Browsing Category

মানুহৰ পৃথিৱী

বৰছলাৰ দৃষ্টিহীন নিত্যম দম্পতীক এটা চৰকাৰী আঁচনিৰ ঘৰৰ প্ৰয়োজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ দেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ সৰ্বমুঠ তিনি লাখ সাতহেজাৰ আঠশ ৮১টা গৃহত এক উৎসৱ মুখৰ পৰিৱেশত গৃহপ্ৰৱেশ ঘটিল সৌভাগ্যৱান সকলৰ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভাবে আয়োজিত এই…

 প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো চিকিৎসাধীন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৰঙিয়া, ৮ জুলাই : শেহতীয়াকৈ স্বাস্থ্য অৱনতি হোৱাৰ বাবে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক ৰঙিয়াৰ চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, শিক্ষাবিদ থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ আজি বুজ লয়…

তেজপুৰৰ প্ৰতিভাধৰ শিল্পী বিজয় শংকৰ শইকীয়াৰ অকাল বিয়োগ

"ডক্টৰ বেজবৰুৱা"তো কৰিছিল অভিনয়ঃ তেজপুৰত শোকৰ ছাঁ শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : জীৱন নাট সামৰিলে তেজপুৰৰ জনপ্ৰিয় অভিনয় শিল্পী বিজয় শংকৰ শইকীয়াই। কালি নিশালৈকে এটি বিশেষ গীতৰ দৃশ্য গ্ৰহণত ব্যস্ত থাকি আজি পুৱা ৬ বজাতেই ছুটিং…

শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ জুলাইঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২০২৩ বৰ্ষৰ তৃতীয়খন কাৰ্যনিৰ্বাহক তথা সাংগঠনিক সভা ঠেলামৰাৰ বাপুজী ভৱনত আজি অনুষ্ঠিত হয়।সভাত সভাপতিত্ব কৰে জিলা সভাপতি কেশৰাম নাথে। জ্যেষ্ঠ নাগৰিক সন্মিলনৰ…

গোগামুখ মিলনপুৰ নিবাসী বিপিন চন্দ্ৰ হাজৰিকাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ জুলাই : লখিমপুৰ জিলাৰ গোগামুখ মিলনপুৰ নিবাসী তথা লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-বিভাগীয় অভিযন্তা বিপিন চন্দ্ৰ হাজৰিকাৰ যোৱা শুকুৰবাৰে নিশা প্ৰায় ২.৩০ বজাত দেহাৱসান ঘটে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা…

তেজপুৰত হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন এটা পৰিয়ালৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩০ জুন: জয় জৰ্জ, অনামিকা জৰ্জ, কন্যা জৰ্জ আৰু ৰাতুল জৰ্জ এতিয়াৰে পৰিচিত হ'ব জয় কোঁচ, অনামিকা কোঁচ, কন্যা কোঁচ আৰু ৰাতুল কোঁচ হিচাপে ৷ তেজপুৰৰ নিকটৱৰ্তী মোৱামাৰী কলিতা চুবুৰীৰ এটা খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী পৰিয়াল…

ৰামকণ ঘূৰি আহিল…

শৈলেন বৰুৱা ৰামকণ ঘূৰি আহিল… এইটো কোনো নিউজ নহয় বা ৰামকণো কোনো তথাকথিত ডাঙৰ মানুহ নহয় যে ৰামকণ "নিজৰ জেগা"লৈ ঘূৰি অহাটো সংবাদ মাধ্যমত প্ৰকাশযোগ্য কিবা এটা খবৰ হ'ব! কিন্তু ৰামকণৰ জীৱন চৰিত জানিলে আপুনিও আচৰিত হ'ব যে ৰামকণ কিয় ঘূৰি আহিল।…

তেজপুৰত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ তেজপুৰৰ নপাম মজলীয়া বিদ্যালয়ৰ সভা গৃহত আজি বিয়লি তিনি বজাত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ উপ সভাপতি শ্বেখ চাহাব উদ্দিনৰ সভাপতিত্বত…

লখিমপুৰৰ সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ পৰলোক প্ৰাপ্তি

উত্তৰ লখিমপুৰ ,২২ জুন : লখিমপুৰ চকুলীভৰীয়াৰ ধৰ্মপ্ৰাণ ব্যক্তি, সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ ৭৮ বছৰ বয়সত বৃহস্পতিবাৰে পুৱা ৭ বজাত পৰলোক প্ৰাপ্তি ঘটে ৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা চুতীয়া শেহতীয়াকৈ স্হানীয় ডাঃ দাস…

তেজপুৰ বিশ্ববিদ্যালয়ৰ “টপাৰ” নিলোৎপল গগৈৰ ৰহস্যজনক আত্মহনন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২জুনঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰাবাসত এজন মেধাবী ছাত্ৰৰ মৃতদেহ তেওঁৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই বিশ্ববিদ্যালয়খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।প্ৰাথমিক অৱস্থাত এই ঘটনা আত্মহত্যা বুলি আশংকা কৰা হৈছে৷…