোক কুমাৰ মহন্তৰ যোৱা নিশা প্ৰায় ৩ - ৫২ বজাত হৃদযন্ত্ৰজনিত ৰোগত আকস্মিক ভাৱে ৭৪ বছৰ বয়সত তেজপুৰৰে টাইমছ হাস্পতালত…
৪২ ৰ ১৩ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্ৰদেশ কংগ্ৰেছৰ
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ২০ ছেপ্টেম্বৰ: শ্বহীদৰ নগৰী, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ দিৱস পালন কৰে ৷ এই কাৰ্য্যসূচীতে কংগ্ৰেছে বিশাল ৰেলী উলিয়ায়৷ অনুষ্ঠানত…
তিনিচুকীয়া প্ৰেছ ক্লাবলৈ সহায়ৰ হাত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ ছেপ্তেম্বৰ : সুদীৰ্ঘ ৩৫ বছৰীয়া পৰিক্ৰমাৰ অন্তত আজিৰ পৰ্যায়ত আহি উপনীত হোৱা তিনিচুকীয়াৰ সাংবাদিকসকলৰ এক মৰ্য্যদাপূৰ্ণ অনুষ্ঠান হৈছে তিনিচুকীয়া প্ৰেছ ক্লাব (তিনিচুকীয়া সাংবাদিক চ’ৰা) ৷ অইল ইণ্ডিয়া…
তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত বিষয়া ৰূপনাথ উপাধ্যায়ৰ আকস্মিক মৃত্যু
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৪ ছেপ্টেম্বৰ : তেজপুৰ চানমাৰীৰ এগৰাকী বিশিষ্ট নাগৰিক তথা অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া ৰূপনাথ উপাধ্যায়ৰ কালি নিশা আকস্মিক ভাৱে নিজ বাসগৃহতে পৰলোক প্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। একালৰ স্বাধীনতা…
পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চেনীৰাম সোনোৱালৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ আগষ্ট : তিনিচুকীয়া জিলাৰ গোবিন্দপুৰ নিবাসী পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চেনীৰাম সোনোৱালৰ যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল…
তেজপুৰত শোণিতপুৰ জ্যেষ্ঠ নাগৰিকৰ সভা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭আগষ্টঃ আজি শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহকৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা তেজপুৰ চাৰিআলি শাখাৰ উদ্যোগত অনুষ্ঠিত হৈ যায়।জিলা সন্মিলনৰ সভাপতি কেশৰাম নাথৰ সভাপতিত্বত পুৱা ১০ বজাত আৰম্ভ হোৱা…
তেজপুৰৰ বাণ থিয়েটাৰত একুৰি প্ৰয়াত নাট্যশিল্পীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
পুনৰুজ্জীৱিত হ'ল ১৯৭৩ চনত গঢ় লোৱা "সৰগম সাংস্কৃতিক গোষ্ঠী"
আধুনিক নাট্য আন্দোলনৰ গতিশীলতাত সৰগমে তেজপুৰৰ পৰা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল - পৃথ্বিৰাজ ৰাভা
শতাব্দ ষ্টাফ ৰিপটাৰ,তেজপুৰ ২৩ আগষ্ট : তেজপুৰত আধুনিক নাট্য আন্দোলনৰ এক বিশেষ…